পাৰ্বতী গিৰি জীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

January 19th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাৰ্বতী গিৰিজীক তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ঔপনিৱেশিক শাসনৰ সমাপ্তিৰ আন্দোলনত তেওঁৰ ভূমিকা, সামূহিক সেৱাৰ প্ৰতি তেওঁৰ আগ্ৰহ তথা স্বাস্থ্যসেৱা, মহিলা সবলীকৰণ আৰু সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ কৰ্মৰাজিৰ প্ৰশংসা কৰে।