প্ৰধানমন্ত্ৰীয়ে ফিলিপাইনছত সংঘটিত ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে
October 01st, 03:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিলিপাইনছত সংঘটিত ভূমিকম্পত প্ৰাণহানি আৰু বিস্তৰ ক্ষতিসাধনৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।ভাৰত আৰু ফিলিপিনছ চৰকাৰৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ ঘোষণা-পত্ৰ
August 05th, 05:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ফাৰ্ডিনাণ্ড আৰ মাৰ্কছ জুনিয়ৰে ৪-৮ আগষ্ট, ২০২৫ চনৰলৈ ভাৰত ভ্ৰমণৰ বাবে আহিছে।ৰাষ্ট্ৰপতি মাৰ্কছৰ সৈতে তেওঁৰ পত্নী মেডাম লুইজ আৰানেটা মাৰ্কছ আৰু ফিলিপাইনছৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীকে ধৰি এক উচ্চ পৰ্যায়ৰ চৰকাৰী প্ৰতিনিধি আৰু ব্যৱসায়িক প্ৰতিনিধি দলো আহিছে।ফলাফলৰ তালিকাঃ ফিলিপাইনছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
August 05th, 04:31 pm
ভাৰত গণৰাজ্য আৰু ফিলিপাইনছ গণৰাজ্যৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ কথা ঘোষণাফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰোমুৱাল্ডেজ মাৰ্কছ জুনিয়ৰৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
August 05th, 03:45 pm
আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আজি আমাৰ দ্বি-পাক্ষিক সম্পৰ্কৰ বাবে এক ঐতিহাসিক দিন। আমি ভাৰত-ফিলিপাইনছৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছোঁ। ইয়াৰ ফলশ্ৰুতিত আমাৰ সম্পৰ্কই এক নতুন গতি লাভ কৰিব আৰু এই সম্পৰ্ক অধিক গভীৰ হ’ব। প্ৰতিৰক্ষা আৰু নিৰাপত্তা খণ্ডত আমাৰ সম্পৰ্ক সুদৃঢ় হ’ব। যোৱা কেইবছৰমানৰ পৰা আমাৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰতে অগ্ৰগতি হৈছে। ইয়াৰ ভিতৰত বাণিজ্য, প্ৰতিৰক্ষা, সামুদ্ৰিক, স্বাস্থ্য, নিৰাপত্তা, খাদ্য সুৰক্ষা, উন্নয়ন অংশীদাৰিত্ব আৰু জনতাৰ মাজৰ সম্পৰ্ক আদি অন্তৰ্ভুক্ত হৈছে। আজি আমি আগন্তুক পাঁচ বছৰৰ বাবে এক কাৰ্য্য পৰিকল্পনা যুগুত কৰা কাৰ্য্য পৰম সন্তোষৰ বিষয়।ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি
August 05th, 11:06 am
পোন-প্ৰথমে ৰাষ্ট্ৰপতি ডাঙৰীয়া আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছোঁ। এই বৰ্ষত ভাৰত আৰু ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এনে প্ৰেক্ষাপটত তেওঁৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। আমাৰ কূটনৈতিক সম্পৰ্ক নতুন হ’ব পাৰে, কিন্তু আমাৰ সভ্যতাৰ যোগাযোগ প্ৰাচীন কালৰ পৰাই আছিল। ফিলিপাইনছৰ ৰামায়ণ - মহাৰদিয়া লাৱানা-ই আমাৰ শতিকা পুৰণি সাংস্কৃতিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। এইমাত্ৰ মুকলি কৰা ডাক টিকটত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় ফুলৰ প্ৰতিচ্ছবিয়ে আমাৰ বন্ধুত্বৰ গভীৰতাকে প্ৰতিফলিত কৰে।এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি
February 10th, 06:40 pm
এই সপ্তাহত ভাৰত আৰু ভাৰতীয়ই বিশ্ব মঞ্চত উল্লেখযোগ্য উত্থান অব্যাহত ৰাখিছে, আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব শক্তিশালী কৰি মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰি বিভিন্ন ক্ষেত্ৰত কৃতিত্ব উদযাপন কৰিছে। দক্ষিণ-পূব এছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বুদ্ধিমত্তা আৰু বিমান পৰিবহণলৈকে ভাৰতৰ অগ্ৰগতি বিশ্বৰ অংশীদাৰসকলৰ বাবে এক কেন্দ্ৰবিন্দু হৈয়ে আছে। এই সপ্তাহৰ কেতবোৰ উল্লেখযোগ্য দিশ চাওক।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপাইনছৰ মহামহিম ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰৰ মাজত টেলিফোনৰে বাৰ্তালাপ
August 05th, 02:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিলিপাইনছৰ মহামহিম ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰৰ সৈতে টেলিফোনৰে বাৰ্তালাপত মিলিত হয়।Telephone conversation between Prime Minister and President of Philippines
June 09th, 07:47 pm
Prime Minister Shri Narendra Modi spoke on telephone today with President of Philippines, His Excellency Rodrigo Duterte, and discussed the steps being taken by the two Governments to address the challenges arising out of the COVID-19 pandemic.এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী
January 26th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীয়ে দেশৰ নেতৃস্থানীয় বাতৰিকাকতৰ সম্পাদকীয় পৃষ্ঠাত ‘এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী’ শিৰোনামেৰে লিখা প্ৰৱন্ধ প্ৰকাশ পাইছে। তলত প্ৰৱন্ধটো সম্পূৰ্ণকৈ তুলি দিয়া হ’ল।PM holds meetings with leaders of ASEAN countries
January 24th, 10:07 pm
Prime Minister Shri Narendra Modi had bilateral meetings with Her Excellency Daw Aung San Suu Kyi, State Counsellor of Myanmar, His Excellency Mr. Nguyen Xuan Phuc, Prime Minister of Vietnam and His Excellency Mr. Rodrigo Roa Duterte, President of the Philippines today.Prime Minister Modi’s address at India-ASEAN Summit in Manila, Philippines
November 14th, 04:21 pm
PM Narendra Modi today said 50 years of ASEAN is an occasion of pride, joy and a time to think ahead about what we can achieve. He remarked, “India places ASEAN at the core of our 'Act East Policy.' Our ties with ASEAN are old and we want to further strengthen cooperation.”Key points from Prime Minister’s address at the 12th East Asia Summit
November 14th, 02:39 pm
At the 12th East Asia Summit, PM Narendra Modi took note that ASEAN began in times of a great global pide, but today as it celebrated its Golden Jubilee, it shone as a beacon of hope; a symbol of peace and prosperity.PM's bilateral meetings on the sidelines of ASEAN Summit in Manila, Philippines
November 14th, 09:51 am
PM Narendra Modi met several world leaders on the sidelines of the ongoing ASEAN Summit in Manila, Philippines.PM holds bilateral talks with President Rodrigo Duterte of Philippines
November 13th, 07:53 pm
PM Narendra Modi today held bilateral talks with President of Philippines, Mr. Rodrigo Duterte in Manila. Several avenues of cooperation between both the countries was discussed during their meeting.We must make efforts to ensure 21st century becomes India’s century: PM Narendra Modi in Philippines
November 13th, 07:34 pm
While addressing the Indian community in Manila, PM Modi today said, “Our efforts are aimed at transforming India and ensuring everything in our nation matches global standards.” In this context, the PM spoke about several initiatives being undertaken to transform lives of the common citizens.Social Media Corner 13 November 2017
November 13th, 06:53 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM Modi addresses Indian Community in Manila, Philippines
November 13th, 04:36 pm
While addressing the Indian community in Manila, PM Modi today said, “Our efforts are aimed at transforming India and ensuring everything in our nation matches global standards.” In this context, the PM spoke about several initiatives being undertaken to transform lives of the common citizens.Task of transforming India is proceeding at an unprecedented scale: PM Modi at ASEAN Business Summit
November 13th, 03:28 pm
Addressing the ASEAN Business and Investment Summit in Manila, Philippines, Prime Minister Modi remarked how task of transforming India was proceeding at an unprecedented scale and the government was working day and night towards easy, effective and transparent governance.Prime Minister Modi holds talks with US President Trump
November 13th, 02:31 pm
Prime Minister Narendra Modi today held bilateral talks with US President Donald Trump in Manila, Philippines. The leaders discussed several aspects of India-US partnership in host of sectors.Prime Minister visits the Mahaveer Philippine Foundation
November 13th, 11:45 am
PM Narendra Modi visited the Mahaveer Philippine Foundation, a long running humanitarian cooperation programme between India and the Philippines. It was set up by the highly regarded Indian–origin Mayor of Manila Dr. Ramon Bagatsing.