The teacher recruitment scam has destroyed thousands of families’ dreams: PM Modi in Birbhum, West Bengal
April 09th, 11:45 am
PM Modi launched a sharp attack on the TMC in his address at a massive public meeting in Birbhum, West Bengal. He alleged large-scale irregularities in welfare schemes and called for a decisive mandate for change in the upcoming Assembly elections. He urged people to press the lotus button at every booth and ensure a government that delivers development, dignity and security.The pot of TMC’s sins is now full: PM Modi in Asansol, West Bengal
April 09th, 11:40 am
PM Modi addressed a massive public meeting in Asansol, West Bengal, where he raised concerns over women’s safety, governance and illegal infiltration. Calling for a decisive mandate in the upcoming Assembly elections, he sharply criticised the ruling dispensation, alleging a politics of fear. The PM asserted that if there is one party committed to ensuring women’s rights, it is the BJP.TMC has created a system of “cut money” and commissions: PM Modi in Haldia, West Bengal
April 09th, 11:35 am
Prime Minister Narendra Modi delivered a high-energy address in Haldia, galvanising BJP supporters and setting the tone for the upcoming West Bengal Assembly elections. Addressing a massive gathering, PM Modi invoked the spirit of past political transformation and projected a similar wave sweeping across the state.PM Modi’s Haldia, Asansol & Birbhum rallies build massive momentum ahead of West Bengal polls
April 09th, 11:30 am
Prime Minister Narendra Modi delivered a high-energy address in Haldia, galvanising BJP supporters and setting the tone for the upcoming West Bengal Assembly elections. Addressing a massive gathering, PM Modi invoked the spirit of past political transformation and projected a similar wave sweeping across the state.উত্তৰ প্ৰদেশৰ মীৰাটত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 22nd, 01:30 pm
বাবা ঔঘৰনাথৰ এই পবিত্ৰ ভূমিত, মীৰাটৰ ভূমিত আজি উন্নত উত্তৰ প্ৰদেশ, উন্নত ভাৰতৰ বাবে এক নতুন বিপ্লৱৰ শক্তি উজ্জীৱিত কৰা হৈছে। আজি প্ৰথমবাৰৰ বাবে নমো ভাৰত ৰেপিড ৰেল আৰু মেট্ৰ’ সেৱা একেদিনাই, এটা প্লেটফৰ্মৰ পৰা আৰম্ভ কৰা হৈছে। উন্নত ভাৰতৰ যোগাযোগ কেনেকুৱা হ’ব তাৰ এক উল্লেখযোগ্য আভাস এয়া। মই সন্তুষ্ট যে এই কাম উত্তৰ প্ৰদেশত কৰা হৈছে, চহৰৰ ভিতৰৰ ভ্ৰমণৰ বাবে মেট্ৰ’ আৰু টুইন চিটীৰ দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰতৰ দৰে আধুনিক ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমখন নমো ভাৰত আৰ আৰ টি এছ উদ্বোধন কৰে আৰু দিল্লী–মীৰাট নমো ভাৰত কৰিডৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
February 22nd, 01:12 pm
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই প্ৰকল্পই উন্নত ভাৰতত যোগাযোগ ব্যৱস্থা কেনেকুৱা হ’ব তাৰ এক গুৰুত্বপূৰ্ণ আভাস দিয়ে। সংহত ব্যৱস্থাটোৱে চহৰৰ ভিতৰত ভ্ৰমণৰ বাবে মেট্ৰ' আৰু টুইন চিটী দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰত ৰে'ল ব্যৱহাৰ কৰিছে। ডাবল ইঞ্জিনৰ চৰকাৰৰ কৰ্ম সংস্কৃতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰকল্পসমূহ এতিয়া অনিশ্চয়তাত ওলমি নাথাকে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ চৰকাৰে যিটো কামৰ বাবে আধাৰশিলা স্থাপন কৰে, ব্যক্তিগতভাৱে এই সেৱাসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী দুয়োটা কামৰ নেতৃত্ব দি সেই কাম সম্পূৰ্ণ কৰে।প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন ৰূপায়ণৰ বাবে দিল্লী চৰকাৰক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
April 11th, 08:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন (পিএম-এবিএইচআইএম)ৰ ৰূপায়ণ আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পিএম-জেএৱাই)ৰ অধীনত আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ আৰম্ভ কৰাৰ বাবে দিল্লী চৰকাৰক প্ৰশংসা কৰে।‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ ৰূপায়ণৰ বাবে ‘ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ’ আৰু ‘উৰিষ্যা চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ’ৰ মাজত হোৱা বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে উৰিষ্যাৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
January 13th, 07:11 pm
‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ ৰূপায়ণৰ বাবে ‘ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ’ আৰু ‘উৰিষ্যা চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ’ৰ মাজত হোৱা বুজাবুজি চুক্তিস্বাক্ষৰৰ বাবে উৰিষ্যাৰ জনসাধাৰণক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই আঁচনিয়ে বিশেষকৈ নাৰীশক্তি আৰু উৰিষ্যাৰ বৃদ্ধসকলক সুলভ মূল্যত সৰ্বোচ্চ মানৰ স্বাস্থ্যসেৱা নিশ্চিত কৰিব।Fact Sheet: Quad Countries Launch Cancer Moonshot Initiative to Reduce the Burden of Cancer in the Indo-Pacific
September 22nd, 12:03 pm
The Quad countries—US, Australia, India, and Japan—launched the Quad Cancer Moonshot to combat cervical cancer in the Indo-Pacific. This initiative aims to strengthen cancer care by enhancing health infrastructure, promoting HPV vaccination, increasing screenings, and expanding treatment. During the Quad Leaders' Cancer Moonshot event, India commited to providing HPV sampling kits, detection tools and cervical cancer vaccines worth $7.5 million to the Indo-Pacific region.INDI-Agadhi plans to have five PMs in 5 years if elected: PM Modi in Solapur
April 29th, 08:57 pm
Prime Minister Narendra Modi today addressed a vibrant public meeting in Maharashtra’s Solapur. Speaking to a large audience, PM Modi said, “In this election, you will choose the guarantee of development for the next 5 years. On the other hand, there are those who plunged the country into the abyss of corruption, terrorism, and misrule before 2014. Despite their tainted history, the Congress is once again dreaming of seizing power in the country.”The BJP-NDA government is working to take Maharashtra to new heights of development: PM Modi in Pune
April 29th, 02:32 pm
PM Modi, during his third public address in Pune, Maharashtra, unveiled a comprehensive vision for the development of the region, highlighting the achievements of the BJP-NDA government and contrasting it with the model of the Congress and its allies.Today our security forces have made-in-India weapons: PM Modi in Satara
April 29th, 02:30 pm
Prime Minister Narendra Modi today addressed vibrant public meeting in Maharashtra’s Satara. Speaking to a large audience, PM Modi said, “In this election, you will choose the guarantee of development for the next 5 years. On the other hand, there are those who plunged the country into the abyss of corruption, terrorism, and misrule before 2014. Despite their tainted history, the Congress is once again dreaming of seizing power in the country.”PM Modi's electrifying campaign trails reach Maharashtra's Solapur, Satara and Pune
April 29th, 02:05 pm
Prime Minister Narendra Modi today addressed vibrant public meetings in Maharashtra’s Solapur, Satara and Pune. Speaking to a large audience, PM Modi said, “In this election, you will choose the guarantee of development for the next 5 years. On the other hand, there are those who plunged the country into the abyss of corruption, terrorism, and misrule before 2014. Despite their tainted history, the Congress is once again dreaming of seizing power in the country.”১৪ এপ্ৰিলত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 12th, 09:45 am
দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইমছ গুৱাহাটীত উপস্থিত হ'ব আৰু ইয়াৰ নৱনিৰ্মিত চৌহদ পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ৰাজহুৱা অনুষ্ঠানত এইমছ গুৱাহাটী আৰু আন তিনিখন চিকিৎসা মহাবিদ্যালয় দেশবাসীলৈ উৎসৰ্গা কৰিব। ইয়াৰ লগতে তেওঁ ‘আছাম এডভান্সড হেল্থ কেয়াৰ ইন’ভেশ্যন ইনষ্টিটিউটৰ (AAHII) আধাৰশিলা মুকলি কৰিব আৰু যোগ্য হিতাধিকাৰীসকলৰ মাজত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) কাৰ্ড বিতৰণ কৰি 'আপকে দ্বাৰ আয়ুষ্মান' অভিযান আৰম্ভ কৰিব।২৫ আগষ্টত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শ্ৰম মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলনত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
August 23rd, 09:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্ট, ২০২২ তাৰিখে আবেলি ৪:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শ্ৰম মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰিব। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত ২৫-২৬ আগষ্টত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে দুদিনীয়া সন্মিলনখনৰ আয়োজন কৰিছে।PM to release benefits under PM CARES for Children Scheme on 30 May
May 29th, 12:35 pm
Prime Minister Shri Narendra Modi will release benefits under the PM CARES for Children Scheme on 30 May 2022 at 10:30 AM via video conferencing. Prime Minister will transfer scholarships to school going children. A passbook of PM CARES for Children, and health card under Ayushman Bharat – Pradhan Mantri Jan Arogya Yojana will be handed over to the children during the programme.বিশ্ব স্বাস্থ্য দিৱসত দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা, সকলোৰে সুস্বাস্থ্য আৰু সুস্থতাৰ বাবেও প্ৰাৰ্থনা কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 07th, 09:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে প্ৰাৰ্থনা জনায়। তেওঁ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ প্ৰতি কৃতজ্ঞতাও জ্ঞাপন কৰে। তেওঁ কয় যে আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী জনঔষধি যোজনাই আমাৰ নাগৰিকসকলৰ বাবে গুণগত মানদণ্ড আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। তেওঁ লগতে কয় যে যোৱা ৮ বছৰত চিকিৎসা শিক্ষাখণ্ডত দ্ৰুত পৰিৱৰ্তন দেখা গৈছে। কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে। তেওঁ আৰু কয় যে ভাৰত চৰকাৰে স্থানীয় ভাষাত চিকিৎসা বিজ্ঞান অধ্যয়ন সুচল কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে আৰু এই প্ৰচেষ্টাৰ সফলতাই অগণন যুৱক-যুৱতীৰ আশা-আকাংক্ষাক সফলকাম কৰি তুলিব।‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 27th, 11:01 am
কাৰ্যক্ৰমত উপস্থিত থকা মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱীয়া জী, মন্ত্ৰীমণ্ডলৰ মোৰ আন সহযোগীসকল, জ্যোষ্ঠ বিষয়াবৰ্গ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা চৰকাৰী আৰু বে-চৰকাৰী হাস্পটালসমূহৰ চিকিত্সক, পৰিচলনাৰে জড়িত বিষয়ববীয়াবৃন্দ, কাৰ্যক্ৰমত উপস্থিত থকা মহানুভৱ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল।প্রধানমন্ত্রীয়ে আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সূচনা কৰিছে
September 27th, 11:00 am
এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে স্বাস্থ্য পৰিসেৱা পৰিকাঠামোক মজবুত কৰি তোলাৰ লক্ষ্যত যোৱা সাত বছৰ ধৰি যি অভিযান চলিছে, আজি সেয়া এক নতুন পর্যায়ত প্রবেশ কৰিছে। “আজি আমি এনে এক মিছনৰ সূচনা কৰিছো, যাৰ ফলত ভাৰতৰ স্বাস্থ্য ক্ষেত্রলৈ আমূল পৰিৱর্তন লৈ অহাৰ সম্ভবনা আছে” বুলি প্রধানমন্ত্রীয়ে অভিমত প্রকাশ কৰে।কাইলৈ প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰিব প্রধানমন্ত্রীয়ে
September 26th, 02:42 pm
এক ঐতিহাসিক পদক্ষেপ হিচাপে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (২৭ ছেপ্টেম্বৰ) পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সযোগে প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰিব৷ তেওঁ এই উপলক্ষে ভাষণো প্ৰদান কৰিব৷