প্ৰধানমন্ত্ৰীয়ে ফিজিঅ’থেৰাপিৰ অনুশীলনেৰে জড়িত সকলোৰে প্ৰচেষ্টাৰ শলাগ লয়

September 08th, 08:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব ফিজিঅ'থেৰাপি দিৱস উপলক্ষে ফিজিঅ'থেৰাপিৰ অনুশীলনেৰে জড়িত সকলোৰে প্ৰচেষ্টাৰ শলাগ লয়। তেওঁলোকে মানুহৰ, বিশেষকৈ বৃদ্ধ লোকসকলৰ চলা-ফুৰা, মৰ্য্যাদা অটুত ৰখা আৰু জীৱনৰ এটি উন্নত মানদণ্ড নিশ্চিতকৰণেৰে তেওঁলোকৰ মংগল সাধনৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণা উল্লেখযোগ্য, শ্ৰী মোদীয়ে কয়।