চাপমুক্ত পৰীক্ষা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা-বতৰা

চাপমুক্ত পৰীক্ষা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা-বতৰা

February 06th, 01:03 pm

১৬ ফেব্ৰুৱাৰীৰ পুৱা ১২ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব৷ চাপমুক্ত হৈ হাঁহিমুখেৰে পৰীক্ষাত অৱতীৰ্ণ হোৱা বিষয় সম্পৰ্কত তেওঁ মতামত আগবঢ়াব৷