কাকোৰী কাণ্ডৰ শতবাৰ্ষিকীত দেশপ্ৰেমিক ভাৰতীয়ৰ সাহসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
August 09th, 02:59 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি কাকোৰী কাণ্ডৰ শতবাৰ্ষিকী উপলক্ষ্যে সেই কাণ্ডত অংশগ্ৰহণ কৰা ভাৰতীয়সকলৰ শৌৰ্য্য তথা দেশপ্ৰেমৰ মনোভাবৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ইজিপ্তৰ ছোৱালীৰ দেশপ্ৰেমমূলক গীত পৰিবেশনৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
January 29th, 05:02 pm
ইজিপ্ত ছোৱালী কৰিমানে ভাৰতৰ ৭৫ তম গণৰাজ্য দিৱস উদযাপনৰ সময়ত পৰিৱেশন কৰা দেশপ্ৰেমমূলক গীত দেশ ৰংগীলাৰ পৰিবেশনৰ শলাগ লয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ লগতে কণ্ঠশিল্পীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।