বিশাখাপট্টনম তীখা উদ্যোগত সংঘটিত হোৱা দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

June 08th, 07:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশাখাপট্টনম তীখা উদ্যোগত সংঘটিত দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ আপোনজনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰাৰ লগতে আহতসকলৰ অতি সোনকালে আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনায়। তেওঁ উল্লেখ কৰে যে স্থানীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।

পঞ্জাৱৰ ফিৰোজপুৰত সংঘটিত দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

June 06th, 06:22 pm

পঞ্জাৱৰ ফিৰোজপুৰ জিলাত সংঘটিত দুৰ্ঘটনাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ আপোনজনক হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

দিল্লীৰ শ্বাহদৰা জিলাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

May 03rd, 07:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ শ্বাহদৰা জিলাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।

উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত ভৱন খহি প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

March 23rd, 05:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত এটা ভৱন খহি পৰাৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে।

অন্ধ্ৰ প্ৰদেশৰ কাকিনাডাত কাৰখানা বিস্ফোৰণত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

February 28th, 06:45 pm

অন্ধ্ৰ প্ৰদেশৰ কাকিনাডা জিলাৰ এটা কাৰখানাত হোৱা বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। এই শোকাৱহ ঘটনাত আপোনজনক হেৰুওৱা পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ শীঘ্ৰে আৰোগ্য লাভৰ বাবেও প্ৰাৰ্থনা জনায়।

উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

July 15th, 10:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত পথ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদানৰ কথা সাহাৰ্য ঘোষণ কৰে।

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনমত দেৱাল খহি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে

April 30th, 09:53 am

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনমত এখন দেৱাল খহি পৰাৰ ফলত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

কলকাতাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে

April 30th, 09:46 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ বানাসকাণ্ঠাস্থিত এটা ফটকা ফেক্টৰীত সংঘটিত বিস্ফোৰণৰ ফলত হোৱা প্ৰাণ হানিৰ ঘটনাত শোক প্ৰকাশ কৰে

April 01st, 07:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বানাসকাণ্ঠাস্থিত এটা ফটকা ফেক্টৰীত সংঘটিত বিস্ফোৰণৰ ফলত হোৱা প্ৰাণ হানিৰ ঘটনাত শোক প্ৰকাশ কৰে। তেওঁ পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখকৈ টকা আৰু আহতসকলক ৫০,০০০ টকাকৈ অনুগ্ৰহ ৰাশি দিয়াৰ কথা ঘোষণা কৰে।

ৰাজস্থানৰ চিকাৰত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে

October 29th, 07:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চিকাৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ একাকলীন সাহায্য ঘোষণা কৰে।

তামিলনাডুৰ তিৰুপথুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

September 11th, 07:22 pm

তামিলনাডুৰ তিৰুপথুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

PM Announces ex gratia for the victims of the tragic Chamoli electrical accident

July 19th, 09:51 pm

The Prime Minister Shri Narendra Modi has announced ex gratia for the victims of Chamoli electrical accident.

মহাৰাষ্ট্ৰৰ ধুলেত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে

July 04th, 11:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ধুলেত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ অনুদান ঘোষণা কৰে।

উত্তৰ প্ৰদেশৰ ফতেহপুৰত সংঘটিত এক পথ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে

May 16th, 09:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত মানুহৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পীড়িতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান ঘোষণা কৰিছে।

চান্দাউছি আৰু ছিকন্দৰাবাদৰ ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

March 17th, 09:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা চান্দাউছি আৰু ছিকন্দৰাবাদৰ নিহতসকলৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে।

পুঞ্চত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱালোকৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে

September 14th, 04:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুঞ্চত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পীড়িতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান ঘোষণা কৰিছে।

কৰ্ণাটকৰ তুমকুৰ জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

August 25th, 11:18 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ তুমকুৰ জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পিএমএনআৰএফৰপৰা ভুক্তভোগীসকললৈ সাহায্যও ঘোষণা কৰে।

মধ্য প্ৰদেশৰ ধৰত সংঘটিত বাছ দুৰ্ঘটনাত হতাহতসকলৰ বাবে ‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

July 18th, 02:29 pm

মধ্য প্ৰদেশৰ ধৰত সংঘটিত বাছ দুৰ্ঘটনাত নিহতসকলৰ নিকট আত্মীয়লৈ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি’ৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্ঘটনাটোত আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

PM pained by deaths in the building collapse in Mumbai

June 28th, 10:31 pm

The Prime Minister, Shri Narendra Modi has expressed condolences for the victims of the building collapse in Mumbai. He has also announced ex-gratia from PMNRF for the victims.

কৰ্ণাটকৰ হুবলিত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

May 24th, 06:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ হুবলিত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক ২ লাখ টকা আৰু ঘটনাটোত আহত সকলক ৫০,০০০ টকাকৈ অনুদান দিয়াৰ কথাও ঘোষণা কৰে।