প্ৰধানমন্ত্ৰীৰ ৫২ সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা

June 24th, 09:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সেৱা তীৰ্থত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক নিৰবিচ্ছিন্নভাৱে একত্ৰিত কৰি সক্ৰিয় প্ৰশাসন আৰু সময়োপযোগী ৰূপায়ণক উৎসাহিত কৰাৰ লক্ষ্যৰে আইচিটি-সক্ষম, মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৫২ সংখ্যক বৈঠকত সভাপতিত্ব কৰে।

৫১সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

May 27th, 10:01 pm

বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ৯খন ৰাজ্য সামৰি সমগ্ৰ ৰে’লৱে, শক্তি আৰু পথ খণ্ডৰ সাতটা জটিল আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। অৰ্থনৈতিক বিকাশ আৰু জনকল্যাণৰ বাবে গুৰুত্বপূৰ্ণ এই প্ৰকল্পসমূহ সময়সীমা, আন্তঃসংস্থা সমন্বয় আৰু সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰ্যালোচনা কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন-বেটৱা লিংক প্ৰকল্প আৰু স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০ৰো পৰ্যালোচনা কৰে।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰধানমন্ত্ৰীৰ উত্তৰৰ অসমীয়া অনুবাদ

February 05th, 05:35 pm

এই ধন্যবাদ প্ৰস্তাৱৰ সমৰ্থনত এই সদনত মোৰ আবেগ প্ৰকাশ কৰিব পৰাটো মই এক সৌভাগ্যৰ কথা বুলি বিবেচনা কৰিছো।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 05th, 05:00 pm

আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ধন্যবাদৰ প্ৰস্তাৱৰ সমৰ্থনত তেওঁৰ আবেগ ভাগ-বতৰা কৰিব পৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা। তেওঁ মন্তব্য কৰে যে বিগত বছৰটো উন্নত ভাৰতৰ যাত্ৰাত দ্ৰুত অগ্ৰগতিৰ বছৰ, প্ৰতিটো খণ্ডতে আৰু সমাজৰ সকলো শ্ৰেণীৰ মাজত ৰূপান্তৰ দৃশ্যমান হৈছে, কিয়নো দেশখনে সঠিক দিশত অতি দ্ৰুতগতিত আগবাঢ়িছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ৰাষ্ট্ৰপতিয়ে এই বিষয়সমূহ সংবেদনশীলতা আৰু স্পষ্টতাৰে উপস্থাপন কৰিছিল।

PRAGATI @ 50: Institutionalizing Proactive and Tech-Enabled Governance

January 02nd, 07:30 pm

During a media briefing, the Cabinet Secretary highlighted the structured Project and Issue Escalation Mechanism under PRAGATI led ecosystem, which enables systematic monitoring and resolution of issues across multiple levels and State Governments. The escalation framework ensures coordinated inter-ministerial action, timely decision-making, and focused resolution of implementation bottlenecks in projects of national importance.

PM chairs 50th meeting of PRAGATI

December 31st, 08:11 pm

PM Modi chaired the 50th meeting of PRAGATI earlier today, marking a significant milestone in a decade-long journey of cooperative, outcome-driven governance. During the meeting, he reviewed five critical infrastructure projects across various sectors, spanning 5 States, with a cumulative cost of more than ₹40,000 crore. The PM remarked that PRAGATI is a powerful accelerator to achieve Viksit Bharat @ 2047.

৪৯সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

September 24th, 09:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি পূৱা দক্ষিণ ব্লকত প্ৰগতি-সক্ৰিয় শাসন আৰু সময়ানুৱৰ্তী ৰূপায়ণৰ বাবে আইচিটি-সক্ষম বহুমুখী মঞ্চ-প্ৰগতিৰ ৪৯সংখ্যক বৈঠক অনুষ্ঠিত হয়। এই মঞ্চই কেন্দ্ৰ আৰু ৰাজ্যসমূহক একত্ৰিত কৰি বৃহৎ প্ৰকল্পসমূহ দ্ৰুতগতিত আগুৱাই লৈ যোৱাৰ লগতে বিভিন্ন অসুবিধাৰ সমাধান কৰে আৰু কাম সময়মতে সম্পন্ন হোৱাটো নিশ্চিত কৰে।

প্ৰধানমন্ত্ৰীয়ে ৪৮ সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰে

June 25th, 09:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা ছাউথ ব্লকত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ প্ৰচেষ্টাৰাজিক নিৰৱচ্ছিন্নভাৱে একত্ৰিতকৰণেৰে সক্ৰিয় শাসন আৰু সময়োপযোগী ৰূপায়ণ কাৰ্য্য নিশ্চিতকৰণৰ লক্ষ্যৰে আইচিটি-আধাৰিত, মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৪৮ সংখ্যক বৈঠকত পৌৰহিত্য কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰগতি বৈঠকৰ অধ্যক্ষতা কৰে

May 28th, 09:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে জড়িত প্ৰ’-এক্টিভ গভৰ্নেন্স আৰু সময়মতে ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক বহুমৌলিক মঞ্চ PRAGATI বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত পথ পৰিবহণ, শক্তি, আৰু জলসম্পদ খণ্ডক সামৰি লোৱা ৬২ হাজাৰ কোটিতকৈ অধিক সঞ্চিত ব্যয়ৰ তিনিটা বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ ৰূপায়ণৰ প্ৰতিবন্ধকতাসমূহ দূৰ কৰি সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান জনায়।

‘৪৬ সংখ্যক প্ৰগতি বাৰ্তালাপ’ত প্ৰধানমন্ত্ৰীয়ে অধ্যক্ষতা কৰে

April 30th, 08:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক অন্তৰ্ভুক্ত কৰি সক্ৰিয় শাসন আৰু নিৰ্দ্ধাৰিত সময়সূচী অনুসৰি ৰূপায়ণ নিশ্চিত কৰাৰ বাবে ‘আইচিটি’-আধাৰিত বহুমুখী মঞ্চ ‘প্ৰাগতি’ৰ ৪৬ সংখ্যক সংস্কৰণৰ এখন বৈঠকত সভাপতিত্ব কৰে।

PM chairs 45th PRAGATI Interaction

December 26th, 07:39 pm

PM Modi chaired the meeting of the 45th edition of PRAGATI. In the meeting, eight significant projects were reviewed, which included six Metro Projects of Urban Transport and one project each relating to Road connectivity and Thermal power. The combined cost of these projects, spread across different States/UTs, is more than Rs. 1 lakh crore.

দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

December 15th, 10:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পূৰ্বে দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰে। উল্লেখ্য যে ২০২৪ চনৰ ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ দিল্লীত তিনিদিনীয়া সন্মিলনখন অনুষ্ঠিত হয়।

PRAGATI represents a wonderful amalgamation of technology and governance, ensuring silos are removed and projects are completed on time: PM Modi

December 02nd, 08:05 pm

The Prime Minister Shri Narendra Modi today lauded PRAGATI platform as a wonderful amalgamation of technology and governance, ensuring silos are removed and projects are completed on time. He was pleased that the effectiveness of PRAGATI has been recognised in the study by Oxford Said Business School and Gates Foundation.

৪৪ তম প্ৰগতি (PRAGATI) সন্মিলনত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

August 28th, 06:58 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সংযোগ কৰা সক্ৰিয় শাসন আৰু সময়োপযোগী ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক বহুমুখী মঞ্চ PRAGATI ৰ ৪৪ সংখ্যক সন্মিলনৰ অধ্যক্ষতা কৰে। এয়া আছিল তেওঁৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন প্ৰগতি বৈঠক।

‘প্ৰগতি বাৰ্তালাপ’ৰ ৪৩ সংখ্যক বৈঠকত অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰীয়ে

October 25th, 09:12 pm

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অন্তৰ্ভুক্ত কৰি সক্ৰিয় শাসন আৰু সময়মতে আঁচনিসমূহ ৰূপায়ণৰ বাবে ‘আইচিটি-আধাৰিত মাল্টি-মডেল প্লেটফৰ্ম’ ‘প্ৰগতি’ৰ আজি অনুষ্ঠিত ৪৩ সংখ্যক সংস্কৰণৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

৪২ সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

June 28th, 07:49 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সমন্বিত প্ৰ’-এক্টিভ গভৰ্নেন্স আৰু সময়মতে ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৪২ সংখ্যক সংস্কৰণৰ বৈঠক অনুষ্ঠিত হয়।

গুজৰাটত স্বাগতৰ ২০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এক কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ আৰু ভাষণৰ লিখিত ৰূপ

April 27th, 04:32 pm

গুজৰাটৰ কোটি কোটি নাগৰিকৰ সেৱাত উৎসৰ্গিত ‘স্বাগত’ৰ ২০ বছৰ সম্পূৰ্ণ হৈছে। আৰু মই মাত্ৰ একাংশ হিতাধিকাৰীৰ পৰা পুৰণি অভিজ্ঞতা শুনিবলৈ, পুৰণি স্মৃতিবোৰ সতেজ কৰি চাবলৈ আৰু চকুৰ সন্মুখত কিমান পুৰণি কথা ঘূৰি আহিছে, সেয়া চাবলৈ সুযোগ পাইছো। অভ্যৰ্থনাৰ সফলতাত বহু লোকৰ অবিৰত শ্ৰম সোমাই দিয়া হৈছে, বহু লোকৰ আনুগত্য সোমোৱাই দিয়া হৈছে। এই উপলক্ষে সেই আটাইকেইজন লোকক ধন্যবাদ জনাইছো আৰু অভিনন্দন জনাইছো।

৪১ তম প্ৰগতি বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব

February 22nd, 07:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পূৰ্বে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অন্তৰ্ভুক্ত কৰি সক্ৰিয় শাসন আৰু সময়মতে ৰূপায়ণৰ বাবে আইচিটি আধাৰিত মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৪১ তম সংস্কৰণৰ বৈঠকত সভাপতিত্ব কৰে।

PM chairs 40th PRAGATI Interaction

May 25th, 07:29 pm

PM Modi chaired the meeting of 40th edition of PRAGATI. In the meeting, nine agenda items were taken for review including eight projects and one Programme. He also reviewed ‘National Broadband Mission’ Programme. States and Agencies were asked to leverage the centralised Gati Shakti Sanchar Portal to ensure timely disposal of Right of Way (RoW) applications.

PM chairs 39th PRAGATI Interaction

November 24th, 07:39 pm

Prime Minister Narendra Modi chaired the meeting of 39th edition of PRAGATI. The PM reviewed eight projects spread across the ministries of Railways, Roads, Power and Petroleum worth over Rs. 20,000 crore. He also reviewed aspects relating to the Poshan Abhiyan.