RJD forced Congress to surrender its CM claim at gunpoint: PM Modi in Bhagalpur, Bihar
November 06th, 12:01 pm
In the Bhagalpur rally, PM Modi criticised RJD and Congress for never understanding the value of self-reliance or Swadeshi. He reminded the people that the Congress can never erase the stain of the Bhagalpur riots. Outlining NDA’s roadmap for progress, PM Modi said the government is working to make Bihar a hub for textiles, tourism and technology.No IIT, no IIM, no National Law University — a whole generation’s future was devoured by RJD’s leadership: PM Modi in Araria, Bihar
November 06th, 11:59 am
PM Modi addressed a large public gathering in Araria, Bihar, where people turned up in huge numbers to express their support for the NDA. Speaking with conviction, PM Modi said that the people of Bihar have already made up their minds – ‘Phir Ekbar, NDA Sarkar!’PM Modi stirs up massive rallies with his addresses in Araria & Bhagalpur, Bihar
November 06th, 11:35 am
PM Modi addressed large public gatherings in Araria & Bhagalpur, Bihar, where people turned up in huge numbers to express their support for the NDA. Speaking with conviction, PM Modi said that the people of Bihar have already made up their minds – ‘Phir Ekbar, NDA Sarkar!’প্ৰধানমন্ত্ৰীয়ে পাটনাত ৰাষ্ট্ৰকবি ৰামধাৰী সিং দীনকৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
November 02nd, 10:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাটনাৰ দিনকৰ গোলম্বৰত ৰাষ্ট্ৰকবি ৰামধাৰী সিং দীনকৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰে
November 02nd, 10:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰে।প্ৰধানমন্ত্ৰীয়ে ৪ অক্টোবৰত ৬২,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব
October 03rd, 03:54 pm
যুৱ বিকাশৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ ১১ বজাত ৬২,০০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব, যাৰ ফলত সমগ্ৰ দেশতে শিক্ষা, দক্ষতা আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত এক নিৰ্ণায়ক উত্থান ঘটিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি আয়োজন কৰা ৰাষ্ট্ৰীয় দক্ষতা সমাৰোহৰ চতুৰ্থ সংস্কৰণ কৌশল দীক্ষান্ত সমাৰোহৰো অনুষ্ঠিত হ’ব, য’ত দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৪৬ গৰাকী সৰ্বভাৰতীয় শীৰ্ষ স্থানপ্ৰাপকক সম্বৰ্ধনা জনোৱা হ’ব।Cabinet approves 4-lane road project in Bihar worth Rs.3,822.31 crore
September 24th, 03:07 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the 4-lane Sahebganj-Areraj-Bettiah road project in Bihar at Rs. 3,822.31 crore. The project will improve access to key heritage and Buddhist sites, strengthening the Buddhist circuit and tourism in Bihar. It will also improve employment opportunities, boosting regional growth.বিহাৰৰ মোতিহাৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
July 18th, 11:50 am
বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান জী, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী জীতন ৰাম মাঝি জী, গিৰিৰাজ সিং জী, ললন সিং জী, চিৰাগ পাছোৱান জী, ৰামনাথ ঠাকুৰ জী, নিত্যানন্দ ৰায় জী, সতীশ চন্দ্ৰ ডুবে জী, ৰাজভূষণ চৌধুৰী জী, বিহাৰৰ উপ- মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় সিনহা জী, সংসদত মোৰ সহকৰ্মীসকল, বিহাৰৰ জ্যেষ্ঠ নেতা উপেন্দ্ৰ কুশৱাহা জী, বিহাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ জয়ছোৱাল জী, উপস্থিত মন্ত্ৰীসকল, জন প্ৰতিনিধি আৰু বিহাৰৰ মোৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মোতিহাৰীত ৭,০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
July 18th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মোতিহাৰীত ৭,০০০ কোটি টকাতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰে। পবিত্ৰ শাওন মাহত বাবা সোমেশ্বৰনাথৰ ওচৰত সেৱা জনাই প্ৰধানমন্ত্ৰীয়ে আশীৰ্বাদ বিচাৰে আৰু বিহাৰৰ জনসাধাৰণৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ কামনা কৰে। সমাৱেশত ভাষণ দি শ্ৰী মোদীয়ে কয় যে এইখন হৈছে চম্পাৰণৰ ভূমি, যিয়ে ইতিহাস গঢ় দিছে। স্বাধীনতা আন্দোলনৰ সময়ত এই ভূমিয়ে মহাত্মা গান্ধীক এক নতুন দিশ প্ৰদান কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ভূমিৰ পৰা পোৱা অনুপ্ৰেৰণাই এতিয়া বিহাৰৰ নতুন ভৱিষ্যতক গঢ় দিব। এই উন্নয়নমূলক পদক্ষেপৰ বাবে তেওঁ উপস্থিত সকলোকে আৰু বিহাৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ১৮ জুলাইত বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণ কৰিব
July 17th, 11:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুলাইত বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব। তেখেতে দিনৰ প্ৰায় ১১:৩০ বজাত বিহাৰৰ মতিহাৰীত ৭,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াত তেখেতে এখনি জন সভাও সম্বোধন কৰিব।Cabinet approves two multitracking projects across Indian Railways covering various states
June 11th, 03:05 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved Koderma – Barkakana Doubling and Ballari – Chikjajur Doubling projects of Ministry of Railways with total cost of Rs. 6,405 crore. These initiatives will improve travel convenience, reduce logistic cost, decrease oil imports and contribute to lower CO2 emissions, supporting sustainable and efficient rail operations and generate employment.বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 12:00 pm
ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে
April 24th, 11:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 23rd, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব। তেওঁ মধুবানী ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে পুৱা প্ৰায় ১১:৪৫ বজাত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ উৎসৰ্গা কৰিব। এই উপলক্ষে এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।Cabinet approves construction of 4-Lane greenfield and brownfield Patna-Arrah-Sasaram corridor in Bihar
March 28th, 04:16 pm
The Cabinet Committee on Economic Affairs chaired by PM Modi, has approved the construction of 4-lane access controlled greenfield and brownfield Patna – Arrah – Sasaram corridor in Bihar. The project will reduce congestion and also provide connectivity facilitating faster movement of goods and passengers.ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২৯ অক্টোবৰত ১২,৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
October 28th, 12:47 pm
প্ৰধানমন্ত্ৰী মোদীয়ে ধ্বজাবাহী আঁচনি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পি এম-জে এ ৱাই)ৰ অধীনত ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ হেল্থ কভাৰেজ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা সকলো জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ আয় যিয়েই নহওক কিয় হেল্থ কভাৰেজ প্ৰদান কৰাত সহায়ক হ’ব।১৫-১৭ ছেপ্টেম্বৰত ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 14th, 09:53 am
১৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডলৈ যাত্ৰা কৰিব আৰু প্ৰায় ১০ বজাত ঝাৰখণ্ডৰ টাটানগৰ জংচন ৰে’লৱে ষ্টেচনত টাটানগৰ-পাটনা বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব। পুৱা প্ৰায় ১০:৩০ বজাত তেওঁ ৬৬০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ বাবে উচৰ্গা কৰাৰ লগতে ঝাৰখণ্ডৰ টাটানগৰত ২০ হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ (পিএমএৱাই-জি) হিতাধিকাৰীলৈ অনুমোদন পত্ৰ বিতৰণ কৰিব৷আনুমানিক ১৪১৩ কোটি টকা ব্যয় সাপেক্ষে বিহাৰৰ বিহটাত নতুন চিভিল এনক্লেভ উন্নয়নত মন্ত্ৰীসভাৰ অনুমোদন
August 16th, 09:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে ১৪১৩ কোটি টকাৰ আনুমানিক ব্যয় সাপেক্ষে বিহটা, পাটনা, বিহাৰত এটা নতুন চিভিল এনক্লেভৰ বিকাশৰ বাবে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ (এএআই)ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।বিহাৰৰ ঔৰঙ্গাবাদত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 02nd, 03:00 pm
আমি বিশ্ববিখ্যাত ‘সূৰ্য মন্দিৰ’, ‘উমগেশ্বৰী মাতা আৰু দেৱকুণ্ড’ৰ এই পবিত্ৰ ভূমিক প্ৰণিপাত জনাইছোঁ! সমবেত সকলোকে শুভেচ্ছা জনাইছোঁ! ‘ভগৱান ভাস্কৰ’ৰ কৃপা সকলোৰে ওপৰত বৰ্ষিত হওক!প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ ঔৰংগাবাদত ২১,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে
March 02nd, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ঔৰংগাবাদত ২১,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰে আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে পথ, ৰে'লৱে আৰু নমামি গংগেৰ লগতে অন্যান্য খণ্ড। প্ৰধানমন্ত্ৰীয়ে ফটো গেলেৰীও পৰিদৰ্শন কৰে।