কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 25th, 04:40 pm
আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। ৰাতিপুৱা মই ৰামায়ণৰ নগৰ অযোধ্যাত আছিলো আৰু এতিয়া মই গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছো। শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছো। মই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 25th, 04:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। তেওঁ কয় যে ৰাতিপুৱা তেওঁ ৰামায়ণৰ নগৰ অযোধ্যাত আছিল আৰু এতিয়া তেওঁ গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছে। তেওঁ উল্লেখ কৰে যে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনায়।প্ৰধানমন্ত্ৰীয়ে ৯ নৱেম্বৰত দেৰাডুন ভ্ৰমণ কৰিব
November 08th, 09:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ নৱেম্বৰত দেৰাডুন ভ্ৰমণেৰে দিনৰ প্ৰায় ১২:৩০ বজাত উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে এটি স্মাৰক ডাকটিকট মুকলিৰ লগতে সমবেতসকলক সম্বোধন কৰিব।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 31st, 06:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। তেওঁ কয় যে যেতিয়াই তেওঁ এনে সমাৱেশৰ মাজলৈ আহে, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰে। এই অনুভূতিৰ কাৰণ তেওঁ স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। উপস্থিত সকলো চিন্তকৰ সৈতে তেওঁৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোনৰ কথা উল্লেখেৰে কয় যে তেওঁলোকে তেওঁক বাৰে-বাৰে তেওঁলোকৰ মাজত থকাৰ সুযোগ দিছে। তেওঁ উল্লেখ কৰে যে যেতিয়াই তেওঁলোকক লগ পায় আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰে, তেতিয়াই তেওঁৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
October 14th, 01:15 pm
ছবছৰৰ অন্তত মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ এক অতি বিশেষ অনুষ্ঠান। এই ভ্ৰমণ ভাৰত আৰু মংগোলিয়াই কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ আৰু কৌশলগত অংশীদাৰিত্বৰ ১০ বছৰ উদযাপন কৰাৰ সময়তে হৈছে। এই উপলক্ষে আমি আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্য, বৈচিত্ৰ্য আৰু গভীৰ সভ্যতামূলক সম্পৰ্কৰ প্ৰতীক হিচাপে এটা যৌথ ডাক ষ্টাম্প জাৰি কৰিছো।‘শ্ৰীল প্ৰভুপাদজী’ৰ ১৫০ সংখ্যক বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 08th, 01:00 pm
হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! আজি আপোনালোকে ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ‘ভাৰত মণ্ডপম’ৰ ভব্যতা আৰু অধিক বৃদ্ধি পালে। এই ভৱনটোৰ ধাৰণা ‘ভগৱান বাসৱেশ্বৰ’ৰ ‘অনুভৱ মণ্ডপম’ৰ সৈতে সম্পৰ্কিত। প্ৰাচীন ভাৰতত ‘অনুভৱ মণ্ডপম’ আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। ‘অনুভৱ মণ্ডপম’ জনকল্যাণৰ বাবে অনুভূতি আৰু সংকল্পৰ শক্তিকেন্দ্ৰ আছিল। আজি ‘শ্ৰীল ভক্তিসিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদ’ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ‘ভাৰত মণ্ডপম’ত একে ধৰণৰ শক্তিকে দেখিবলৈ পোৱা গৈছে। আমি এইটোও কল্পনা কৰিছিলো যে এই ভৱনটো ভাৰতৰ আধুনিক সামৰ্থ্য আৰু ইয়াৰ প্ৰাচীন মূল্যবোধ দুয়োটাৰ কেন্দ্ৰ হৈ উঠক। মাত্ৰ কেইমাহমান আগতে, ‘জি-২০ সন্মিলন’ৰ জৰিয়তে ইয়াৰ পৰাই নতুন ভাৰতৰ সামৰ্থ্যৰ দৰ্শন হৈছিল। আৰু আজি 'বিশ্ব বৈষ্ণৱ সন্মিলন' অনুষ্ঠিত কৰিবলৈ এই কেন্দ্ৰই ইমান পবিত্ৰ সৌভাগ্য লাভ কৰিছে। আৰু এয়াইতো হৈছে নতুন ভাৰতৰ ছবি... য'ত বিকাশ আছে, আৰু ঐতিহ্যও আছে, দুয়োৰে সঙ্গম সমাৱেশিত হৈছে। য'ত আধুনিকতাক আদৰণি জনোৱা হৈছে, আৰু নিজৰ পৰিচিতিক লৈ গৌৰৱো কৰা হৈছে।শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকীৰ কাৰ্যসূচীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 08th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰীল প্ৰভুপাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায় আৰু তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰে। গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে বৈষ্ণৱ ধৰ্মৰ মৌলিক ধাৰণাবোৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।শ্ৰী অৰবিন্দৰ ১৫০তম জন্ম জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 13th, 06:52 pm
শ্ৰী অৰবিন্দৰ ১৫০তম জন্ম জয়ন্তী বৰ্ষৰ এই মহত্বপূৰ্ণ কাৰ্যক্ৰমত আপোনালোক সকলোকে মই হৃদয়ৰে অভিনন্দন জনাইছো। এই পূণ্য সময়ত মই সকলো দেশবাসীকো বহুত বহুত শুভকামনা জনাইছো। শ্ৰী অৰবিন্দৰ ১৫০তম জন্মবৰ্ষ সমগ্ৰ দেশৰ বাবে এটা ঐতিহাসিক উপলক্ষ। তেওঁৰ প্ৰেৰণা, তেওঁৰ বিচাৰসমূহ আমাৰ নতুন প্ৰজন্মলৈ লৈ যাবৰ বাবে দেশে এই সমগ্ৰ বছৰটো বিশেষভাৱে পালন কৰাৰ সংকল্প লৈছিল। ইয়াৰ বাবে এখন বিশেষ উচ্চ স্তৰীয় সমিতি গঠন কৰা হৈছিল। সংস্কৃতি মন্ত্ৰালয়ৰ নেতৃত্বত বহুত ভিন ভিন কাৰ্যক্ৰম হৈ আছে। এই ক্ৰমতে পুডুচেৰীৰ মাটিত, যি মহৰ্ষিৰ নিজৰ তপোস্থলীও, আজি ৰাষ্ট্ৰই তেওঁক আৰু এক কৃতজ্ঞ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰি আছে। আজি শ্ৰী অৰবিন্দৰ ওপৰত এটা স্মৃতি মুদ্ৰা আৰু পোষ্টেল ষ্টাম্পো জাৰি কৰা হৈছে। মোৰ বিশ্বাস যে শ্ৰী অৰবিন্দৰ জীৱন আৰু তেওঁৰ শিক্ষাৰ পৰা প্ৰেৰণা লৈ ৰাষ্ট্ৰৰ এই প্ৰয়াসে আমাৰ সংকল্পক এটা নতুন শক্তি দিব, নতুন বল দিব।PM addresses programme commemorating Sri Aurobindo’s 150th birth anniversary via video conferencing
December 13th, 06:33 pm
The Prime Minister, Shri Narendra Modi addressed a programme celebrating Sri Aurobindo’s 150th birth anniversary via video conferencing today in Kamban Kalai Sangam, Puducherry under the aegis of Azadi ka Amrit Mahotsav. The Prime Minister also released a commemorative coin and postal stamp in honour of Sri Aurobindo.Rule of Law has been the basis of our civilization and social fabric: PM
February 06th, 11:06 am
PM Modi addressed Diamond Jubilee celebrations of Gujarat High Court. PM Modi said, Our judiciary has always interpreted the Constitution positively and strengthened it. Be it safeguarding the rights of people or any instance of national interest needed to be prioritised, judiciary has always performed its duty.প্ৰধানমন্ত্ৰীয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ভাষণ দিয়
February 06th, 11:05 am
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ভাষণ দিয়ে। তেওঁ উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ষাঠী বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটা স্মাৰক ডাক টিকটো জাৰি কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী, উচ্চতম ন্যায়ালয় আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু ল ফ্ৰেটাৰনিটিৰ সদস্যসকল এই উপলক্ষে উপস্থিত থাকে।৬ ফেব্ৰুৱাৰীত গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী সমাৰোহ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়
February 04th, 08:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৬ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী সমাৰোহ সম্বোধন কৰিব। তেখেতে তদুপৰি উচ্চ ন্যায়ালয়খনিৰ প্ৰতিষ্ঠাৰ ষাঠি বছৰ পূৰ্তি উপলক্ষে এটি স্মাৰক ডাক টিকট উন্মোচন কৰিব।চৌৰি চৌৰাৰ শ্বহীদক উপযুক্ত মৰ্যাদা দিয়া হোৱা নাইঃ প্রধানমন্ত্র
February 04th, 05:37 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ইতিহাসৰ পাতত চৌৰি চৌৰাৰ শ্বহীদসকলক উপযুক্ত মর্যাদা দিয়া হোৱা নাই বুলি আজি উদ্বেগ প্রকাশ কৰে৷ তেওঁ কয় যে যিসকল শ্বহীদ আৰু স্বাধীনতা সংগ্রামী কম পৰিচিত তেওঁলোকৰ ঘটনাৱলীক জনতাৰ মাজলৈ অনাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। দেশে স্বাধীনতাৰ ৭৫ বছৰত প্রৱেশ কৰাৰ সময়ত এই ঘটনাবোৰ আৰু অধিক প্রাসংগিক হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে উত্তৰপ্রদেশৰ গোৰখপুৰৰ চৌৰি চৌৰাৰ ঘটনাৰ শতবার্ষিকী উদযাপনৰ উদ্বোধনৰ সময়ত এইদৰে কয়৷Chauri Chaura holds a significant place in India's freedom struggle: PM Modi
February 04th, 02:37 pm
PM Narendra Modi inaugurated ‘Chauri Chaura’ Centenary Celebrations at Chauri Chaura, Gorakhpur, Uttar Pradesh. Saluting the brave martyrs, the Prime Minister said the sacrifice made at Chauri-Chaura, gave a new direction to the country’s freedom struggle. He said the incident which happened hundred years ago in Chauri Chaura was not just an arson incident but the message of Chauri Chaura was far wider.প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘চৌৰি চৌৰা’ শতবাৰ্ষিকী মহোৎস
February 04th, 02:36 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ যোগেদি উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি-চৌৰাত ‘চৌৰি-চৌৰা’ শতাব্দী সমাৰোহৰ উদঘাটন কৰে৷ আজি চৌৰি-চৌৰা ঘটনাৰ শতবৰ্ষ সম্পূৰ্ণ হৈছে৷ এই ঘটনা স্বতন্ত্ৰতাৰ বাবে দেশৰ যুদ্ধৰ এক ঐতিহাসিক ঘটনা হিচাপে পৰিগণিত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে চৌৰি-চৌৰাৰ শতাব্দী সমাৰোহৰ বাবে সমৰ্পিত এক ডাক-টিকট মুকলি কৰে৷ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো এই অনুষ্ঠানত উপস্থিত আছিল৷Prime Minister Shri Narendra Modi to inaugurate ‘Chauri Chaura’ Centenary Celebrations on 4th February
February 02nd, 12:23 pm
PM Narendra Modi will inaugurate the Chauri Chaura Centenary Celebrations at Chauri Chaura, Gorakhpur, Uttar Pradesh, on 4th February 2021. The day marks 100 years of the ‘Chauri Chaura’ incident, a landmark event in the country’s fight for independence.প্ৰধানমন্ত্ৰীয়ে ২৫ নৱেম্বৰত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি
November 23rd, 01:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ২৫ নৱেম্বৰ বুধবাৰে, বিয়লি ৫-৩০ মিনিটত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ১৯২০ চনত এই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল। এইবছৰ এই প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ শতবাৰ্ষিকী উদযাপন কৰা হৈছে।কাইলৈ ‘শ্রী ৰাম জন্মভূমি মন্দিৰ’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্রীয়ে
August 04th, 07:07 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অযোধ্যাত ‘শ্রী ৰাম জন্মভূমি মন্দিৰ’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্রীয়েবাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ কালত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰা যুটীয়া বিবৃতি
October 05th, 06:40 pm
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই সম্পৰ্কৰ বুনিয়াদ গঢ়া পৰস্পৰৰ উমৈহতীয়া ঐতিহাসিক পটভূমি, সংস্কৃতি, ভাষা, ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শৰ লগতে অন্যান্য বৈশিষ্ট্যসমূহৰ কথা স্মৰণ কৰে।PM Modi presents Yoga Awards & launches 10 AYUSH centers
August 30th, 11:00 am
Prime Minister Narendra Modi presents Yoga Awards & launches 10 AYUSH centers.