ঘানা, ত্ৰিনিদাদ আৰু টোবাগো, আৰ্জেন্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
July 02nd, 07:34 am
মই ৰাষ্ট্ৰপতি মহামহিম জন ড্ৰামানী মহামাৰ নিমন্ত্ৰণমৰ্মে ২-৩ জুলাইত ঘানা ভ্ৰমণ কৰিম। ঘানা হৈছে গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দেশখনে আফ্ৰিকান ইউনিয়ন আৰু পশ্চিম আফ্ৰিকাৰ দেশসমূহৰ অৰ্থনৈতিক সমাজত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ ঐতিহাসিক সম্পৰ্কক অধিক গভীৰ কৰি তোলা আৰু বিনিয়োগ, শক্তি, স্বাস্থ্য, নিৰাপত্তা, সামৰ্থ্য গঠন তথা উন্নয়ন অংশীদাৰিত্বকে প্ৰমুখ্য কৰি সহযোগিতাৰ নতুন পথ মুকলিৰ লক্ষ্যৰে আলোচনাৰ বাবে মই আগ্ৰহী হৈ উঠিছোঁ। ঘানাৰ সংসদত ভাষণ প্ৰদান কাৰ্য্য সন্মানৰ কথা হ’ব।India's journey over the past decade has been one of scale, speed and sustainability: PM Modi in Guyana
November 22nd, 03:02 am
PM Modi addressed the Indian community in Georgetown, Guyana, thanking President Dr. Irfaan Ali for the warm welcome and hospitality. He highlighted planting a tree as part of the Ek Ped Maa ke Naam initiative and received Guyana's highest national honor, dedicating it to 1.4 billion Indians and the Indo-Guyanese community. Reflecting on his earlier visit, he praised the enduring bond between India and Guyana.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গায়ানাৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে
November 22nd, 03:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে আদৰণি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। আতিথ্যৰ মনোভাৱ আমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰৰ এজোপা গছ মাৰ নামত উদ্যমৰ অংশ হিচাপে তেওঁ ৰাষ্ট্ৰপতি আৰু আইতাকৰ সৈতে গছ ৰোপণ কৰে। এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।