BJP’s connection with Delhi goes back to the Jana Sangh days and is built on trust and commitment to the city: PM Modi

September 29th, 08:40 pm

Inaugurating the Delhi BJP’s new office, PM Modi said, “On this auspicious occasion of Navratri, Delhi BJP has received its new office today. It is a moment filled with new dreams and fresh resolutions.” He added, “For us, every BJP office is no less than a shrine, no less than a temple. A BJP office is not merely a building. It is a strong link that connects the Party with the grassroots and with people’s aspirations.”

PM Modi inaugurates Delhi BJP’s new office at Deendayal Upadhyaya Marg

September 29th, 05:00 pm

Inaugurating the Delhi BJP’s new office, PM Modi said, “On this auspicious occasion of Navratri, Delhi BJP has received its new office today. It is a moment filled with new dreams and fresh resolutions.” He added, “For us, every BJP office is no less than a shrine, no less than a temple. A BJP office is not merely a building. It is a strong link that connects the Party with the grassroots and with people’s aspirations.”

PM greets on the auspicious occasion of the Parkash Purab of Sri Guru Nanak Dev Ji

November 27th, 09:53 am

The Prime Minister, Shri Narendra Modi has greeted the nation on the auspicious occasion of the Parkash Purab of Sri Guru Nanak Dev Ji. Shri Modi said that Sri Guru Nanak Dev Ji’s emphasis on serving others and furthering brotherhood give strength to millions around the world.

প্রধানমন্ত্রীয়ে ২৬ ডিচেম্বৰত মেজৰ ধ্যানচান্দ জাতীয় ষ্টেডিয়ামত ঐতিহাসিক ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰিব

December 24th, 07:29 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ২৬ ডিচেম্বৰত দুপৰীয়া ১২টা ৩০ মিনিটত মেজৰ ধ্যানচান্দ জাতীয় ষ্টেডিয়ামত ঐতিহাসিক ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰিব। তেওঁ প্রায় ৩০০জন শিশু কীর্তনীয়াৰ সৈতে ‘শবদ কীর্তন’ত অংশ ল'ব। এই বিশেষ আয়োজনত শ্রী মোদীয়ে প্রায় ৩ হাজাৰ ছাত্রছাত্রীৰ কুচকাৱাজৰ সূচনা কৰিব।

প্রধানমন্ত্রীয়ে শ্ৰী গুৰু গ্ৰন্থ সাহিব জীৰ প্ৰকাশ পৰ্বৰ পৱিত্ৰ উপলক্ষে অভিনন্দন জনায়

August 28th, 12:10 pm

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গ্ৰন্থ সাহিব জীৰ প্ৰকাশ পৰ্বৰ পৱিত্ৰ উপলক্ষে সকলোকে, বিশেষকৈ শিখ সমুদায়ৰ লোকক অভিনন্দন জনাইছে।

PM greets people on Parkash Purab of Sri Guru Granth Sahib Ji

September 07th, 03:05 pm

The Prime Minister, Shri Narendra Modi has greeted the people on the sacred occasion of the Parkash Purab of Sri Guru Granth Sahib Ji.

প্ৰত্যেকে টীকা ল’ব লাগিব আৰু নিজৰ সম্পূৰ্ণ যতন ল’ব লাগিব : মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 25th, 11:30 am

বন্ধুসকল, শেহতীয়াকৈ এই সংকটৰ মোকাবিলা কৰিবলৈ মই বিভিন্ন খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে দীঘলীয়া আলোচনা কৰিছো। আমাৰ ফাৰ্মা-উদ্যোগৰ লোক, প্ৰতিষেধক নিৰ্মাতা বা অক্সিজেন উৎপাদনৰ সৈতে সম্পৰ্কিত লোক হওক বা চিকিৎসা ক্ষেত্ৰৰ বিষয়ে বিজ্ঞ লোক হওক, তেওঁলোকে নিজৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ চৰকাৰক প্ৰদান কৰিছে। এই সময়ত, আমি এই যুঁজত জয়ী হ'বলৈ বিশেষজ্ঞ আৰু বৈজ্ঞানিক পৰামৰ্শক অগ্ৰাধিকাৰ দিব লাগিব। ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আগবঢ়াই নিয়াৰ বাবে সকলো শক্তিৰে কাম কৰি আছে। ৰাজ্য চৰকাৰসমূহেও তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ যথাসাধ্য ধৰণে চেষ্টা কৰি আছে।

শ্ৰী গুৰু টেগ বাহাদুৰজীৰ ৪০০তম জন্মবাৰ্ষিকী (প্ৰকাশ পৰ্ব) পালনৰ বাবে উচ্চস্তৰীয় সমিতিত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা

April 08th, 01:31 pm

সমিতিৰ সকলো সন্মানীয় সদস্য, আৰু সহকৰ্মীসকল! গুৰু টেগ বাহাদুৰজীৰ ৪০০ তম প্ৰকাশ পৰ্বৰ এই উপলক্ষটো এক আধ্যাত্মিক সৌভাগ্য আৰু এক ৰাষ্ট্ৰীয় কৰ্তব্যও। আমি ইয়াত কিবা অৰিহণা যোগাব পাৰো, এই গুৰু অনুগ্ৰহ আমাৰ সকলোৰে ওপৰত আছে। মই সুখী যে আমি সকলোৱে দেশৰ সকলো নাগৰিকক সমবেত কৰি এই প্ৰচেষ্টাবোৰ আগবঢ়াই নিছো।

গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০সংখ্যক জয়ন্তী(প্ৰকাশ পূৰব) উদযাপন সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিৰ সভাত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়

April 08th, 01:30 pm

গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০সংখ্যক জয়ন্তী(প্ৰকাশ পূৰব) উদযাপন সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিৰ এক সভাত প্ৰধানমন্ত্ৰী শ্ৰা নৰেন্দ্ৰ মোডীয়ে আজি পৌৰহিত্য কৰে। সভাখন ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে অনুষ্ঠিত কৰা হৈছিল।

৮ এপ্ৰিল, ২০২১ ত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী (প্ৰকাশ পৰৱ) উদযাপনাৰ্থে উচ্চ স্তৰীয় কমিটিৰ বৈঠকত পৌৰহিত্য কৰিব প্ৰধানমন্ত্ৰীয়ে

April 07th, 11:07 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ এপ্ৰিল, ২০২১ ৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী (প্ৰকাশ পৰৱ) উদযাপনাৰ্থে উচ্চ-স্তৰীয় কমিটি (HLC) ৰ বৈঠকত পৌৰহিত্য কৰিব। এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহেও ভাগ ল’ব। বৈঠকখনিত উক্ত বিশেষ উৎসৱটি পালন কৰিবলৈ পৰিকল্পনা কৰা বছৰ-জোৰা কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হ’ব।

ৰাকাৱজং গুৰুদ্বাৰা ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীয়ে, গুৰু টেগ বাহাদুৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপ

December 20th, 10:33 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাকাৱজং গুৰুদ্বাৰা ভ্ৰমণ কৰাৰ লগতে গুৰু টেগ বাহাদুৰলৈ তেওঁৰ সৰ্বোচ্চ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

উত্তৰপ্ৰদেশৰ বাৰাণসীৰ দেৱ দীপাৱলী মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মুলপাঠৰ অসমীয়া অনুবা

November 30th, 06:12 pm

সমগ্ৰ কাশীবাসী, সমগ্ৰ দেশবাসীক কাৰ্তিক পূৰ্ণিমা দেৱ দীপাৱলীৰ আন্তৰিক শুভকামনা জনালো৷ সকলোকে গুৰু নানক দেৱ জীৰ প্ৰকাশ পৰ্বৰ বহুত বহুত শুভেচ্ছা জনালো৷

প্ৰধানমন্ত্ৰীয়ে ৱাৰাণসীত দেৱ দিপাৱলী মহোৎসৱত অংশ লয় মাতা অন্নপূৰ্ণাৰ চুৰি হোৱা প্ৰতিমূৰ্তি উভতাই পোৱাৰ বাবে কাশীবাসীক অভিনন্দ

November 30th, 06:11 pm

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে কাশীৰ বাবে আজি এক বিশেষ মুহূৰ্ত। কিয়নো, প্ৰায় ১০০ বছৰ পূৰ্বে চুৰি হোৱা মাতা অন্নপূৰ্ণাৰ প্ৰতিমূৰ্তি কাশীবাসীয়ে পুনৰ উভতাই পাইছে। এয়া কাশীৰ বাবে পৰম সৌভাগ্যৰ বিষয়। তেওঁ কয় যে আমাৰ দেৱতা আৰু দেৱীসকলৰ এই প্ৰাচীন প্ৰতিমূৰ্তিসমূহ আমাৰ বিশ্বাস আৰু ঐতিহ্যৰ প্ৰতীক।

PM greets people on Parkash Purab of Guru Nanak

November 30th, 09:56 am

The Prime Minister, Shri Narendra Modi has greeted the people on the occasion of Parkash Purab of Shri Guru Nanak Dev Ji.

শ্ৰী গুৰু ৰামদাস জীৰ ‘প্ৰকাশ পূৰব’ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

November 02nd, 02:16 pm

শ্ৰী গুৰু ৰামদাস জীৰ ‘প্ৰকাশ পূৰব’ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।

গুৰু গোৱিন্দ সিং জীৰ প্ৰকাশ পৰ্ব উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

January 02nd, 12:51 pm

গুৰু গোৱিন্দ সিং জীৰ আজি প্ৰকাশ পৰ্ব উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে৷

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনী এব’টক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

November 20th, 09:34 pm

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনী এব’টক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

PM inaugurates Integrated Check Post and flags off 1st batch of pilgrims at Kartarpur Sahib corridor

November 09th, 05:22 pm

Prime Minister Narendra Modi inaugurated Integrated Check Post and flagged off first batch of pilgrims at Kartarpur Sahib corridor in Gurdaspur, Punjab today.

পঞ্জাৱৰ গুৰদাসপুৰৰ ডেৰা বাবা নানকত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণ

November 09th, 11:13 am

বন্ধুসকল, আজি এই পবিত্ৰ ধৰালৈ আহি মই সঁচাকৈয়ে ধন্য মানিছো। মোৰ পৰম সৌভাগ্য যে মই আজি দেশবাসীক কাৰ্তাৰপুৰ কৰিড’ৰ অৰ্পণ কৰাৰ সুযোগ লাভ কৰিলো। কৰসেৱাৰ সময়ত আপোনালোকে অনুভৱ কৰা অনুভূতিয়েই এই মুহূৰ্তত মোৰো হৈছে। মই আপোনালোকক, সম্পূৰ্ণ দেশবাসীক, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে থকা শিখ ভাই-ভনীসকলক বহুত বহুত অভিনন্দন জ্ঞপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে গুৰু নানক দেৱৰ শিক্ষা আৰু মূল্যবোধক জীয়াই ৰাখিবলৈ আহ্বান জনায়

November 09th, 11:12 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু নানক দেৱজীৰ শিক্ষা আৰু মূল্যবোধ জীয়াই ৰাখিবলৈ সকলোকে আহ্বান জনায়৷ ইণ্টিগ্ৰেটেড চেক প’ষ্ট(আইচিপি) আৰু কাৰ্টাৰপুৰ ক’ৰিডৰ মুকলি অনুষ্ঠান উপলক্ষে ডেৰা বাবা নানকত আয়োজিত বিশেষ অনুষ্ঠানত তেওঁ আজি উপস্থিত আছিল৷ তেওঁ লগতে গুৰু নানক দেৱ জীৰ ৫৫০সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে স্মাৰক মুদ্ৰা মুকলি কৰে৷