প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছত জেভলিন থ্ৰোত ৰূপৰ পদক জয় কৰাৰ বাবে প্ৰদীপ কুমাৰক অভিনন্দন জনাইছে
October 27th, 05:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত পুৰুষৰ জেভলিন থ্ৰো-এফ ৫৪ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰদীপ কুমাৰক অভিনন্দন জনাইছে।