ভাৰত-কানাডাৰ নেতাসকলৰ যুটীয়া বিবৃতি
March 02nd, 05:05 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে কানাডাৰ প্ৰধানমন্ত্ৰী সন্মানীয় মাৰ্ক কাৰ্নীয়ে ২০২৬ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈকে ভাৰত ভ্ৰমণ কৰে।কানাডাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্নীয়ে ভাৰত ভ্ৰমণৰ প্ৰথমটো আছিল আৰু ২০১৮ চনৰ পিছত কানাডাৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ভাৰত ভ্ৰমণ।প্ৰধানমন্ত্ৰী কাৰ্নীৰ সৈতে আছিল কানাডাৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল , য’ত আছিল জ্যেষ্ঠ মন্ত্ৰী, প্ৰাদেশিক নেতা আৰু আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকল।ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
January 27th, 10:15 am
শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ অহা আপোনালোক সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে
January 27th, 10:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত সমবেতসকলক সম্বোধন কৰে। ইয়াত শ্ৰী মোদীয়ে কয় যে শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। তেওঁ তেওঁলোক এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ আহিছে বুলি উল্লেখেৰে সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনায়।প্ৰধানমন্ত্ৰীয়ে ২০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব
September 19th, 05:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। তেখেতে পুৱা প্ৰায় ১০:৩০ বজাত ভাৱনগৰত ‘সমুদ্ৰ সে সমৃদ্ধি’ কাৰ্য্যসূচীত অংশগ্ৰহণেৰে ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। লগতে তেখেতে এই উপলক্ষে সমবেতসকলক সম্বোধন কৰিব।জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰে মিলিত প্ৰধানমন্ত্ৰী
June 18th, 08:02 am
আলবাৰ্টাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি কানাডাৰ প্ৰধানমন্ত্ৰী মহামহিম মাৰ্ক কাৰ্নীৰে এখনি দ্বিপাক্ষিক বৈঠকত মিলিত হয়।এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্ব দৃষ্টি
February 25th, 01:15 pm
এই সপ্তাহত ভাৰতে বিশ্ব মঞ্চত এক প্ৰচণ্ড শক্তি হিচাপে নিজৰ স্থিতি শক্তিশালী কৰি কৃত্ৰিম বুদ্ধিমত্তা, শক্তি সুৰক্ষা, মহাকাশ অন্বেষণ আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। গোলকীয় এআই নৈতিকতাক গঢ় দিয়াৰ পৰা আৰম্ভ কৰি কৌশলগত অংশীদাৰিত্ব নিশ্চিত কৰালৈকে প্ৰতিটো পদক্ষেপে বৈশ্বিক বিষয়ত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰতিফলিত কৰে।The World This Week On India
February 18th, 04:28 pm
This week, India reinforced its position as a formidable force on the world stage, making headway in artificial intelligence, energy security, space exploration, and defence. From shaping global AI ethics to securing strategic partnerships, every move reflects India's growing influence in global affairs.India - Sri Lanka Joint Statement: Fostering Partnerships for a Shared Future
December 16th, 03:26 pm
Prime Minister of India His Excellency Shri Narendra Modi and President of Sri Lanka His Excellency Anura Kumara Dissanayake had comprehensive and fruitful discussions at their meeting in New Delhi on 16 December 2024, during the latter’s State Visit to the Republic of India.শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
December 16th, 01:00 pm
মহামহিম ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়ক, দুয়োখন দেশৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধুসকল, আটাইতকে শুভেচ্ছা জনাইছো!কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এনাৰ্জী উইক, ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 06th, 11:50 am
আমি তুৰস্কৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছো। দেশখন বিধ্বংসী ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহু লোকৰ মৰ্মান্তিকভাৱে মৃত্যু হোৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে। তুৰস্কৰ আশে-পাশে থকা দেশসমূহো ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। ভাৰতৰ ১৪০ কোটি জনসাধাৰণে ভূমিকম্পত ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি সহানুভূতি আগবঢ়াইছে। ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ ভাৰত অংগীকাৰবদ্ধ।বাংগালুৰুত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ইণ্ডিয়া এনাৰ্জী উইক ২০২৩’
February 06th, 11:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত ‘ইণ্ডিয়া এনাৰ্জী উইক’ বা ‘ভাৰত শক্তি সপ্তাহ (আইইডব্লিউ) ২০২৩’ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়ান অইল’ৰ 'আনবটলড' প্ৰয়াসৰ জৰিয়তে প্ৰস্তুত কৰা ‘ইউনিফৰ্ম’ও মুকলি কৰে। এই টইউনিফৰ্মটবোৰ পুনৰাই ব্যৱহাৰ কৰা ‘পিইটি’ বটলৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। তেওঁ ‘ভাৰতীয় তেল নিগম’ৰ ‘ইনড'ৰ’ সৌৰ ৰন্ধন প্ৰণালীৰ ‘টুইন-কুকটপ মডেল’টো উচৰ্গা কৰাৰ লগতে ইয়াৰ বাণিজ্যিক প্ৰৱৰ্তনৰ শুভাৰম্ভ ঘোষণা কৰে।Bhavnagar is emerging as a shining example of port-led development: PM Modi
September 29th, 02:32 pm
PM Modi inaugurated and laid the foundation stone of projects worth over ₹5200 crores in Bhavnagar. The Prime Minister remarked that in the last two decades, the government has made sincere efforts to make Gujarat's coastline the gateway to India's prosperity. “We have developed many ports in Gujarat, modernized many ports”, the PM added.PM Modi lays foundation stone & dedicates development projects in Bhavnagar, Gujarat
September 29th, 02:31 pm
PM Modi inaugurated and laid the foundation stone of projects worth over ₹5200 crores in Bhavnagar. The Prime Minister remarked that in the last two decades, the government has made sincere efforts to make Gujarat's coastline the gateway to India's prosperity. “We have developed many ports in Gujarat, modernized many ports”, the PM added.PM Modi meets leading energy sector CEOs in Houston
September 22nd, 08:30 am
Prime Minister Narendra Modi held fruitful talks with leading energy sector CEOs in Houston. They held discussions on methods to harness opportunities in the energy sector.প্ৰধানমন্ত্ৰীৰ ভ্লাডিভষ্টক ভ্ৰমণৰ সময়ত বিনিময় হোৱা বুজাবুজিৰ চুক্তিপত্ৰ/চুক্তিৰ তালিকা
September 04th, 04:49 pm
প্ৰধানমন্ত্ৰীৰ ভ্লাডিভষ্টক ভ্ৰমণৰ সময়ত বিনিময় হোৱা বুজাবুজিৰ চুক্তিপত্ৰ/চুক্তিৰ তালিকাPM Modi addresses a public meeting in Khurda, Odisha
December 24th, 02:36 pm
Prime Minister Shri Narendra Modi addressed a public meeting in Khurda, Odisha. Addressing a rally, PM Modi said that the BJP government’s motto in Odisha is to ensure all round development of the state.The nation is now moving towards Gas Based Economy, says PM Modi
November 22nd, 04:25 pm
PM Modi laid the foundation stone of City Gas Distribution projects across 129 districts of the country. Addressing a gathering at the occasion, the Prime Minister spoke at length about his vision of a ‘Gas based economy’. Reiterating India’s firm commitment for cleaner fuel and energy, the PM listed out numerous efforts of the Central government like ensuring gas connections to the poor under Ujjwala Yojana, nationwide gas grid and increasing the number of LNG terminals.নৱম পৰ্যায়ৰ চিটী গেছ বিতৰণৰ কামৰ শুভাৰম্ভণি উপলক্ষে আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
November 22nd, 04:00 pm
প্ৰধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ পৰা ভিডিঅ’ কনফাৰেসিঙৰ জৰিয়তে চিটী গেছ বিতৰণ প্ৰকল্পৰ নৱম পর্যায়ৰ কামৰ শুভাৰম্ভণি উপলক্ষে আধাৰশিলা স্থাপন কৰে৷ তেওঁ চিটী গেছ বিতৰণ ব্যৱস্থাৰ দশম নিলাম প্ৰক্রিয়াৰো শুভাৰম্ভ কৰে৷৩০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 29th, 02:46 pm
এই উপলক্ষে আনন্দত প্ৰধানমন্ত্ৰীয়ে আমূলৰ আল্ট্ৰা মডাৰ্ণ চকলেট প্লাণ্টকে ধৰি আধূনিক খাদ্য প্ৰস্তুতকৰণ ব্যৱস্থাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আনন্দ কৃষি বিশ্ববিদ্যালয়ত খাদ্য প্ৰস্তুতকৰণৰ অধ্যাধূনিক ইনকিউবেচন চেণ্টাৰ আৰু মুঝকুৱা গাঁৱত এক সৌৰ সমবায় সমিতি উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে আনন্দ আৰু খাটৰাজত আমূলৰ সামগ্ৰী প্ৰস্তুতকৰণৰ সম্প্ৰসাৰণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ এক জনসভাতো ভাষণ আগবঢ়াব।Informal Summit between India and Russia Sochi, 21 May 2018
May 21st, 10:10 pm
Prime Minister Narendra Modi and President Vladimir Putin held their first informal Summit in the city of Sochi in the Russian Federation on May 21, 2018. The Summit provided an occasion for both leaders to deepen their friendship and to exchange views on international and regional issues, in keeping with the tradition of high level political exchanges between India and Russia.