শ্ৰীগুৰু নানক দেৱজীৰ পৰকাশ পূৰব উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
November 05th, 10:26 am
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱজীৰ পৰকাশ পূৰব উপলক্ষে আজি সকলোকে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰী গুৰু নানক দেৱজীৰ জীৱন আৰু বাৰ্তাই কালজয়ী প্ৰজ্ঞাৰে মানৱতাক পথ প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ মমতা, সমতা, নম্ৰতা আৰু সেৱাৰ শিক্ষা অতি প্ৰেৰণাদায়ক, শ্ৰী মোদীয়ে লগতে কয়।শ্ৰী গুৰু গ্ৰন্থ চাহিব জীৰ পৱিত্ৰ পৰকাশ পূৰৱ উপলক্ষ্যে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
August 24th, 01:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গ্ৰন্থ চাহিব জীৰ পৱিত্ৰ পৰকাশ পূৰৱ উপলক্ষ্যে উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।শ্ৰীগুৰু টেগ বাহাদুৰৰ শুভ প্ৰকাশ পৰ্বত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
April 18th, 12:26 pm
প্ৰধানমন্ত্ৰীয়ে আজি শ্ৰীগুৰু টেগ বাহাদুৰৰ শুভ প্ৰকাশ পৰ্ব উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শ্ৰী গুৰু টেগ বাহাদুৰৰ জীৱনটো সাহস আৰু দয়ালু সেৱাৰ প্ৰতিমূৰ্তি, যিয়ে অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াত অটল আছিল।প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
September 16th, 01:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু টেগ বাহাদুৰজীৰ প্ৰকাশ পূৰব উপলক্ষে সেৱা জনাইছে
April 11th, 02:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু টেগ বাহাদুৰজীক তেওঁৰ প্ৰকাশ পূৰব উপলক্ষে সেৱা জনাইছে।প্ৰকাশ পৰবত শ্ৰী গুৰু ৰাম দাস জীলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ
October 11th, 09:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ পৰবৰ পৱিত্ৰ উপলক্ষত শ্ৰী গুৰু ৰাম দাস জীলৈ শ্ৰদ্ধা নিবেদন কৰিছে।ছাহিবজাদা জোৰাৱাৰ সিংজী আৰু ছাহিবজাদা ফাটেহ সিংজীৰ আত্মবলিদানক সুঁৱৰি ২৬ ডিচেম্বৰৰ দিনটো ‘বীৰ বাল দিৱস’ হিচাপে পালন কৰাৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ
January 09th, 01:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গোবিন্দ সিংজীৰ পৱিত্ৰ প্ৰকাশ পৰ্ব উপলক্ষে আজি ছাহিবজাদা জোৰাৱাৰ সিংজী আৰু ছাহিবজাদা ফাটেহ সিংজীৰ আত্মবলিদানক সুঁৱৰি এইবছৰৰ পৰা ২৬ ডিচেম্বৰৰ দিনটোক ‘বীৰ বাল দিৱস’ হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে।প্রধানমন্ত্রীয়ে শ্ৰী গুৰু গোবিন্দ সিংহ জীৰ প্ৰকাশ পৰ্বত জনসাধাৰণক অভিনন্দন জনায়
January 09th, 10:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গোবিন্দ সিংহ জীৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক অভিনন্দন জনাইছে।৪০০সংখ্যক ‘প্ৰকাশ পূৰব’ত শ্ৰী গুৰু টেগ্ বাহাদুৰ জীক প্ৰণিপাত জনালে প্ৰধানমন্ত্ৰীয়ে
May 01st, 09:14 am
৪০০সংখ্যক ‘প্ৰকাশ পূৰব’ত শ্ৰী গুৰু টেগ্ বাহদুৰ জীক প্ৰণিপাত জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।