Congress has always compromised the interests of Assam: PM Modi in Biswanath
April 01st, 11:45 am
PM Modi addressed a massive public rally in Biswanath, Assam. In his speech, the PM launched a sharp attack on Congress, accusing it of being ‘anti-development’ and the ‘root of corruption in independent India.’ Highlighting the BJP-NDA government’s actions, PM Modi said thousands of bighas of land have been freed from illegal encroachment, restoring Assam’s heritage and ecology. Reaffirming BJP’s commitment to Sabka Saath, Sabka Vikas, he urged voters to ensure a record turnout.BJP-NDA blocked Congress’ ‘unfair’ communal violence bill in Parliament: PM Modi in Gogamukh, Assam
April 01st, 11:30 am
Campaigning for the upcoming Assembly elections, Prime Minister Narendra Modi addressed a massive public gathering in Gogamukh, marking his first rally in Assam after the announcement of polls. The event witnessed an overwhelming turnout, with enthusiastic participation from youth, women and local communities, signaling strong momentum for the BJP-led NDA.PM Modi sets the tone for Assam polls with high-energy rallies in Gogamukh and Biswanath
April 01st, 11:00 am
Campaigning for the upcoming Assembly elections, Prime Minister Narendra Modi addressed massive public gatherings in Gogamukh and Biswanath, marking his first rallies in Assam after the announcement of polls. The events witnessed an overwhelming turnout, with enthusiastic participation from youth, women and local communities, signaling strong momentum for the BJP-led NDA.ৰাজস্থানৰ বনস্বৰাত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
September 25th, 02:32 pm
মা ত্ৰিপুৰা সুন্দৰী কি জয়, বেনেশ্বৰ ধাম কি জয়, মংগড় ধাম কি জয়, জয় গুৰু আপোনালোক সকলোলৈ! ৰাম-ৰাম! মাননীয় ৰাজ্যপাল শ্ৰীযুত হৰিভাও বাগাড়ে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা জী, প্ৰাক্তন মুখ্যমন্ত্ৰী ভগ্নী বসুন্ধৰা ৰাজে জী, কেবিনেটত মোৰ সহকৰ্মী প্ৰহ্লাদ যোশী জী, গজেন্দ্ৰ সিং শেখাৱত জী আৰু যোধপুৰৰ পৰা আমাৰ লগত যোগদান কৰা অশ্বিনী বৈষ্ণৱ জী, , বিকানেৰৰ পৰা আমাৰ সৈতে যোগদান কৰা শ্ৰী অৰ্জুন ৰাম মেঘৱাল জী, উপ-মুখ্যমন্ত্ৰী প্ৰেম চান্দ বৈৰৱা জী আৰু দিয়া কুমাৰী জী, বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত মদন ৰাথোৰ জী, ৰাজস্থান চৰকাৰৰ মন্ত্ৰীসকল, ইয়াত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বনস্বৰাত ১,২২,১০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰে
September 25th, 02:30 pm
ৰাজস্থানৰ বনস্বৰাত ১,২২,১০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। নৱৰাত্ৰিৰ চতুৰ্থ দিনা প্ৰধানমন্ত্ৰীয়ে বনস্বৰাৰ পবিত্ৰ ভূমি মা ত্ৰিপুৰা সুন্দৰী পৰিদৰ্শন কৰাৰ সৌভাগ্য লাভৰ কথাও তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁ কনথাল আৰু ভগদৰ গংগা হিচাপে পূজনীয় মা মাহীকো প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মাহীৰ পানী ভাৰতৰ জনজাতীয় সম্প্ৰদায়ৰ স্থিতিস্থাপকতা আৰু সংগ্ৰামৰ প্ৰতীক। তেওঁ মহাযোগী গোবিন্দ গুৰুজীৰ প্ৰেৰণাদায়ক নেতৃত্বৰ বিষয়ত আলোকপাত কৰে, যাৰ উত্তৰাধিকাৰ আজিও অব্যাহত আছে, সেই মহান কাহিনীৰেই সাক্ষী বহন কৰিছে মাহীৰ পবিত্ৰ পানীয়ে। শ্ৰী মোদীয়ে মা ত্ৰিপুৰা সুন্দৰী আৰু মা মাহীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু এই ভক্তি তথা বীৰত্বৰ ভূমিৰ পৰা মহাৰাণা প্ৰতাপ আৰু ৰাজা বংছিয়া ভীলক শ্ৰদ্ধাঞ্জলি জনায়।৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ আলোকপাত
August 15th, 03:52 pm
৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা, ভাৰতক আত্মনিৰ্ভৰ কৰা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃত্ব আহৰণ কৰা, সমাজৰ সকলো শ্ৰেণীৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰা আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃঢ় সংকল্প আদি কেইবাটাও বিষয়ৰ ওপৰত ভৱিষ্যতৰ বিস্তৃত ৰূপৰেখা দাঙি ধৰে।৭৯ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 07:00 am
স্বাধীনতাৰ এই মহান উৎসৱ ১৪০ কোটি ভাৰতীয়ৰ সংকল্পৰ উদযাপন। এয়া হৈছে আমাৰ সামূহিক কৃতিত্ব প্ৰতিফলিত কৰা, গৌৰৱেৰে পৰিপূৰ্ণ, প্ৰতিখন হৃদয়লৈ অপৰিসীম আনন্দ কঢ়িয়াই অনা এক বিষ্ময়কৰ উৎসৱ। আমাৰ দেশখনে একতাৰ মনোভাৱ প্ৰতিনিয়ত শক্তিশালী কৰিছে। আজি দেশৰ ১৪০ কোটি নাগৰিক ত্ৰিৰংগাৰ ৰঙেৰে বিঢৌত হৈছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ লহৰ চৌপাশে উঠিছে, সেয়া মৰুভূমিয়েই হওক, কিম্বা হিমালয়ৰ শৃংগই হওক, সাগৰতীৰতেই হওক, বা ঘন জনবসতিপূৰ্ণ অঞ্চলতেই হওক, সকলোতে এটাই প্ৰতিধ্বনি, এটাই উল্লাস: আমাৰ প্ৰাণৰো প্ৰাণৰ, আমাৰ দেশ, গৰিমাৰ বেশ আমাৰ দেশ।India celebrates 79th Independence Day
August 15th, 06:45 am
PM Modi, in his address to the nation on the 79th Independence day paid tribute to the Constituent Assembly, freedom fighters, and Constitution makers. He reiterated that India will always protect the interests of its farmers, livestock keepers and fishermen. He highlighted key initiatives—GST reforms, Pradhan Mantri Viksit Bharat Rozgar Yojana, National Sports Policy, and Sudharshan Chakra Mission—aimed at achieving a Viksit Bharat by 2047. Special guests like Panchayat members and “Drone Didis” graced the Red Fort celebrations.ছত্তীশগড়ৰ বিলাসপুৰত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 30th, 06:12 pm
ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকাজী; ৰাজ্যখনৰ জনপ্ৰিয় আৰু সদা সচেষ্ট মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণুদেও সাইজী; কেন্দ্ৰীয় কেবিনেটত মোৰ সন্মানীয় সহকৰ্মী মনোহৰ লালজী; এই অঞ্চলৰ সংসদ সদস্য আৰু কেন্দ্ৰীয় মন্ত্ৰী তোখন সাহুজী; ছত্তীশগড় বিধান সভাৰ অধ্যক্ষ আৰু মোৰ মৰমৰ বন্ধু ৰমন সিংজী; উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাজী; অৰুণ সাহু জী; ছত্তীশগড় চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল; আৰু দূৰদূৰণিৰ পৰা আহি ইয়াত সমবেত হোৱা মোৰ ভাই-ভনীসকল!ছট্টিশগড়ৰ বিলাসপুৰত আধাৰশিলা স্থাপন তথা ৩৩,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 30th, 03:30 pm
আন্তঃগাঁথনি উন্নয়ন বৃদ্ধি আৰু বহনক্ষম জীৱিকাৰ প্ৰসাৰৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণেৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ বিলাসপুৰত কেবাটাও আধাৰশিলা স্থাপন কৰাৰ উপৰি বিভিন্ন প্ৰকল্পৰ কাম আৰম্ভ কৰে, আৰু ৩৩,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প দেশৰ প্ৰতি উৎসৰ্গা কৰে। নৱবৰ্ষৰ শুভক্ষণ আৰু নৱৰাত্ৰিৰ প্ৰথম দিনটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ছট্টিশগড়ৰ গভীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত বাখ্যা কৰি ইয়াক মা মহামায়াৰ ভূমি আৰু মা কৌশলৰ মাতৃগৃহ বুলি অভিহিত কৰে। তেওঁ এই শুভ দিনটোত ছট্টিশগড়ত উপস্থিত থাকিবলৈ পোৱাৰ সৌভাগ্য বুলি প্ৰকাশ কৰি নাৰী দেৱীত্বৰ প্ৰতি উৎসৰ্গিত নৱৰাত্ৰিৰ ন দিনৰ বিশেষ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। শেহতীয়াকৈ তেওঁ ভক্ত শিৰোমণি মাতা কৰ্মৰ সন্মানত শেহতীয়াকৈ ডাক টিকট জাৰি কৰা বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আৰু উল্লেখ কৰে যে সমগ্ৰ জীৱন ভগৱান ৰামৰ নাম জপতেই উৎসৰ্গা কৰা ৰামনামী সমাজৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাক আলোকপাত কৰি আড়ম্বৰপূৰ্ণতাৰে ৰাম নৱমী উদযাপনৰ দ্বাৰা ছট্টিশগড়ত নৱৰাত্ৰি উৎসৱৰ সমাপন হ’ব। তেওঁ ছট্টিশগড়বাসীক ভগৱান ৰামৰ মাতৃ পৰিয়াল বুলি অভিহিত কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।The Mahayuti government is striving for the empowerment of every section of the society: PM to BJP Karyakartas, Maharashtra
November 16th, 11:48 am
As part of the ‘Mera Booth Sabse Mazboot’ program, Prime Minister Narendra Modi has directly interacted with BJP karyakartas in Maharashtra via the NaMo App. He said, “The people of Maharashtra are highly impressed with the two-and-a-half years of the Mahayuti government's tenure. Everywhere I have been, I have witnessed this affection. The people of Maharashtra want this government to continue for the next five years.”PM Modi interacts with BJP Karyakartas from Maharashtra via NaMo App
November 16th, 11:30 am
As part of the ‘Mera Booth Sabse Mazboot’ program, Prime Minister Narendra Modi has directly interacted with BJP karyakartas in Maharashtra via the NaMo App. He said, “The people of Maharashtra are highly impressed with the two-and-a-half years of the Mahayuti government's tenure. Everywhere I have been, I have witnessed this affection. The people of Maharashtra want this government to continue for the next five years.”বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 15th, 11:20 am
বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰে
November 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।For the BJP, the aspirations and pride of tribal communities have always been paramount: PM Modi in Chaibasa
November 04th, 12:00 pm
PM Modi addressed a massive election rally in Chaibasa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”PM Modi campaigns in Jharkhand’s Garhwa and Chaibasa
November 04th, 11:30 am
Prime Minister Narendra Modi today addressed massive election rallies in Garhwa and Chaibasa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”JMM & Congress are running a marathon of scams in Jharkhand: PM Modi in Hazaribagh
October 02nd, 04:15 pm
Prime Minister Narendra Modi today addressed an enthusiastic crowd in Hazaribagh, Jharkhand. Kickstarting his address, PM Modi said, On this Gandhi Jayanti, I feel fortunate to be here. In 1925, Mahatma Gandhi visited Hazaribagh during the freedom struggle. Bapu's teachings are integral to our commitments. I pay tribute to Bapu. PM Modi highlighted the launch of the Dharti Aaba Janjatiya Gram Utkarsh Abhiyan, aimed at ensuring that every tribal family benefits from government schemes.PM Modi addresses the Parivartan Mahasabha in Hazaribagh, Jharkhand
October 02nd, 04:00 pm
Prime Minister Narendra Modi today addressed an enthusiastic crowd in Hazaribagh, Jharkhand. Kickstarting his address, PM Modi said, On this Gandhi Jayanti, I feel fortunate to be here. In 1925, Mahatma Gandhi visited Hazaribagh during the freedom struggle. Bapu's teachings are integral to our commitments. I pay tribute to Bapu. PM Modi highlighted the launch of the Dharti Aaba Janjatiya Gram Utkarsh Abhiyan, aimed at ensuring that every tribal family benefits from government schemes.ঝাৰখণ্ডৰ হাজাৰিবাগত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 02nd, 02:15 pm
আজি মই আকৌ এবাৰ ঝাৰখণ্ডৰ উন্নয়নমূলক যাত্ৰাৰ অংশ হোৱাৰ সুযোগ পাই ধন্য হৈছো। মাত্ৰ কেইদিনমান আগতে মই জামছেদপুৰ ভ্ৰমণ কৰিছিলো। জামছেদপুৰৰ পৰা ঝাৰখণ্ডৰ বাবে শ শ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিলোঁ। ঝাৰখণ্ডৰ হাজাৰ হাজাৰ দৰিদ্ৰ লোকে পিএম-আৱাস যোজনাৰ অধীনত লাভ কৰিলে নিজাকৈ স্থায়ী ঘৰ। আৰু মাত্ৰ কেইদিনমানৰ ভিতৰতে মই আকৌ ইয়াত উপস্থিত হৈছো। আজি ঝাৰখণ্ডত ৮০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহ জনজাতীয় সমাজৰ কল্যাণ আৰু উত্থানৰ সৈতে জড়িত। এই প্ৰকল্পসমূহে সমগ্ৰ দেশৰ জনজাতীয় সমাজৰ বাবে ভাৰত চৰকাৰৰ অগ্ৰাধিকাৰৰ প্ৰমাণ দিয়ে। এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে ঝাৰখণ্ডৰ সকলো ৰাইজ আৰু সমগ্ৰ দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ হাজাৰীবাগত ৮০,০০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
October 02nd, 02:10 pm
সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ উন্নয়ন যাত্ৰাৰ অংশ হোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কিছুদিন পূৰ্বে জামছেদপুৰত উপস্থিত হৈ কেইবাশ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঝাৰখণ্ডৰ হাজাৰ হাজাৰ দৰিদ্ৰ লোকক পকা ঘৰ গতাই দিয়াৰ কথা উল্লেখ কৰে। জনজাতীয় জনগোষ্ঠীৰ সৱলীকৰণ আৰু কল্যাণৰ সৈতে জড়িত আজিৰ ৮০,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় জনগোষ্ঠীৰ প্ৰতি চৰকাৰৰ অগ্ৰাধিকাৰৰ সাক্ষ্য এয়া। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আজিৰ প্ৰকল্পসমূহৰ বাবে ঝাৰখণ্ড আৰু ভাৰতবাসীক অভিনন্দন জ্ঞাপন কৰে।