PM Modi offers prayers at Arulmigu Subramaniyaswamy Temple, Thirupparankundram in Madurai

March 01st, 07:36 pm

PM Modi visited and offered prayers at the Arulmigu Subramaniyaswamy Temple in Thirupparankundram, Madurai. He sought blessings for the peace, prosperity, and well-being of all citizens.

প্ৰধানমন্ত্ৰীয়ে সোমনাথ ভ্ৰমণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে

January 10th, 11:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সোমনাথ ভ্ৰমণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে।

জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ১৫ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব গুজৰাটৰ নৰ্মদা জিলা

November 14th, 11:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। তেওঁ দিনৰ ১২.৪৫ বজাৰ আশে-পাশে নৰ্মদা জিলাৰ দেৱমোগ্ৰা মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা-অৰ্চনা কৰিব। তাৰ পাছত, দুপৰীয়া প্ৰায় ২.৪৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰ্মদা জিলাৰ ডেডিয়াপাড়া ভ্ৰমণ কৰিব আৰু ধৰতী আৱা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ ৯,৭০০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে সমাৱেশত ভাষণ আগবঢ়াব।

ত্ৰিপুৰাৰ উদয়পুৰৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

September 22nd, 09:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ উদয়পুৰৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত প্ৰাৰ্থনা কৰে। শ্ৰী মোদীয়ে কয় যে মোৰ প্ৰিয় ভাৰতবাসীৰ মংগল আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।

১১ এপ্ৰিলত উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 09th, 09:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ এপ্ৰিলত উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ বাৰাণসীলৈ যাত্ৰা কৰিব আৰু পুৱা প্ৰায় ১১ বজাত তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে ৩,৮৮০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

৬ মাৰ্চত উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

March 05th, 11:18 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মাৰ্চত উত্তৰাখণ্ড ভ্ৰমণ কৰিব। পুৱা প্ৰায় ৯:৩০ বজাত তেওঁ মুখোৱা মা গংগাৰ শীতকালীন প্ৰবাসস্থলত পূজা আৰু দৰ্শন কৰিব। পুৱা প্ৰায় ১০:৪০ বজাত তেওঁ ট্ৰেক আৰু বাইক ৰেলীৰ ফ্লেগ অফ কৰিব আৰু লগতে হৰচিলত ৰাজহুৱা অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ শ্ৰী উজ্জয়িনী মহাকালী দেৱস্থানমত প্ৰাৰ্থনা কৰে

March 05th, 11:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ শ্ৰী উজ্জয়িনী মহাকালী দেৱস্থানমত প্ৰাৰ্থনা কৰে।

গুজৰাটৰ দ্বাৰকাধীশ মন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ

February 25th, 01:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দ্বাৰকাধীশ মন্দিৰ পৰিদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে বেইট দ্বাৰকাৰ ‘দ্বাৰকাধিশ মন্দিৰ’ত দৰ্শন আৰু পূজা সমাপন কৰে

February 25th, 12:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেইট দ্বাৰকাৰ ‘দ্বাৰকাধিশ মন্দিৰ’ত দৰ্শন আৰু পূজা সমাপন কৰে।

গুজৰাটৰ মহেছনাৰ ভলিনাথ মহাদেৱ মন্দিৰত পূজা আৰু দৰ্শন সম্পন্ন কৰে প্ৰধানমন্ত্ৰীয়ে

February 22nd, 07:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেছনাৰ ভলিনাথ মহাদেৱ মন্দিৰত পূজা আৰু দৰ্শন সম্পন্ন কৰে।

২২ আৰু ২৩ ফেব্ৰুৱাৰীত গুজৰাট আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

February 21st, 11:41 am

২২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১০:৪৫ বজাত আহমেদাবাদত প্ৰধানমন্ত্ৰীয়ে গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন (জিচিএমএমএফ)ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মহেছানাত উপস্থিত হৈ বলিনাথ মহাদেৱ মন্দিৰত পূজা অৰ্চনা আৰু দৰ্শন কৰিব। দিনৰ প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে মহেছানাৰ তাৰভত ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব য’ত তেওঁ ৮,৩৫০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰায় ৪:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱছাৰীত উপস্থিত হ’ব, য’ত তেওঁ প্ৰায় ১৭,৫০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব। সন্ধিয়া প্ৰায় ৬:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে কাকৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি দুটা নতুন চাপযুক্ত গধুৰ পানী ৰিয়েক্টৰ (পিএইচডব্লিউআৰ) ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।

২২ জানুৱাৰীত অযোধ্যাৰ নৱনিৰ্মিত শ্ৰী ৰাম জনমভূমি মন্দিৰত শ্ৰী ৰামলাল্লাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 21st, 09:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰী, ২০২৪ত দুপৰীয়া প্ৰায় ১২ বজাত অযোধ্যাৰ নৱনিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলল্লাৰ প্ৰাণ প্ৰতিষ্ঠা (অভিষেক) অনুষ্ঠানত অংশগ্ৰহণ কৰিব।ইয়াৰ পূৰ্বে ২০২৩ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰীয়ে এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে শ্ৰী ৰাম জন্মভূমি ট্ৰাষ্টৰ আমন্ত্ৰণ লাভ কৰিছিল।

ধনুষকোড়িৰ কোঠাণ্ডাৰামস্বামী মন্দিৰত দৰ্শন আৰু পূজা সম্পন্ন কৰে প্ৰধানমন্ত্ৰীয়ে

January 21st, 03:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধনুষকোড়িৰ ‘কোঠাণ্ডাৰামস্বামী মন্দিৰ’ত দৰ্শন আৰু পূজা সম্পন্ন কৰে।

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ অৰুলমিগু ৰামনাথাস্বামী মন্দিৰত প্ৰাৰ্থনা কৰে

January 20th, 07:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ অৰুলমিগু ৰামনাথস্বামী মন্দিৰত প্ৰাৰ্থনা কৰে।

তামিলনাডুৰ শ্ৰীৰংগনাথ স্বামী মন্দিৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

January 20th, 07:38 pm

আজি তামিলনাডুৰ শ্ৰীৰঙানাথ স্বামীমন্দিৰত প্ৰাৰ্থনা কৰে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে।

Prime Minister Narendra Modi to visit multiple temples in Tamil Nadu

January 18th, 06:59 pm

Prime Minister Narendra Modi will visit various significant temples in Tamil Nadu on 20-21 January, 2024. On 20th January, the Prime Minister will participate in a programme at Sri Ranganathaswamy Temple in Tiruchirappalli, Tamil Nadu. He will also listen to various scholars reciting verses from the Kamba Ramayanam in this temple. On 21st January, the Prime Minister will perform Darshan and Pooja at Kothandaramaswamy Temple, Dhanushkodi. Near Dhanushkodi, the Prime Minister will also visit Arichal Munai, which is said to be the place from where the Ram Setu was built.

প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ ত্ৰিপ্ৰয়াৰত শ্ৰী ৰামাস্বামী মন্দিৰত দৰ্শন আৰু পূজা-অৰ্চনা কৰে

January 17th, 05:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ত্ৰিপ্ৰয়াৰত শ্ৰী ৰামাস্বামী মন্দিৰত দৰ্শন আৰু পূজা-অৰ্চনা কৰে। শ্ৰী মোদীয়ে সাংস্কৃতিক উপস্থাপনো পৰিদৰ্শন কৰি শিল্পী আৰু বাটুকসকলক সম্বৰ্ধনা জনায়।

PM performs darshan and puja at Guruvayur Temple in Guruvayur, Kerala

January 17th, 01:59 pm

The Prime Minister, Shri Narendra Modi performed darshan and puja at Guruvayur Temple in Guruvayur, Kerala today.

মহাৰাষ্ট্ৰৰ নাচিকৰ শ্ৰী কালাৰাম মন্দিৰ দৰ্শন আৰু পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ

January 12th, 03:18 pm

“নাছিকৰ শ্ৰী কালাৰাম মন্দিৰত প্ৰাৰ্থনা কৰিলোঁ। ঐশ্বৰিক পৰিৱেশত এক অবিশ্বাস্য অনুভূতি অনুভৱ কৰিলোঁ৷ সঁচাকৈয়ে বিনম্ৰ আৰু আধ্যাত্মিক অভিজ্ঞতা। মই মোৰ ভাৰতীয়সকলৰ শান্তি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।”

ছত্তীশগড়ৰ ডোংগৰগড়ত প্ৰধানমন্ত্ৰীয়ে মা বমলেশ্বৰীৰ পূজা সম্পন্ন কৰে

November 05th, 02:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ ডোংগৰগড়ত ‘মা বমলেশ্বৰী’ৰ পূজা সম্পন্ন কৰে আৰু ৰাজ্যখনৰ নাগৰিকসকলৰ সুখ আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰে।