ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৫৪০ কিলোমিটাৰ বৃদ্ধি কৰি তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানাৰ ১৭খন জিলাক সামৰি লোৱা পাঁচটা মাল্টিট্ৰেকিং প্ৰকল্পত কেবিনেটৰ অনুমোদন
September 09th, 03:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ৰেল মন্ত্ৰালয়ৰ মুঠ ১০,০২১ কোটি টকা (আনুমানিক) ব্যয়ৰ পাঁচটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছেঃপশ্চিম বংগ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ ১৪ খন জিলাক সামৰি লোৱা তিনিটা মাল্টিট্ৰেকিং প্ৰকল্পত কেবিনেটৰ অনুমোদন, ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৬৫৬ কিলোমিটাৰ বৃদ্ধি কৰা হৈছে
September 09th, 03:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে ৰে’ল মন্ত্ৰালয়ৰ মুঠ ১০,৭৮৩ কোটি টকাৰ ৩টা (তিনিটা) প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছেঃমুঠ মূলধন ব্যয় ৩৫৯৭৩ কোটি টকা ব্যয়েৰে ২২নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফ্ফৰপুৰ-সীতামঢ়ী-সোনবাৰছা খণ্ডক হাইব্ৰিড এন্যুইটি মোডত (এইচ এ এম) চাৰিলেনলৈ উন্নীতকৰণত কেবিনেটৰ অনুমোদন
August 19th, 03:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে বিহাৰৰ ২২নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফ্ফৰপুৰ-সীতামঢ়ী-সোনবাৰছা খণ্ডক চাৰিলেনলৈ উন্নীতকৰণত অনুমোদন জনাইছে। এই প্ৰকল্পটো হাইব্ৰিড এন্যুইটি মোড (এইচ এ এম)ত ৩৫৯০.৭৩ কোটি টকাৰ মুঠ মূলধন ব্যয়েৰে বিকশিত কৰা হ'ব যাৰ মুঠ দৈৰ্ঘ্য ৮২.৫৭৮ কিলোমিটাৰ।পশ্চিমবংগ, ওড়িশা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ আঠখন জিলা সামৰি চাৰিটা মাল্টিট্ৰেক প্ৰকল্পত কেবিনেটৰ অনুমোদন: প্ৰায় ৪১০ কিলোমিটাৰলৈ বৃদ্ধি পাব ভাৰতীয় ৰে’লৰ বৰ্তমানৰ নেটৱৰ্ক
August 19th, 03:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ৯,৪৫০ কোটি টকা ব্যয়সাপেক্ষ চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে:৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 15th, 07:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 06:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।ভাৰতে উদযাপন কৰে ৮০ সংখ্যক স্বাধীনতা দিৱস
August 15th, 06:45 am
৮০ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৪০ কোটি ভাৰতীয়ৰ শক্তি আৰু সংকল্পৰে চালিত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ সপোনৰ বিষয়ে কয়। তেওঁ শান্তি আইন, ৰে’লৱেৰ বৈদ্যুতিকীকৰণ, ভাৰতৰ বাণিজ্যিক চুক্তি, নক্সালবাদৰ অন্ত আৰু বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ৰাষ্ট্ৰক ‘শক্তি কী সপ্তধৰা’ক আঁকোৱালি ল’বলৈ আহ্বান জনায়।অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ৰ সমীপত মঙলদৈ বাইপাছ (১৫.১১ কিলোমিটাৰ) এৰি গুৱাহাটীৰ সমীপৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ৮৯৭০.২০ কোটি টকা ব্যয়সাপেক্ষ মুঠ ১৩৫.৮৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া ঘাইপথ নিৰ্মাণত কেবিনেটৰ অনুমোদন
August 06th, 04:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৩৫.৮৭১কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া গুৱাহাটী-তেজপুৰ কৰিডৰৰ উন্নয়নত অনুমোদন জনাইছে। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় ঘাইপথ (অ’) ৰ অধীনত মুঠ ৮৯৭০.২০ কোটি টকাৰ মূলধনী ব্যয়েৰে বিল্ট-অপাৰেট-ট্ৰেন্সফাৰ (বি অ’ টি) টোল মোডত বিকশিত কৰা হ’ব।অন্ধ্ৰ প্ৰদেশত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
August 01st, 11:45 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।অন্ধ্ৰ প্ৰদেশৰ ভোগাপুৰমত ১৭,৯০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
August 01st, 11:30 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।কেন্দ্ৰীয় কেবিনেটে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ তিনিখন জিলাত ৰেল নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে এটা মাল্টি ট্ৰেকিং প্ৰকল্পত অনুমোদন জনায়। ইয়াৰ দ্বাৰা বৰ্তমানৰ ভাৰতীয় ৰে’লৱে নেটৱৰ্ক প্ৰায় ৪৬ কিলোমিটাৰ সম্প্ৰসাৰিত হ’ব
July 24th, 04:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট কমিটীয়ে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ বল্লাৰী–গুন্তকাল অংশত তৃতীয় আৰু চতুৰ্থটো ৰেলপথ স্থাপনত অনুমোদন জনাইছে। এই প্ৰকল্পটোৰ বাবে প্ৰায় ১,২৬৪ কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে।উত্তৰপ্ৰদেশত হাইব্ৰীড এনুইটি মডেলৰ অধীনত বৰুণা নদীৰ পাৰে পাৰে ৬/৪ লেনযুক্ত এলিভেটেড কৰিডৰ আৰু ইয়াৰ ৰেম্প/লুপ নিৰ্মাণৰ বাবে ১০,৯৯৮.৩২ কোটি টকাৰ সৰ্বমুঠ মূলধনী ব্যয়ত কেবিনেটৰ অনুমোদন
July 15th, 04:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি উত্তৰপ্ৰদেশৰ বাৰাণসী চহৰৰ যান-জঁট হ্ৰাস কৰাৰ উদ্দেশ্যে বৰুণা নদীৰ পাৰে পাৰে ৰাষ্ট্ৰীয় ঘাইপথ-৩১ আৰু বাৰাণসী ৰিং ৰোডক সংযোগ কৰিবলগীয়া ৪৩.২১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা সংযোগকাৰী কৰিডৰ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। এই প্ৰকল্পটোৰ অধীনত মূলত এটা ৬/৪ লেনযুক্ত এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ’ব, য’ত মূল কেৰিজৱে, উৰণ সেতু, লুপ, ৰেম্প আৰু চাৰ্ভিচ ৰোড অন্তৰ্ভুক্ত থাকিব। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা হাইব্ৰীড এনুইটি链 মডেলৰ অধীনত ১০,৯৯৮.৩২ কোটি টকাৰ সৰ্বমুঠ মূলধনী ব্যয়ৰে এই প্ৰকল্পটো ৰূপায়ণ কৰা হ’ব, য’ত ৪,৫৬৫.৩৩ কোটি টকাৰ অসামৰিক নিৰ্মাণ ব্যয় আৰু ৯৩৪.৯১ কোটি টকাৰ ভূমি অধিগ্ৰহণ ব্যয় অন্তৰ্ভুক্ত হৈ আছে।Cabinet approves two multitracking projects covering Four Districts across Odisha and Jharkhand, increasing the existing network of Indian Railways by about 145 Kms
July 15th, 04:35 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, today approved two railway projects worth Rs. 3,907 crore, covering four districts across the states of Odisha and Jharkhand. The projects, in line with the PM's vision of a New India to make the people of the region Atmanirbhar, will provide seamless connectivity for the movement of people, goods and services. They will also improve rail connectivity to several prominent tourist destinations across the country.প্ৰধানমন্ত্ৰীৰ ৫২ সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা
June 24th, 09:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সেৱা তীৰ্থত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক নিৰবিচ্ছিন্নভাৱে একত্ৰিত কৰি সক্ৰিয় প্ৰশাসন আৰু সময়োপযোগী ৰূপায়ণক উৎসাহিত কৰাৰ লক্ষ্যৰে আইচিটি-সক্ষম, মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৫২ সংখ্যক বৈঠকত সভাপতিত্ব কৰে।The teacher recruitment scam has destroyed thousands of families’ dreams: PM Modi in Birbhum, West Bengal
April 09th, 11:45 am
PM Modi launched a sharp attack on the TMC in his address at a massive public meeting in Birbhum, West Bengal. He alleged large-scale irregularities in welfare schemes and called for a decisive mandate for change in the upcoming Assembly elections. He urged people to press the lotus button at every booth and ensure a government that delivers development, dignity and security.The pot of TMC’s sins is now full: PM Modi in Asansol, West Bengal
April 09th, 11:40 am
PM Modi addressed a massive public meeting in Asansol, West Bengal, where he raised concerns over women’s safety, governance and illegal infiltration. Calling for a decisive mandate in the upcoming Assembly elections, he sharply criticised the ruling dispensation, alleging a politics of fear. The PM asserted that if there is one party committed to ensuring women’s rights, it is the BJP.PM Modi’s Haldia, Asansol & Birbhum rallies build massive momentum ahead of West Bengal polls
April 09th, 11:30 am
Prime Minister Narendra Modi delivered a high-energy address in Haldia, galvanising BJP supporters and setting the tone for the upcoming West Bengal Assembly elections. Addressing a massive gathering, PM Modi invoked the spirit of past political transformation and projected a similar wave sweeping across the state.Cabinet approves 4 lane construction from Barabanki to Bahraich in Uttar Pradesh worth Rs.6969.04 crore
March 18th, 04:10 pm
The Cabinet Committee on Economic Affairs, chaired by PM Narendra Modi has approved construction of 4-Lane Access-Controlled National Highway-927 from Barabanki to Bahraich in Uttar Pradesh worth Rs.6969.04 crore. The project will bypass major habitations, increase average travel speeds, reduce travel time to about one hour, and improve overall road safety, fuel efficiency, and vehicle operating costs.Cabinet approves a New Era of Plug-and-Play Industrial Development through Bharat Audyogik Vikas Yojna (BHAVYA)
March 18th, 04:05 pm
In a landmark step towards accelerating industrial growth, the Union Cabinet chaired by PM Narendra Modi has approved the Bharat Audyogik Vikas Yojna (BHAVYA), with an allocation of Rs.33,660 crore for developing 100 plug-and-play industrial parks across the country. The scheme aims to develop world-class industrial infrastructure, unlocking manufacturing potential and driving India’s growth story.দিল্লী-ফৰিদাবাদ-বল্লাভাগড়-সোহনা স্পাৰৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ পৰা জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উত্তৰপ্ৰদেশ আৰু হাৰিয়ানা ৰাজ্যত হাইব্ৰিড এনুইটি মোডৰ অধীনত গ্ৰীণফিল্ড লিংক নিৰ্মাণৰ বাবে সংশোধিত আনুমানিক ব্যয়ত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
March 10th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে আজি উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাৰ দিল্লী-ফৰিদাবাদ-বল্লাভগড়-সোহনা স্পাৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ পৰা জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ অধীনত গ্ৰীণফিল্ড সংযোগ নিৰ্মাণৰ বাবে ৩৬৩০.৭৭ কোটি টকাৰ সংশোধিত মুঠ মূলধনী ব্যয়ত অনুমোদন জনায়।