Prime Minister meets with the President of Trinidad and Tobago

July 04th, 11:37 pm

PM Modi met Trinidad & Tobago President Kangaloo and the two leaders reflected on the enduring bonds shared by the two countries, anchored by strong people-to-people ties. PM Modi conveyed his sincere gratitude for the conferment of the ‘Order of the Republic of Trinidad and Tobago’—describing it as an honour for the 1.4 billion people of India.

প’ৰ্ট অৱ স্পেইনত ত্ৰিনিদাদৰ গায়ক ৰাণা মোহিপৰে মিলিত প্ৰধানমন্ত্ৰী

July 04th, 09:42 am

প’ৰ্ট অৱ স্পেইনত অনুষ্ঠিত নৈশ ভোজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবছৰমান পূৰ্বে মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী উদযাপনৰ সময়ত ‘বৈষ্ণৱ জন তো’ শীৰ্ষক ভজনটো গোৱা ত্ৰিনিদাদৰ গায়ক ৰাণা মোহিপৰে মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে প’ৰ্ট অৱ স্পেইনত ভোজপুৰী চৌতাল প্ৰদৰ্শন কাৰ্য্যৰ শলাগ লয়

July 04th, 09:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প’ৰ্ট অৱ স্পেইনত ভাৰত-ত্ৰিনিদাদ আৰু টোবাগোৰ মাজৰ চিৰস্থায়ী সাংস্কৃতিক বন্ধনত আলোকপাতেৰে স্পন্দনশীল ভোজপুৰী চৌতাল প্ৰদৰ্শন কাৰ্য্যৰ শলাগ লয়।

ত্ৰিনিদাদ আৰু টোবাগ'ৰ ৰাজ্যিক ভ্ৰমণৰ বাবে পৰ্ট অৱ স্পেইনত উপস্থিত প্ৰধানমন্ত্ৰী

July 04th, 02:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ত্ৰিনিদাদ আৰু টোবাগ’ গণৰাজ্যৰ পৰ্ট অৱ স্পেইনত ৰাজ্যিক ভ্ৰমণৰ বাবে উপস্থিত হয়। প্ৰধানমন্ত্ৰীয়ে ৩-৪ জুলাই তাৰিখে দেশখন ভ্ৰমণ কৰিব। ১৯৯৯ৰ পাছত প্ৰথমবাৰলৈ কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ত্ৰিনিদাদ আৰু টোবাগ’লৈ দ্বিপাক্ষিক ভ্ৰমণ কৰিছে।