এছিয়ান পেৰা গেমছ ২০২২ত মহিলা পেৰা কেন’ কেএল২ ইভেণ্টত প্ৰাচী যাদৱৰ স্বৰ্ণজয়, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
October 24th, 01:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছ ২০২২ত মহিলা পেৰা কেন’ কে এল ২ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰাৰ বাবে প্ৰাচী যাদৱক অভিনন্দন জ্ঞাপন কৰিছে।এছিয়ান পেৰা গেমছ ২০২২ত মহিলাৰ পেৰা কেন’ইং শাখাৰ ভিএল২ ফাইনেলত ৰূপৰ পদক অৰ্জন প্ৰাচী যাদৱৰ, প্ৰধানমন্ত্ৰীৰ অভিনন্দন
October 23rd, 11:22 am
চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছ ২০২২ত পেৰা কেন’ইং মহিলাৰ ভিএল২ ফাইনেলত ৰূপৰ পদক লাভ কৰা প্ৰাচী যাদৱক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।