নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰিপাব্লিক ছামিট ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী তৰ্জমা
June 22nd, 10:24 pm
স্বৰ সাধনা, মনোকামনা, আৰাধনা - ইমান মাংগলিক আৰম্ভণিৰ পিছত আপোনালোকৰ অনুষ্ঠান অব্যাহত থাকিলে বৰ ভাল লাগিলহেঁতেন। আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।ৰিপাব্লিক চামিট ২০২৬ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 22nd, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিপাব্লিক ছামিটত ভাষণ প্ৰদান কৰে। সন্মিলনৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বজুৰি দ্ৰুত তথা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটি থকাৰ এই সময়ছোৱাত মহান শক্তি ভাৰত: ৰাষ্ট্ৰ প্ৰথম বিষয়বস্তুৰ ওপৰত আলোচনাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক অভিনন্দন জনায়।নেদাৰলেণ্ডত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 16th, 01:30 pm
ইমান মৰম। ইমান উৎসাহ। সঁচা কথা ক’বলৈ গ’লে ক্ষন্তেক সময়ৰ বাবে মই প্ৰায় পাহৰি গৈছিলো যে মই নেদাৰলেণ্ডত আছো। এনে লাগে যেন ভাৰতৰেই ক’ৰবাত কিবা এটা উৎসৱ চলি আছে!নেদাৰলেণ্ডত প্ৰবাসী ভাৰতীয়সমাজ'ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
May 16th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেগত ভাৰতীয় সম্প্ৰদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। নেদাৰলেণ্ডত উপস্থিত হোৱাৰ পিছতে প্ৰবাসী ভাৰতীয়সমাজ আৰু ভাৰতৰ বন্ধুসকলৰ এক বৃহৎ সমাৱেশে তেওঁক উষ্ম আদৰণি জনায়।Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 28th, 08:00 pm
শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে
March 28th, 06:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।PM Modi attends India Today Conclave 2024
March 16th, 08:00 pm
Addressing the India Today Conclave, PM Modi said that he works on deadlines than headlines. He added that reforms are being undertaken to enable India become the 3rd largest economy in the world. He said that 'Ease of Living' has been our priority and we are ensuring various initiatives to empower the common man.নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ
January 27th, 04:30 pm
এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।People of Bihar have decided that there will be no entry for Jungle Raj: PM Modi
November 01st, 04:01 pm
PM Narendra Modi while addressing the election rally in Bagaha, Bihar said, The trends in the first phase clearly indicate that people of Bihar have put up a no entry board for Jungle Raj in the state. He said that in the ongoing elections, the people have made up their minds to elect a stable NDA government under Nitish Ji's leadership.PM Modi campaigns in Chhapra, Samastipur, Motihari and Bagaha in Bihar
November 01st, 03:54 pm
Continuing his election campaigning spree, PM Modi addressed public meetings in Chhapra, Samastipur, Motihari and Bagaha today. He said, “It is clear after the first phase polls itself that Nitish Babu will head the next govt in Bihar. The opposition is totally rattled, but I would ask them not to vent their frustration on the people of Bihar.”Jungle Raj made sure all the industries and sugar mills which were the hallmark of Bihar were shut down: PM
November 01st, 02:55 pm
PM Modi, in his poll rally in Motihari, cautioned people against the jungle raj that would return if the Congress-RJD alliance came to power. He said Jungle Raj made sure all the industries and sugar mills which were the hallmark of Bihar were shut down.NDA will defeat "double-double yuvraj" in Bihar: PM Modi
November 01st, 10:50 am
At a poll rally in Chhapra, PM Modi took on the Mahagathbandhan and urged people to keep selfish forces away for a better future. Exuding confidence, PM Modi said that the first phase of voting in the state assembly polls indicated that NDA is coming back to power in Bihar.Last five years have shown that it is indeed possible to successfully run an honest, transparent government: PM Modi
April 22nd, 04:16 pm
Speaking at a rally in Rajasthan’s Udaipur, PM Modi said, “The last five years have shown the country that it is indeed possible to successfully run an honest, transparent and people-oriented government in India.”PM Modi addresses public meetings in Rajasthan
April 22nd, 04:15 pm
Prime Minister Narendra Modi addressed two huge rallies in Udaipur and Jodhpur in the second half of his election campaigning today. Speaking about one of the major achievements of his government, PM Modi said, “The last five years have shown the country that it is indeed possible to successfully run an honest, transparent and people-oriented government in India.”NRIs are the brand ambassadors of India: PM Modi at Pravasi Bharatiya Divas
January 22nd, 11:02 am
PM Narendra Modi today inaugurated the Pravasi Bharatiya Divas celebrations in Varanasi. Addressing the gathering of overseas Indians, PM Modi appreciated their role and termed them to be true ambassadors of India. The PM also spoke about the wide-range of transformations that took place in the last four and half years under the NDA Government.বাৰাণসীত পঞ্চদশ প্ৰবাসী ভাৰতীয় দিবস উদ্বোধন প্ৰধানমন্ত্রীৰ
January 22nd, 11:02 am
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ দীনদয়াল হস্তকলা সংকুলত পঞ্চদশ প্ৰবাসী ভাৰতীয় দিৱসৰ পূর্ণাংগ অধিৱেশন উদ্বোধন কৰে৷PM Modi interacts with party workers from Kanyakumari, Coimbatore, Nilgiris, Namakkal and Salem
December 15th, 04:30 pm
Prime Minister Narendra Modi interacted with booth-level Karyakartas of BJP in Tamil Nadu today. The video interaction is one of the many such interactions of PM Modi with the booth level Karyakartas.