Prime Minister meets with the Prime Minister of Malaysia on the sidelines of the BRICS Summit in New Delhi
September 12th, 11:32 am
PM Modi met Malaysian Prime Minister Anwar Ibrahim on the sidelines of the 18th BRICS Summit in New Delhi. The leaders reviewed progress in bilateral cooperation across trade, investment, defence, semiconductors, digital economy, energy, fintech, education, tourism and people-to-people ties, reaffirming their commitment to advancing the India-Malaysia Comprehensive Strategic Partnership.Prime Minister meets with the President of the Russian Federation on the sidelines of BRICS Summit
September 11th, 05:28 pm
PM Modi met President Vladimir Putin on the margins of the 18th BRICS Summit in New Delhi. The two leaders reviewed progress across trade, defence, energy, space and other key areas, discussed regional and global issues, and reaffirmed their commitment to further strengthen the Special and Privileged Strategic Partnership between India and Russia.বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ উপলক্ষে ভাৰত-বেলজিয়াম যৌথ বিবৃতি
September 03rd, 02:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী বাৰ্ট দে উইভাৰ ২ৰ পৰা ৪ ছেপ্টেম্বৰ, ২০২৬লৈ ভাৰত ভ্ৰমণলৈ আহিছে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে বেলজিয়ামৰ প্ৰতিৰক্ষা আৰু বৈদেশিয় বাণিজ্য মন্ত্ৰী শ্ৰী থিঅ’ ফ্ৰাংকেন আৰু বিষয়া তথা ব্যৱসায়ী নেতাসকলৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দল উপস্থিত আছে। ২০২৫ চনৰ ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী দে উইভাৰৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
September 03rd, 01:00 pm
বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ২৬তম এছচিঅ’সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
September 01st, 01:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ কিৰগিজ গণৰাজ্যৰ বিস্কেকত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ মুৰব্বী পৰিষদৰ ২৬ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰে।কিৰগিজ গণৰাজ্যৰ বিস্কেকত অনুষ্ঠিত ২৬ সংখ্যক এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
September 01st, 01:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ কিৰগিজ গণৰাজ্যৰ বিস্কেকত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ মুৰব্বী পৰিষদৰ ২৬ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণ
August 27th, 05:14 pm
উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিয়য়েভৰ নিমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ২৯-৩০ আগষ্টত উজবেকিস্তান ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ বিকশিত ভাৰত ২০৪৭ আৰু উজবেকিস্তান-২০৩০ ৰ যুটীয়া উন্নয়নমূলক দৃষ্টিভংগীক আগবঢ়াই নিয়াৰ বাবে ৰাষ্ট্ৰপতি মিৰ্জিয়য়েভৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। পৰৱৰ্তী সময়ত, কিৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি সদিৰ ঝাপাৰোভৰ নিমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ আগষ্ট – ১ ছেপ্টেম্বৰ ২০২৬ ত অনুষ্ঠিত হ'বলগীয়া ২৬ সংখ্যক 'এছ চি অ' সন্মিলনত অংশগ্ৰহণৰ বাবে বিছকেকলৈ যাত্ৰা কৰিব। তেওঁ ষষ্ঠ 'ৱৰ্ল্ড নমেড গেমছ'ৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।Prime Minister calls upon youth to work together, to work for Bharat
July 31st, 11:47 pm
The Prime Minister, Shri Narendra Modi, has said that abuses never solve anything and called upon people to guide those who have gone astray.Prime Minister receives telephone call from Prime Minister of the United Kingdom
July 31st, 07:28 pm
In a telephone conversation with UK PM Andy Burnham, PM Modi congratulated him on assuming office. The two leaders discussed ways to further strengthen the India-UK Comprehensive Strategic Partnership and agreed to deepen cooperation across priority areas. They also exchanged views on issues of mutual interest and welcomed the recent entry into force of the India-UK CETA.ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা এণ্ডী বাৰ্ণহামক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
July 21st, 08:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা এণ্ডী বাৰ্ণহামক অভিনন্দন জ্ঞাপন কৰে।কাটাৰৰ আমিৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
July 16th, 09:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাটাৰৰ আমিৰ মহামহিম শ্বেখ তামিম বিন হামাদ আল থানীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে কাটাৰৰ আমিৰৰ পিতৃ মহামহিম শ্বেখ হামাদ বিন খলিফা আল থানীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। আধুনিক কাটাৰৰ মুখ্য স্থপতি হিচাপে আমিৰৰ পিতৃৰ উল্লেখযোগ্য অৱদানক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দূৰদৰ্শী নেতৃত্বক শ্ৰদ্ধা জনায় আৰু বছৰ বছৰ ধৰি ভাৰত-কাটাৰৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কাটাৰত থকা ভাৰতীয় সম্প্ৰদায়ে তেওঁৰ প্ৰতি দেখুওৱা গভীৰ মৰমৰ কথাও স্মৰণ কৰে। কাটাৰৰ আমিৰে প্ৰধানমন্ত্ৰীৰ এনে দৃষ্টিভংগীৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কঠিন সময়ত তেওঁক জনোৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীয়ে নিউজিলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধি দিয়া ভাষণৰ মূল পাঠ
July 11th, 01:15 pm
আৰু সেইবোৰৰ এটা মই ইয়ালৈ, এই অনুষ্ঠানলৈ লৈ আহিছোঁ। আপোনালোকে দেখা এই মাফলাৰখন মোক ২৫-৩০ বছৰ আগতে নিউজিলেণ্ডৰ এজন বন্ধুৱে দিছিল। বছৰ বছৰ ধৰি মই ইয়াক ব্যৱহাৰ কৰিছো আৰু এতিয়াও মই ইয়াক মূল্যৱান বুলি ভাবি অতি যত্নৰে ৰাখো, ঠিক যেনেকৈ আপোনালোকৰ মৰমক মই মূল্যৱান বুলি ভাবোঁ।নিউজিলেণ্ডত প্ৰব্ৰজিত ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 11th, 12:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডত ‘কিয়া অ’ৰা মোদী’ অনুষ্ঠানত নিউজিলেণ্ডৰ প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই বিশেষ অনুষ্ঠালত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে অংশগ্ৰহণ কৰে। সমাৱেশটো ভাৰতীয় প্ৰবাসীৰ ১০,০০০ ৰো অধিক সদস্যৰ উষ্ণতা, শক্তি আৰু উৎসাহেৰে ভৰি পৰিছিল।বিশাল দুপৰীয়াৰ আহাৰৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
July 11th, 12:32 pm
মোক আৰু মোৰ প্ৰতিনিধি দলক আগবঢ়োৱা উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী লাক্সনৰ ওচৰত আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। তেওঁলোকৰ উষ্ণ স্বাগতমে অকলেণ্ডৰ শীতকালটোও আজি কিছু পৰিমাণে শান্ত কৰি তুলিছে। এই ভ্ৰমণৰ সময়ত নিউজিলেণ্ডৰ জনসাধাৰণৰ পৰা আমি লাভ মৰম সদায় আমাৰ হৃদয়ত থাকিব।''ভাৰত-নিউজিলেণ্ড: এক বিজয়ী অংশীদাৰিত্ব'' শীৰ্ষক নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
July 11th, 12:30 pm
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে আয়োজন কৰা ভাৰত-নিউজিলেণ্ড: এটা বিজয়ী অংশীদাৰিত্ব শীৰ্ষক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । এই বিশেষ অনুষ্ঠানত ৰাজনীতি, ব্যৱসায়, উদ্যোগ, শিক্ষা, প্ৰযুক্তি, ক্ৰীড়া, আৰু কলা ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আদৰণি ভাষণত প্ৰধানমন্ত্ৰী লাক্সনে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত গভীৰ তথা চিৰস্থায়ী হৈ থকা সম্পৰ্কৰ বিষয়ত আলোকপাত কৰে । লগতে তেওঁ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰা আৰু পাৰস্পৰিক সমৃদ্ধি আগুৱাই নিয়াৰ বাবে এক ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাডজত থকা সম্পৰ্কৰ কথাও উল্লেখ কৰে। তেওঁ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ বিষয়ক আদৰণি জনায় আৰু ইয়াৰ দ্বাৰা সহযোগিতা অধিক গভীৰ হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে অভিলেখ সময়ত সমাপ্ত হোৱা ভাৰত-নিউজিলেণ্ড এফ টি এয়ে দুয়োখন দেশৰ ব্যৱসায়ী, যুৱক-যুৱতী আৰু কৃষকৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব আৰু ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক নিউজিলেণ্ড ভ্ৰমণ
July 11th, 08:03 am
আলোচনা, সমন্বয়, তথ্য বিনিময় আৰু যৌথ কাৰ্যকলাপৰ জৰিয়তে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ বাবে এক পৰিকাঠামো স্থাপন কৰে।ভাৰত-নিউজিলেণ্ডৰ যুটীয়া বিবৃতি
July 11th, 07:59 am
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম ক্রিষ্টোফাৰ লাক্সনৰ আমন্ত্রণমৰ্মে ভাৰতৰ প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০ আৰু ১১ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ড আনুষ্ঠানিক ভ্ৰমণ কৰিছে। এয়া হৈছে ৪০ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰথম নিউজিলেণ্ড ভ্ৰমণ, যি ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু এই ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত চিৰস্থায়ী বন্ধুত্ব তথা অংশীদাৰিত্বৰ এক নতুন পথ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।অষ্ট্ৰেলিয়াত প্ৰবাসী ভাৰতীয় লোকসকলৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 09th, 03:22 pm
ইয়াৰ আগতে মই ছিডনীত দুবাৰকৈ আপোনালোকক লগ পাইছিলোঁ, মেলবৰ্ণবাসীৰ সৈতে দেখা কৰিবলৈ ময়ো বাট চাই আছিলোঁ। সেয়ে ভাবিলোঁ এইবাৰ মেলবৰ্ণবাসীৰ সৈতে ফ্লেট হোৱাইট কফি খাম।অষ্ট্ৰেলিয়াত থকা প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ
July 09th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণৰ মাৰ্ভেল ষ্টেডিয়ামত অষ্ট্ৰেলিয়াত থকা ভাৰতীয় সমূদায়ৰ এক বৃহৎ সমাৱেশক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এক বিশেষ সৌজন্যতা প্ৰদৰ্শন কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজেও প্ৰব্ৰাসী ভাৰতীয়সকলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ জেনেৰেলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 09th, 01:55 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ জেনেৰেল চেম মোস্টিনক সাক্ষাৎ কৰে।