কোভিদ-১৯ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে মতবিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 17th, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কভিড-১৯ পৰিস্থিতি সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।