পাৰম্পৰিক ক্ৰীড়া মহোৎসৱৰ আয়োজনৰ বাবে চেণ্ট্ৰেল ইউনিভাৰ্চিটি অৱ ওড়িশাৰ পদক্ষেপক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

April 23rd, 10:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ চহকী ক্ৰীড়া পৰম্পৰা আৰু বৈচিত্ৰ্যৰ বিষয়ে সজাগতা বিয়পাই দিয়াৰ বাবে কেন্দ্ৰীয় বিশ্ববিদ্যালয় ওড়িশাৰ উদ্যোগত পাৰম্পৰিক ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা পদক্ষেপক প্ৰশংসা কৰিছে।