Prime Minister expresses grief over loss of lives due to building collapse in Thane
July 31st, 01:08 pm
The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to the collapse of a building in Thane, Maharashtra.ছিকিমৰ নামচিত সুৰংগ ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ
July 21st, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ নামচিত নিৰ্মাণাৰত সুৰংগ এটা ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে। তেওঁ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলে শীঘ্ৰে আশু আৰোগ্য লাভ কৰাৰ বাবে প্ৰাৰ্থনা জনায়।পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাত নাও দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
July 13th, 09:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাত নাও বুৰি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।কলকাতাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
June 25th, 11:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।বিশাখাপট্টনম তীখা উদ্যোগত সংঘটিত হোৱা দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
June 08th, 07:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশাখাপট্টনম তীখা উদ্যোগত সংঘটিত দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ আপোনজনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰাৰ লগতে আহতসকলৰ অতি সোনকালে আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনায়। তেওঁ উল্লেখ কৰে যে স্থানীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।পঞ্জাৱৰ ফিৰোজপুৰত সংঘটিত দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
June 06th, 06:22 pm
পঞ্জাৱৰ ফিৰোজপুৰ জিলাত সংঘটিত দুৰ্ঘটনাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ আপোনজনক হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।দিল্লীৰ মালৱীয় নগৰত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰাণহানি হোৱা ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
June 03rd, 01:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ মালৱীয় নগৰত সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত হোৱা প্ৰাণহানিক দুখজনক বুলি অভিহিত কৰে। তেওঁ প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে। তেওঁ উল্লেখ কৰে যে এই ঘটনাত প্ৰভাৱিত লোকসকলক কৰ্তৃপক্ষই সকলো সম্ভৱপৰ সহায় আগবঢ়াই আছে।কৰ্ণাটকৰ কাৰৱাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকললৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
May 24th, 06:51 pm
কৰ্ণাটকৰ কাৰৱাৰ জিলাত আজি সংঘটিত এটা মৰ্মান্তিক দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই দুৰ্ঘটনাত আপোনজনক হেৰুওৱাসকললৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হানিত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
May 18th, 01:45 pm
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত দুৰ্ঘটনাত হোৱা প্ৰাণহানিত শোক প্ৰকাশ কৰিছে। এই শোকাৱহ ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়।দিল্লীৰ শ্বাহদৰা জিলাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
May 03rd, 07:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ শ্বাহদৰা জিলাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।মধ্যপ্ৰদেশৰ জবলপুৰত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
May 01st, 12:59 pm
মধ্যপ্ৰদেশৰ জবলপুৰত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।মধ্যপ্ৰদেশৰ ধৰত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 29th, 11:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ধৰত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।কৰ্ণাটকৰ বেংগালুৰুত দেৱাল খহি প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
April 29th, 11:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ বেংগালুৰুত দেৱাল খহি পৰাৰ দুৰ্ভাগ্যজনক ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 23rd, 02:34 pm
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰে। এই শোকাৱহ ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়।কেৰালামৰ ত্ৰিশূৰত এটা আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 21st, 08:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালামৰ ত্ৰিশূৰত এটা আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।উধমপুৰৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 20th, 01:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ উধমপুৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত সংঘটিত দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰীৰ
April 16th, 09:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত সংঘটিত দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।বিহাৰৰ কাটিহাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 11th, 10:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ কাটিহাৰত সংঘটিত কৰুণ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি এই ঘটনাক অত্যন্ত বেদনাদায়ক বুলি অভিহিত কৰে।বিহাৰৰ নালন্দাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
March 31st, 12:50 pm
প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ নালন্দা জিলাত পদপিষ্ট ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে। এই শোকাৱহ ঘটনাত যিসকল লোকে তেওঁলোকৰ আত্মীয়-স্বজনক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনায়।বিহাৰৰ নালন্দাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
March 26th, 11:19 am
প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ নালন্দা জিলাত পদপিষ্ট ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে। এই শোকাৱহ ঘটনাত যিসকল লোকে তেওঁলোকৰ আত্মীয়-স্বজনক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনায়।