বিশ্ব প্ৰেক্ষাপটত বৰ্দ্ধিত হাৰত ভাৰতীয় বিশ্ববিদ্যালয়সমূহ উজলি উঠা কথাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

June 27th, 03:03 pm

বিশ্ব প্ৰেক্ষাপটত বৰ্দ্ধিত হাৰত ভাৰতীয় বিশ্ববিদ্যালয়সমূহ উজলি উঠা কথাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ উন্নত মানৰ শিক্ষাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু বিকাশ আৰু উদ্ভাৱনৰ সুযোগ প্ৰদানৰ প্ৰসংগতো আলোকপাত কৰে।