পিংগলী ভেংকয়া জীৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
August 02nd, 02:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীযুত পিংগলী ভেংকয়া জীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। যিগৰাকী ব্যক্তি আমাৰ গৌৰৱময় ত্ৰিৰংগা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে স্মৰণীয়। #হৰঘৰত্ৰিৰংগা আন্দোলন শক্তিশালী কৰি ত্ৰিৰংগা উৰুৱাবলৈ আহ্বান জনাই শ্ৰী মোদীয়ে ত্ৰিৰংগাৰ সৈতে চেলফি বা ফটো তুলি harghartiranga.com ত আপলোড কৰিবলৈ আহ্বান জনায়প্ৰধানমন্ত্ৰীয়ে পিঙ্গলী ভেংকায়াৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
August 02nd, 02:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিঙ্গলী ভেংকায়াৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু দেশবাসীক ত্ৰিৰংগা প্ৰদানৰ ক্ষেত্ৰত তেওঁ কৰা প্ৰচেষ্টাৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে নাগৰিকসকলক ৯ ৰ পৰা ১৫ আগষ্টৰ ভিতৰত ত্ৰিৰংগা উত্তোলন কৰি আৰু harghartiranga.com ত চেলফি শ্বেয়াৰ কৰি হৰ ঘৰ তিৰঙ্গা আন্দোলনক সমৰ্থন কৰিবলৈ আহ্বান জনায়।প্ৰধানমন্ত্ৰীয়ে পিংগালী ভেংকায়াৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
August 02nd, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিংগালী ভেংকায়ালৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।