Cabinet approves 4-lane road project in Bihar worth Rs.3,822.31 crore
September 24th, 03:07 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the 4-lane Sahebganj-Areraj-Bettiah road project in Bihar at Rs. 3,822.31 crore. The project will improve access to key heritage and Buddhist sites, strengthening the Buddhist circuit and tourism in Bihar. It will also improve employment opportunities, boosting regional growth.ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 23rd, 11:00 am
ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে ‘আৰ্য্যভট্টৰ পৰা গগনযানলৈ: প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ’। ইয়াত অতীতৰ আত্মবিশ্বাসৰ লগতে ভৱিষ্যতৰ সংকল্পও সন্নিৱিষ্ট কৰা হৈছে। আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমাৰ যুৱক-যুৱতীসকলৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ অনুষ্ঠানত পৰিণত হৈছে। এইটো সঁচাকৈয়ে দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। মহাকাশ খণ্ডৰ সৈতে জড়িত আমাৰ সকলো বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ ভাৰতে ‘জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড’ আয়োজন কৰিছিল। এই প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰে। এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান নেতৃত্বৰ প্ৰতীক।২০২৫ চনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 23rd, 10:30 am
আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি এইবাৰৰ বিষয়বস্তু “আৰ্য্যভটৰ পৰা গগনযানলৈ” ভাৰতৰ অতীতৰ আত্মবিশ্বাস আৰু ভৱিষ্যতৰ সংকল্প দুয়োটাকে প্ৰতিফলিত কৰে বুলি আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে, যিটো জাতীয় গৌৰৱৰ বিষয়। তেওঁ মহাকাশ খণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিকে ধৰি বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বৰ্তমান জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড আয়োজন কৰি আছে, য’ত ষাঠিখনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱকে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে এই অনুষ্ঠানত বহু ভাৰতীয় অংশগ্ৰহণকাৰীয়ে পদক লাভ কৰাত সুখ প্ৰকাশ কৰে। তেওঁ কয় যে এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান বিশ্ব নেতৃত্বৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে যুৱক-যুৱতীসকলৰ মাজত মহাকাশৰ প্ৰতি অধিক আগ্ৰহ জগাই তুলিবলৈ ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।এনডিটিভি ৱৰ্ল্ড ছামিটত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 21st, 10:25 am
এনডিটিভি ৱৰ্ল্ড ছামিটত উপস্থিত থকা সকলো মহানুভৱক মই অভিনন্দন জনাইছোঁ। এই সন্মিলনত আপোনালোকে বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছে… বেলেগ বেলেগ খণ্ডৰ সৈতে জড়িত গ্লোবেল নেতাসকলেও নিজৰ মতামত দাঙি ধৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 21st, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই কয় যে এই সন্মিলনত একাধিক বিষয়ত আলোচনা হ’ব। তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।তিনিখন বন্দে ভাৰত ট্ৰেইনক সেউজীয়া পতাকা প্ৰদৰ্শন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
August 31st, 12:16 pm
কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল জী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলট, ইউপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ আন সহযোগীসকল, ৰাজ্যসমূহৰ উপ-মুখ্যমন্ত্ৰীসকল, মন্ত্ৰীগণ, সাংসদগণ... দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অন্যান্য জনপ্ৰতিনিধিসকল... ভদ্ৰমহিলা আৰু সজ্জনসকল,প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে তিনিখন ‘বন্দে ভাৰত ৰে'ল’ৰ ‘ফ্লেগ অফ’ কৰে
August 31st, 11:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে তিনিখন ‘বন্দে ভাৰত ৰে'ল’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া' আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগী উপলব্ধি কৰা অত্যাধুনিক ‘বন্দে ভাৰত এক্সপ্ৰেছ’-য়ে তিনিটা পথত যোগাযোগ উন্নত কৰিব: ‘মিৰাট-লক্ষ্ণৌ’, ‘মাদুৰাই-বেংগালুৰু’, আৰু ‘চেন্নাই-নাগৰকইল’। এই ৰে'লকেইখনে উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকত পথ-যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিব।India’s GDP Soars: A Win For PM Modi’s GDP plus Welfare
December 01st, 09:12 pm
Exceeding all expectations and predictions, India's Gross Domestic Product (GDP) has demonstrated a remarkable annual growth of 7.6% in the second quarter of FY2024. Building on a strong first-quarter growth of 7.8%, the second quarter has outperformed projections with a growth rate of 7.6%. A significant contributor to this growth has been the government's capital expenditure, reaching Rs. 4.91 trillion (or $58.98 billion) in the first half of the fiscal year, surpassing the previous year's figure of Rs. 3.43 trillion.৪১ তম প্ৰগতি বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব
February 22nd, 07:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পূৰ্বে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অন্তৰ্ভুক্ত কৰি সক্ৰিয় শাসন আৰু সময়মতে ৰূপায়ণৰ বাবে আইচিটি আধাৰিত মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৪১ তম সংস্কৰণৰ বৈঠকত সভাপতিত্ব কৰে।কৰ্ণাটকৰ বেংগালুৰুত ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
November 11th, 12:32 pm
আজি এই মহান ব্যক্তিসকলক সন্মান জনাই আমি কৰ্ণাটকৰ বেংগালুৰুৰ উন্নয়ন আৰু ঐতিহ্য দুয়োটাকে শক্তিশালী কৰিছো। আজি, কৰ্ণাটকে প্ৰথম মেড ইন ইণ্ডিয়া বন্দে ভাৰত ৰে’ল লাভ কৰিছে। ৰে'লখনে দেশৰ ষ্টাৰ্ট-আপ ৰাজধানী চেন্নাই, বেংগালুৰু আৰু ঐতিহ্যবাহী চহৰ মহীশূৰক সংযোগ কৰিছে। কৰ্ণাটকৰ লোকসকলক অযোধ্যা, প্ৰয়াগৰাজ আৰু কাশীলৈ লৈ যোৱা ভাৰত গৌৰৱ কাশী দৰ্শন ৰে’লো আজিৰ পৰা আৰম্ভ হৈছে। কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দ্বিতীয় টাৰ্মিনেলটোও আজি উদ্বোধন কৰা হৈছে। মই বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ কেইখনমান ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিছিলো। আৰু আজি, তালৈ গৈ, মই অনুভৱ কৰিছিলো যে নতুন টাৰ্মিনেলটো ছবিবোৰত দেখাতকৈ অধিক বিশাল, আধুনিক। এইটো বেংগালুৰুৰ জনসাধাৰণৰ এটা অতি পুৰণি দাবী আছিল যিটো আমাৰ চৰকাৰে এতিয়া পূৰণ কৰি আছে।PM Modi attends a programme at inauguration of 'Statue of Prosperity' in Bengaluru
November 11th, 12:31 pm
PM Modi addressed a public function in Bengaluru, Karnataka. Throwing light on the vision of a developed India, the PM said that connectivity between cities will play a crucial role and it is also the need of the hour. The Prime Minister said that the new Terminal 2 of Kemepegowda Airport will add new facilities and services to boost connectivity.নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 17th, 05:38 pm
স্বাধীনতাৰ অমৃতকালত আজি দেশে বিকশিত ভাৰত নিৰ্মাণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতৰ প্ৰান্তীয় লোকসকলক সুবিধা প্ৰদান কৰাটো ক্ষিপ্ৰতাৰে হৈছে, পৰিবহনৰ সৈতে জড়িত প্ৰত্যাহ্বানৰ অন্ত পৰিছে, আমাৰ নিৰ্মাতা, আমাৰ উদ্যোগৰ সময় আৰু পইচা দুয়োটা ৰাহি হওক, একেদৰে আমাৰ যি কৃষিজাত সামগ্ৰী আছিল, বিলম্বৰ বাবে ক্ষতিগ্ৰস্ত হৈছিল৷ সেইবোৰৰ পৰা আমি কিদৰে মুক্তি লাভ কৰিম? এই সকলো বিষয়ৰ সমাধান বিচৰাৰ এক নিৰন্তৰ প্ৰয়াস চলি আছে আৰু তাৰে এটা স্বৰূপ হৈছে আজিৰ ৰাষ্ট্ৰীয় লজিষ্টিক নীতি আৰু মোৰ দৃঢ় বিশ্বাস যে আমাৰ এই সকলো ব্যৱস্থাত সংস্কাৰৰ বাবে আৰু এই ক্ষেত্ৰত কাম কৰা চৰকাৰক পৃথক বিভাগৰ মাজতো এক সমন্বয় স্থাপন হ’ব৷PM launches National Logistics Policy
September 17th, 05:37 pm
PM Modi launched the National Logistics Policy. He pointed out that the PM Gatishakti National Master Plan will be supporting the National Logistics Policy in all earnest. The PM also expressed happiness while mentioning the support that states and union territories have provided and that almost all the departments have started working together.প্ৰধানমন্ত্ৰীয়ে ১৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ শুভাৰম্ভ কৰিব
September 16th, 06:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰ, ২০২২ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত সন্ধিয়া ৫:৩০ বজাত ৰাষ্ট্ৰীয় লজিষ্টিক নীতি (এনএলপি) আৰম্ভ কৰিব।প্ৰযুক্তি-সমৰ্থিত বিকাশৰ ওপৰত বাজেটৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 02nd, 10:49 am
আপোনালোক সকলোৱে জানে যে আমি যোৱা দুবছৰ ধৰি এটা নতুন পৰম্পৰা আৰম্ভ কৰিছো। এটা কথা, আমি এমাহ আগতে বাজেট প্ৰস্তুত কৰিছো। আৰু যদি বাজেট ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়, তেন্তে ইয়াৰ মাজতে আমি প্ৰস্তুতি চলাবলৈ দুমাহ সময় পাম। আৰু আমি চেষ্টা কৰি আছো যে বাজেটৰ পৰিপ্ৰেক্ষিতত, সকলো অংশীদাৰ ব্যক্তিগত, ৰাজহুৱা, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, চৰকাৰৰ বিভিন্ন বিভাগ একত্ৰিত হয়।‘প্রযুক্তিভিত্তিক উন্নয়ন’ শীর্ষক ৱেবিনাৰত প্রধানমন্ত্রীৰ ভাষণ
March 02nd, 10:32 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি বাজেট পাছত সপ্তমখন ৱেবিনাৰত বক্তব্য আগবঢ়ায়৷ বাজেটত গৃহীত প্রস্তাৱসমূহ সংশ্লিষ্ট সকলোৰে সৈতে আলোচনাৰ মাধ্যমে উপযুক্তভাৱে ৰূপায়ণৰ বাবে ইয়াত আলোচনা কৰা হৈছে। এই ৱেবিনাৰসমূহ আয়োজনৰ উদ্দ্যেশ্য ব্যাখ্যা কৰি প্রধানমন্ত্রীয়ে কয়, “বাজেটৰ প্রস্তাৱসমূহৰ সৰ্বাধিক সুফল লাভ কৰা আৰু কিদৰে আমি সেয়া দ্রুতগতিত কার্যকৰী কৰিব পাৰো, সেয়া নিশ্চিত কৰিবলৈ এই ৱেবিনাৰৰ মাধ্যমে এক যুটীয়া প্ৰচেষ্টাৰ পৰিকল্পনা কৰা হ’ব৷”This year’s budget has set the ‘Gatishakti’ of India’s development in 21st century: PM Modi
February 28th, 01:05 pm
The Prime Minister, Shri Narendra Modi addressed a webinar on the vision of GatiShakti and its convergence with Union Budget 2022, today. This is sixth webinar in the series of post budget webinars addressed by the Prime Minister.‘ভিছন গতি-শক্তি’ শীৰ্ষক বাজেট-উত্তৰ ৱে’বিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 28th, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিছন গতি-শক্তি তথা কেন্দ্ৰীয় বাজেট ২০২২ৰে ইয়াৰ সামঞ্জস্য সাধন’ শীৰ্ষক এক বাজেট-উত্তৰ ৱে’বিনাৰত ভাষণ প্ৰদান কৰে। বাজেট-উত্তৰ ৱে’বিনাৰ শৃংখলত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা এইটো হৈছে ষষ্ঠটো ভাষণ।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীৰ ধন্যবাদসূচক ভাষণৰ অসমীয়া অনুবাদ
February 07th, 05:33 pm
ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ জনাবলৈ মই উপস্থিত হৈছো। মাননীয় ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত এক স্বাৱলম্বী ভাৰত আৰু এক উচ্চাকাংক্ষী ভাৰতৰ বাবে অতীতৰ প্ৰচেষ্টাৰ বিষয়ে বিস্তৃতভাৱে কৈছে। এই গুৰুত্বপূৰ্ণ ভাষণ সন্দৰ্ভত তেওঁৰ প্ৰতি মন্তব্য আগবঢ়োৱা সকলো সন্মানীয় সদস্যৰ প্ৰতি মই অত্যন্ত কৃতজ্ঞ ৷লোকসভাত ৰাষ্ট্রপতিৰ ভাষণৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রীৰ ধন্যবাদসূচক ভাষণ
February 07th, 05:32 pm
সংসদত ৰাষ্ট্রপতিৰ ভাষণৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি লোকসভাত ধন্যবাদসূচক ভাষণ প্ৰদান কৰে। প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে ভাৰতৰত্ন লতা মংগেশকাৰক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ কয় যে মোৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে মই লতা দিদিক শ্রদ্ধা জনাইছো। সংগীতৰ জৰিয়তে তেওঁ দেশৰ একতাক শক্তিশালী কৰিছিল।