কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা-নগৰ হাভেলী আৰু দমন-দিউৰ প্ৰশাসকে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
May 24th, 08:47 pm
কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা-নগৰ হাভেলী আৰু দমন-দিউৰ প্ৰশাসক শ্ৰী প্ৰফুল্ল কে পেটেলে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।