LDF and UDF have pushed Kerala into corruption, misgovernance and appeasement politics: PM Modi in Thiruvananthapuram
January 23rd, 11:47 am
Prime Minister Narendra Modi today addressed a massive public rally in Thiruvananthapuram, Kerala, where he expressed gratitude for the warm reception and overwhelming public enthusiasm. He said that every visit to Kerala fills him with affection and energy and noted that the atmosphere in Thiruvananthapuram reflected a renewed sense of hope and confidence for change in the state.Huge crowd turns up as PM Modi addresses rally in Thiruvananthapuram, Kerala
January 23rd, 11:43 am
Prime Minister Narendra Modi today addressed a massive public rally in Thiruvananthapuram, Kerala, where he expressed gratitude for the warm reception and overwhelming public enthusiasm. He said that every visit to Kerala fills him with affection and energy and noted that the atmosphere in Thiruvananthapuram reflected a renewed sense of hope and confidence for change in the state.১ নৱেম্বৰত ছত্তীশগড় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 31st, 12:02 pm
'দিল কি বাত' কাৰ্যসূচীৰ অংশ হিচাপে দিনৰ প্ৰায় ১০ বজাত তেওঁ নৱ ৰায়পুৰ অটল নগৰৰ শ্ৰী সত্য সাই সঞ্জীৱনী হাস্পতালত 'গিফ্ট অব লাইফ' অনুষ্ঠানত জন্মগত হৃদৰোগৰ সফলতাৰে চিকিৎসা গ্ৰহণ কৰা ২৫০০ শিশুৰ সৈতে মত বিনিময় কৰিব।ডেৰাডুন ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ, উত্তৰাখণ্ডৰ বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে পৰ্যালোচনা বৈঠক
September 11th, 06:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (১১ ছেপ্টেম্বৰ, ২০২৫ত) ডেৰাডুন ভ্ৰমণ কৰি উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ, প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰে।প্ৰধানমন্ত্ৰীয়ে ১৮ জুলাইত বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণ কৰিব
July 17th, 11:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুলাইত বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব। তেখেতে দিনৰ প্ৰায় ১১:৩০ বজাত বিহাৰৰ মতিহাৰীত ৭,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াত তেখেতে এখনি জন সভাও সম্বোধন কৰিব।বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 12:00 pm
ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে
April 24th, 11:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 23rd, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব। তেওঁ মধুবানী ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে পুৱা প্ৰায় ১১:৪৫ বজাত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ উৎসৰ্গা কৰিব। এই উপলক্ষে এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।৩০ মাৰ্চত প্ৰধানমন্ত্ৰীৰ মহাৰাষ্ট্ৰ আৰু ছত্তীশগড় ভ্ৰমণ
March 28th, 02:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ মাৰ্চত মহাৰাষ্ট্ৰ আৰু ছত্তীশগড় ভ্ৰমণ কৰিব। নাগপুৰত পুৱা প্ৰায় ৯ বজাত উপস্থিত হৈ তেওঁ স্মৃতি মন্দিৰত দৰ্শন কৰিব আৰু তাৰ পাছত দীক্ষাভূমিলৈ যাব।কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 01st, 01:00 pm
বাজেটৰ পিছত বাজেটৰ সৈতে জড়িত ৱেবিনাৰত আপোনালোক সকলোৰে উপস্থিতি অতি গুৰুত্বপূৰ্ণ। এই কাৰ্যসূচীত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে
March 01st, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। বাজেট-পৰৱৰ্তী ৱেবিনাৰত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু এই কথাৰ ওপৰত আলোকপাত কৰে যে এই বছৰৰ বাজেট চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট, যিয়ে নীতিসমূহৰ ধাৰাবাহিকতা আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ নতুন সম্প্ৰসাৰণ প্ৰতিফলিত কৰে। বাজেটৰ পূৰ্বে সকলো অংশীদাৰৰ পৰা লাভ কৰা মূল্যৱান তথ্য আৰু পৰামৰ্শক তেওঁ স্বীকাৰ কৰে, যিবোৰ অতি উপযোগী আছিল। তেওঁ জোৰ দি কয় যে এই বাজেটখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।ভাৰত গ্ৰামীণ মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 04th, 11:15 am
মঞ্চত বহি থকা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ জী, বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী জী, ইয়াত উপস্থিত নাবাৰ্ডৰ জ্যেষ্ঠ পৰিচালনা দলৰ সদস্যসকল, আত্মসহায়ক গোটৰ সদস্য, সমবায় বেংকৰ সদস্য, কৃষক উৎপাদন ইউনিয়ন এফ পি অ'ৰ সদস্যসকল, আন সকলো গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলাসকল।PM Modi inaugurates the Grameen Bharat Mahotsav 2025
January 04th, 10:59 am
PM Modi inaugurated Grameen Bharat Mahotsav in Delhi. He highlighted the launch of campaigns like the Swamitva Yojana, through which people in villages are receiving property papers. He remarked that over the past 10 years, several policies have been implemented to promote MSMEs and also mentioned the significant contribution of cooperatives in transforming the rural landscape.প্ৰধানমন্ত্ৰীয়ে ৮-১০ মাৰ্চত অসম, অৰুণাচল প্ৰদেশ, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব
March 08th, 04:12 pm
৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে অসমলৈ যাত্ৰা কৰিব। ৯ মাৰ্চৰ পুৱা প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব। পুৱা ১০:৩০ বজাত তেখেতে ইটানগৰত ‘বিকশিত ভাৰত, বিকশিত উত্তৰ-পূব’ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াতে তেখেতে ছেলা টানেল ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব আৰু প্ৰায় ১০,০০০ কোটি টকা মূল্যৰ উন্নতি আঁচনিৰ শুভাৰম্ভ কৰিব। এই কাৰ্য্যসূচীতে তেখেতে মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত প্ৰায় ৫৫,৬০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১২:১৫ বজাত যোৰহাটত উপস্থিত হৈ প্ৰখ্যাত আহোম সেনাপতি লাচিত বৰফুকনৰ সু-উচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰিব। লগতে যোৰহাটত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে অসমত ১৭,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।গুজৰাটৰ তাৰভত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 22nd, 02:00 pm
আপোনালোক সকলো কেনে আছে? এই গাঁৱৰ পুৰণি যোগীসকলৰ দৰ্শন লাভ কৰিলোঁ, পুৰণি বন্ধুসকলৰ সাক্ষাত লাভ কৰিলোঁ। ভাই, ৱাড়ীনাথে ৰং যোগ কৰিছে, মই আগতেও ৱাড়ীনাথলৈ আহিছো, আৰু বহুবাৰ আহিছোঁ, কিন্তু আজিৰ ঔজ্জ্বল্য বেলেগ ধৰণৰ। পৃথিৱীত কাৰোবাক যিমানেই আদৰণি জনোৱা আৰু সন্মান কৰা নহওঁক কিয়, কিন্তু যেতিয়া ই ঘৰত হয়, ইয়াৰ আনন্দ বেলেগ ধৰণৰ হয়। আজি মোৰ গাঁৱৰ মাজত কিবা এটা দেখা গৈছিল, আৰু মামাৰ ঘৰলৈ আহিলে, ইয়াৰ আনন্দও সুকীয়া হয়, মই দেখা এনে পৰিৱেশৰ আধাৰত, মই ক'ব পাৰোঁ যে শ্ৰদ্ধা আৰু বিশ্বাসত সিক্ত আপোনালোক সকলো ভক্তক মোৰ প্ৰণাম। চাওক কাকতালীয় ঘটনাটো কেনেকুৱা, আজিৰ ঠিক এমাহ আগতে, ২২ জানুৱাৰীত, মই অযোধ্যাত ভগৱান ৰামৰ চৰণত আছিলোঁ।PM dedicates to nation and lays foundation stone for multiple development projects worth more than Rs 13,500 crore in Tarabh, Mahesana, Gujarat
February 22nd, 01:22 pm
Prime Minister Narendra Modi dedicated to the nation and laid the foundation stone for multiple development projects worth more than Rs 13,500 crores in Tarabh, Mahesana, Gujarat. The projects encompass a wide range of sectors such as internet connectivity, rail, road, education, health, connectivity, research and tourism. Addressing the gathering, the Prime Minister underscored the importance of the present moment in the development journey of India as both the ‘Dev Kaaj’ (pine works) and ‘Desh kaaj’ (national tasks) are going on at a rapid pace.বিকশিত ভাৰত বিকশিত গুজৰাট কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 10th, 01:40 pm
গুজৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল, কেনে আছে….আশা কৰো সকলোৰে ভাল। আজি বিকশিত ভাৰত-বিকশিত গুজৰাটৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে। আৰু মই জানিব পাৰিছো যে আজি একেসময়তে গুজৰাটৰ ১৮২ খন বিধানসভা সমষ্টিৰ পৰা, গুজৰাটৰ প্ৰতিটো কোণৰ পৰা লাখ লাখ লোক প্ৰযুক্তিৰ জৰিয়তে সংযুক্ত হৈ আছে। আপোনালোক সকলোৱে ইমান উৎসাহেৰে বিকশিত গুজৰাটৰ যাত্ৰাত যোগদান কৰিছে... মই আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত, বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে
February 10th, 01:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য আৱাস যোজনাৰ অধীনত সমগ্ৰ গুজৰাটত নিৰ্মিত ১.৩ লাখৰো অধিক ঘৰৰ উদ্বোধন আৰু ভূমি পূজন সম্পন্ন কৰে। তেওঁ আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময়ো কৰে।ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 18th, 12:47 pm
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ দুমাহ সম্পূৰ্ণ হৈছে। এই যাত্ৰাত যি ‘বিকাশ ৰথ’এ (উন্নয়ন ৰথ) গতি কৰিছে সেয়া হৈছে ‘বিশ্বাস ৰথ’ (আত্মবিশ্বাস ৰথ), আৰু এতিয়া মানুহে ইয়াক ‘গেৰাণ্টী ৱালা ৰাথ’ (গেৰাণ্টী ৰথ) বুলিও আখ্যা দিছে। কোনো আঁচনিৰ সুবিধা কোনেও হেৰুৱাব নোৱাৰে বুলি বিশ্বাস হৈছে জনসাধাৰণৰ। সেয়ে মোডীৰ গ্যাৰাণ্টেড বাহনখন এতিয়াও গৈ নোপোৱা গাঁওবোৰত ৰাইজে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে। প্ৰথম অৱস্থাত আমি ২৬ জানুৱাৰীলৈকে এই যাত্ৰাৰ পৰিকল্পনা কৰিছিলোঁ, কিন্তু ইমান সমৰ্থন আৰু চাহিদা বৃদ্ধিৰ লগে লগে প্ৰতিখন গাঁৱৰ মানুহে কৈছে যে মোডীৰ নিশ্চয়তাযুক্ত বাহনখন নিজৰ ঠাইলৈ আহিব লাগে। যিহেতু মই এই বিষয়ে জানিব পাৰিছো, তেতিয়াৰ পৰাই মই আমাৰ চৰকাৰী বিষয়াসকলক কৈছো যে ২৬ জানুৱাৰীৰ পিছত ইয়াক অলপ বৃদ্ধি কৰক। মানুহক ইয়াৰ প্ৰয়োজন আৰু তেওঁলোকৰ দাবীও আছে, সেয়েহে, আমি ইয়াক পূৰণ কৰিব লাগিব। সেয়ে হয়তো কিছুদিনৰ পাছত সিদ্ধান্ত লোৱা হ’ব যে ফেব্ৰুৱাৰী মাহতো মোডীৰ এই গেৰাণ্টেড বাহন চলি থাকিব।বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
January 18th, 12:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সহস্ৰাধিক হিতাধিকাৰীয়ে যোগদান কৰে। কাৰ্যসূচীত কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্য্যায়ৰ প্ৰতিনিধিয়েও যোগদান কৰে।