এছিয়ান গেমছত মহিলাৰ ৫০০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয়ৰ বাবে এথলীট পাৰুল চৌধুৰীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 03rd, 11:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলাৰ ৫০০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয়ৰ বাবে ট্ৰেক আৰু ফিল্ড এথলীট পাৰুল চৌধুৰীক অভিনন্দন জ্ঞাপন কৰে৷এছিয়ান গেমছত মহিলাৰ ৩০০০ মিটাৰ ষ্টীপলচেজত পাৰুল চৌধাৰীৰ ৰূপৰ পদক উদযাপন প্ৰধানমন্ত্ৰীৰ
October 02nd, 10:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত মহিলাৰ ৩০০০ মিটাৰ ষ্টীপলচেজত ৰূপৰ পদক জয় কৰাৰ বাবে পাৰুল চৌধাৰীক অভিনন্দন জনায়৷