ষ্টার্টআপসমূহৰ সৈতে মত বিনিময় কৰিব আৰু ১৬ জানুৱাৰীত প্রাৰম্ভঃ‘ষ্টার্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

ষ্টার্টআপসমূহৰ সৈতে মত বিনিময় কৰিব আৰু ১৬ জানুৱাৰীত প্রাৰম্ভঃ‘ষ্টার্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

January 14th, 04:45 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অহা ১৬ জানুৱাৰীৰ বিয়লি ৫ বজাত ভিডিঅ’ কনফাৰেন্সযোগে ষ্টার্টআপসমূহৰ সৈতে মত বিনিময় কৰাৰ লগতে প্রাৰম্ভ–‘ষ্টার্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ আগবঢ়াব৷