মহামান্য পোপ লিও চতুৰ্থলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

May 09th, 02:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা মহামান্য পোপ লিও চতুৰ্থক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কেথলিক গীৰ্জাৰ পোপৰ নেতৃত্বক প্ৰশংসা কৰি বিশ্ব শান্তি, সম্প্ৰীতি, সংহতি আৰু সেৱাৰ প্ৰচাৰত ইয়াৰ গভীৰ গুৰুত্বৰ কথা উল্লেখ কৰে।