জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে ভাৰত-কোৰিয়া গণৰাজ্যৰ বিস্তৃত কাঠামো
April 20th, 10:51 pm
২০২৬ চনৰ ২০ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ভাৰত ভ্ৰমণ কৰাৰ সময়তে দুয়োপক্ষই জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে তেওঁলোকৰ চৰকাৰী সংস্থা তথা ব্যক্তিগত সত্তাসমূহৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ বিশয়ত মত বিনিময় কৰে।ফলাফলৰ তালিকা: কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
April 20th, 03:57 pm
ভাৰত-কোৰিয়া গণৰাজ্যৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ বাবে যুটীয়া কৌশলগত দৃষ্টিভংগী গ্ৰহণমন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
March 29th, 11:30 am
চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।টিভি৯ সন্মিলন ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 23rd, 08:30 pm
শেহতীয়া সময়ত মই এবাৰ বা দুবাৰকৈ টিভি৯ ভাৰতবৰ্ষ চোৱাৰ সুযোগ পাইছো। সাধাৰণতে, আপোনাৰ মনোযোগ যুদ্ধ আৰু মিছাইলৰ ওপৰত বেছি থাকে আৰু আজিকালি আপোনাক বিষয়বস্তুৰে অতিৰিক্ত তথ্য প্ৰদান কৰা হৈছে। ডাঙৰ দেশবোৰে টিভি৯ক ইমান তথ্য প্ৰদান কৰিবলৈ সংকল্পবদ্ধ যেন লাগে। কিন্তু ক’বলৈ গ’লে আজি বিশ্বই যি গুৰুতৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে সেয়া অভূতপূৰ্ব আৰু অত্যন্ত গুৰুতৰ। এই পৰিস্থিতিৰ মাজত টিভি৯ নেটৱৰ্কে ধাৰণাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ মঞ্চ সৃষ্টি কৰিছে। এই সন্মিলনত আপোনালোক সকলোৱে ‘ভাৰত আৰু বিশ্ব’ বিষয়ৰ ওপৰত আলোচনা কৰি আছে। মই আপোনালোকক অভিনন্দন জনাইছো, এই সন্মিলনৰ বাবে মোৰ শুভেচ্ছা জনাইছো আৰু সকলো অতিথিক আদৰণি জনাইছো।টিভি৯ নেটৱৰ্ক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 23rd, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'ভাৰত আৰু বিশ্ব' শীৰ্ষক বিষয়বস্তুৰ সন্দৰ্ভত টিভি৯ সন্মিলনত ভাষণ প্ৰদান কৰে। অভূতপূৰ্ব আৰু গুৰুতৰ বৈশ্বিক পৰিস্থিতিৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত মত বিনিময়ৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিয়াৰ বাবে টিভি৯ নেটৱৰ্কক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয়, আজি সমগ্ৰ বিশ্বই এক অভূতপূৰ্ব আৰু অতিশয় ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে টিভি৯ নেটৱৰ্কে ইয়াৰ চিন্তা-চৰ্চাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিছে।List of Outcomes: Visit of Prime Minister to Thailand
April 03rd, 08:36 pm
PM Modi and Prime Minister of Thailand Shinawatra made Joint Declaration on the Establishment of India-Thailand Strategic Partnership. They witnessed exchange of Memorandum of Understanding (MoUs) including MoU on Cooperation in the field of Digital Technologies, MoU for development of National Maritime Heritage Complex (NMHC) at Lothal, Gujarat.Eastern India is a growth engine in the development of the country, Odisha plays a key role in this: PM
January 28th, 11:30 am
PM Modi inaugurated the Utkarsh Odisha – Make in Odisha Conclave 2025 in Bhubaneswar, highlighting Eastern India's role in national growth. He emphasized Odisha's historical trade significance, growing opportunities, and its potential to lead in various industries. The PM encouraged investors to seize the moment for Odisha’s development and praised the state’s contributions to New India’s progress.PM Modi inaugurates the 'Utkarsh Odisha' - Make in Odisha Conclave 2025 in Bhubaneswar
January 28th, 11:00 am
PM Modi inaugurated the Utkarsh Odisha – Make in Odisha Conclave 2025 in Bhubaneswar, highlighting Eastern India's role in national growth. He emphasized Odisha's historical trade significance, growing opportunities, and its potential to lead in various industries. The PM encouraged investors to seize the moment for Odisha’s development and praised the state’s contributions to New India’s progress.উৰিষ্যাৰ ভুৱনেশ্বৰত ‘অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 09th, 10:15 am
ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল! ‘ভগৱান জগন্নাথ’ আৰু ‘ভগৱান লিঙ্গৰাজ’ৰ এই পবিত্ৰ ভূমিত মই সমগ্ৰ বিশ্বৰ পৰা অহা মোৰ ভাৰতীয় প্ৰবাসী পৰিয়ালসমূহক আদৰণি জনাইছোঁ। আৰম্ভণিতে গোৱা আদৰণি গীতটো, সমগ্ৰ বিশ্বৰ য'তেই ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব এই আদৰণি গীতটো ভৱিষ্যতে বাৰে বাৰে বজোৱা হ'বই বুলি মই ন-দি ক’ব পাৰো। আপোনালোকক অভিনন্দন। আপোনালোকৰ দলে এগৰাকী প্ৰবাসী ভাৰতীয়ৰ আবেগ সুন্দৰভাৱে প্ৰকাশ কৰিছে, আপোনালোকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে
January 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে। বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো প্ৰতিনিধি আৰু প্ৰবাসী লোকসকলক আদৰণি জনাই শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে ভৱিষ্যতে প্ৰবাসী ভাৰতীয়ৰ ভিন্ন অনুষ্ঠানত উদ্বোধনী গীতটো পৰিবেশন কৰা হ’ব বুলি আশা প্ৰকাশ কৰে। তেখেতে গ্ৰেমী বঁটা বিজয়ী শিল্পী ৰিকি কেজ আৰু তেওঁৰ টীমটোক প্ৰশংসাৰে কয় যে প্ৰবাসী ভাৰতীয়ৰ আৱেগ আৰু অনুভৱৰ অনুৰণন ঘটা গীতটি আশ্চৰ্য্যকৰ।ভিন্ন-আৰ্হিৰ সংযোগৰ বাবে পিএম গতি শক্তি, নেচনেল মাষ্টাৰ প্লেন মুকলি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 13th, 11:55 am
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী নিতিন গাডকাৰী জী, শ্ৰী পীযুষ গোয়েল জী, শ্ৰী হৰদীপ সিংহ পুৰী জী, শ্ৰী সৰ্বানন্দ সোণোৱাল জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী ৰাজ কুমাৰ সিংহ জী, বেলেগ বেলেগ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী, লেফ্টেনেণ্ট গৱৰ্নৰ্ছ, ৰাজ্য মন্ত্ৰীসভাৰ সদস্য, উদ্যোগ জগতৰ বন্ধু, অন্য মহানুভৱ আৰু মোৰ মৰমৰ ভাই আৰু ভনীসকল,Prime Minister launches PM Gati Shakti
October 13th, 11:54 am
Prime Minister Modi launched PM Gati Shakti - National Master Plan for multi-modal connectivity. He said that the masterplan will give Gati Shakti to 21st century India. “We have not only developed a work culture of completing the projects in time but efforts are to complete the projects ahead of time”, he added.ভাৰত আৰু বাংলাদেশৰ মাজত ‘মৈত্ৰী সেতু’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 09th, 11:59 am
ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ৰমেশ বইছ জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী বিল্পৱ দেৱ জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী জিষ্ণু দেৱ বাৰ্মা জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, সাংসদ আৰু বিধায়কসকলৰ লগতে ত্ৰিপুৰাৰ মোৰ ভাই-ভনীসকল৷ আপোনালোক সকলোকে পৰিৱৰ্তনৰ, ত্ৰিপুৰাৰ বিকাশ যাত্ৰাৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বহুত বহুত অভিনন্দন জনাইছো৷ বহুত বহুত শুভকামনা জনাইছো৷প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বাংলাদেশৰ মাজত ‘মৈত্ৰী সেতু’ উদ্বোধন কৰে
March 09th, 11:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ভাৰত আৰু বাংলাদেশৰ মাজত মৈত্ৰী সেতু উদ্বোধন কৰে। তেওঁ ত্ৰিপুৰাত আন কেইবাটাও আন্তঃগাথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। ত্ৰিপুৰাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তা বজাই শুনোৱা হয়।মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২১ৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
March 02nd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১’ উদ্বোধন কৰে। এই কাৰ্যসূচীত ডেনমাৰ্কৰ পৰিবহণ মন্ত্ৰী শ্ৰীযুত বেনি এনলেব্রেক্ট, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী মনসুখ মান্দাবিয়া উপস্থিত থাকে।মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
March 02nd, 10:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১’ উদ্বোধন কৰে। এই কাৰ্যসূচীত ডেনমাৰ্কৰ পৰিবহণ মন্ত্ৰী শ্ৰীযুত বেনি এনলেব্রেক্ট, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী মনসুখ মান্দাবিয়া উপস্থিত থাকে।তামিলনাডুৰ কোৱেম্বাতুৰত এলানি উন্নয়নমূলক প্রকল্পৰ সূচনাত প্রধানমন্ত্রীৰ ভাষণ
February 25th, 04:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনএলচিআইএলৰ ১০০০ মেগাৱাটৰ নেভেলী নতুন তাপ শক্তি প্ৰকল্প আৰু ৭০৯ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা কৰে। তেওঁ ভি.অ’ চিদাম্বৰণৰ বন্দৰত এটা ৫ মেগাৱাটৰ গ্ৰীড সংযুক্ত গ্ৰাউণ্ড সৌৰ শক্তি প্ৰকল্পৰ ডিজাইনৰ আধাৰশিলা স্থাপন কৰে। তেওঁ ৯খন স্মাৰ্ট চিটীত ইণ্টিগ্ৰেটেড ক’মাণ্ড এণ্ড ক’ণ্ট্ৰোল চেণ্টাৰছ(আইচিচিচি)ৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ)ৰ অধীনত নিৰ্মাণ হোৱা আৱাসগৃহ আৰু ভি.অ’ চিদাম্বৰণৰ বন্দৰত ৮ লেনযুক্ত কোৰামপাল্লম দলং আৰু ৰেল অভাৰব্ৰীজ উদ্বোধন কৰে। তামিলনাডুৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী অনু্ঠানত উপস্থিত থাকে।প্ৰধানমন্ত্ৰীয়ে ক’ইম্বাট’ৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে
February 25th, 04:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনএলচিআইএলৰ ১০০০ মেগাৱাটৰ নেভেলী নতুন তাপ শক্তি প্ৰকল্প আৰু ৭০৯ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা কৰে। তেওঁ ভি.অ’ চিদাম্বৰণৰ বন্দৰত এটা ৫ মেগাৱাটৰ গ্ৰীড সংযুক্ত গ্ৰাউণ্ড সৌৰ শক্তি প্ৰকল্পৰ ডিজাইনৰ আধাৰশিলা স্থাপন কৰে। তেওঁ ৯খন স্মাৰ্ট চিটীত ইণ্টিগ্ৰেটেড ক’মাণ্ড এণ্ড ক’ণ্ট্ৰোল চেণ্টাৰছ(আইচিচিচি)ৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ)ৰ অধীনত নিৰ্মাণ হোৱা আৱাসগৃহ আৰু ভি.অ’ চিদাম্বৰণৰ বন্দৰত ৮ লেনযুক্ত কোৰামপাল্লম দলং আৰু ৰেল অভাৰব্ৰীজ উদ্বোধন কৰে। তামিলনাডুৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী অনু্ঠানত উপস্থিত থাকে।Won't spare those who sponsor terrorism: PM Modi
March 04th, 07:01 pm
PM Narendra Modi launched various development works in Ahmedabad today. Addressing a gathering, PM Modi cautioned the sponsors of terrorism and assured the people that strict action will be taken against elements working against the nation.প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদত মুকলি কৰিলে ভালেমান প্ৰকল্প
March 04th, 07:00 pm
প্ৰধানমন্ত্ৰীশ্রীনৰেন্দ্ৰমোদীয়েআজি আহমেদাবাদভ্ৰমণকৰে। এই ভ্ৰমণকালতে তেওঁ ভালেমান উন্নয়নমূলকপ্ৰকল্পও মুকলি কৰে।