আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

January 23rd, 05:15 pm

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেণ্ট গৱৰ্ণৰ এডমিৰেল ডি.কে. যোশী, নেতাজী সুভাষ চন্দ্ৰ বসু আই এন এ ট্ৰাষ্টৰ অধ্যক্ষ, ব্ৰিগেডিয়াৰ আৰ এছ ছিকাৰা জী; ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণকাৰী তথা আই এন এৰ চিৰন্তন উজ্জ্বল পুৰুষ লেফটেনেণ্ট আৰ মাধৱন জী,

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

January 23rd, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২৩ জানুৱাৰী তাৰিখটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মৰ গৌৰৱময় তাৰিখ। তেওঁ মন্তব্য কৰে যে নেতাজীৰ সাহস আৰু পৰাক্ৰমে আমাক অনুপ্ৰাণিত কৰে আৰু তেওঁৰ প্ৰতি মন শ্ৰদ্ধাৰে ভৰাই তোলে। তেওঁ আলোকপাত কৰে যে শেহতীয়া বছৰবোৰত পৰাক্ৰম দিৱস দেশৰ এক অবিচ্ছেদ্য উৎসৱত পৰিণত হৈছে। শ্ৰী মোদীয়ে কয় যে ২৩ জানুৱাৰী পৰাক্ৰম দিৱস, ২৫ জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ২৬ জানুৱাৰী গণৰাজ্য দিৱস, ২৯ জানুৱাৰী বিটিং ৰিট্ৰিট আৰু ৩০ জানুৱাৰী শ্ৰদ্ধাৰ বাপুৰ মৃত্যু বাৰ্ষিকী, এয়া গণৰাজ্যৰ ভৱিষ্যৎ উৎসৱ উদযাপনৰ এক নতুন পৰম্পৰা গঢ়ি তোলা এক সুখৰ কাকতালীয় পৰিঘটনা। তেওঁ পৰাক্ৰম দিৱসৰ দিনটোত দেশৰ সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে।

DMK is the biggest enemy of Tamil Nadu’s culture: PM Modi in Madhuranthakam

January 23rd, 03:15 pm

PM Modi addressed a public rally in Madhuranthakam, Tamil Nadu, where he said the people of the state had given the DMK a clear mandate twice, but the party betrayed the trust of the people. He added DMK made many promises but delivered zero results, adding that people are now calling it a CMC government, one that promotes corruption, mafia, and crime.

Tamil Nadu shows massive support for NDA at PM Modi’s Madhuranthakam rally

January 23rd, 03:00 pm

PM Modi addressed a public rally in Madhuranthakam, Tamil Nadu, where he said the people of the state had given the DMK a clear mandate twice, but the party betrayed the trust of the people. He added DMK made many promises but delivered zero results, adding that people are now calling it a CMC government, one that promotes corruption, mafia, and crime.

LDF and UDF have pushed Kerala into corruption, misgovernance and appeasement politics: PM Modi in Thiruvananthapuram

January 23rd, 11:47 am

Prime Minister Narendra Modi today addressed a massive public rally in Thiruvananthapuram, Kerala, where he expressed gratitude for the warm reception and overwhelming public enthusiasm. He said that every visit to Kerala fills him with affection and energy and noted that the atmosphere in Thiruvananthapuram reflected a renewed sense of hope and confidence for change in the state.

Huge crowd turns up as PM Modi addresses rally in Thiruvananthapuram, Kerala

January 23rd, 11:43 am

Prime Minister Narendra Modi today addressed a massive public rally in Thiruvananthapuram, Kerala, where he expressed gratitude for the warm reception and overwhelming public enthusiasm. He said that every visit to Kerala fills him with affection and energy and noted that the atmosphere in Thiruvananthapuram reflected a renewed sense of hope and confidence for change in the state.

পৰাক্ৰম দিৱসত সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ সাহস আৰু বীৰত্বৰ আদৰ্শৰ কথা স্মৰণ

January 23rd, 09:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱনে আমাক সাহসিকতা আৰু বীৰত্বৰ প্ৰকৃত অৰ্থ শিকায়। পৰাক্ৰম দিৱসে দেশক নেতাজীৰ অদম্য সাহস, ত্যাগ আৰু মাতৃভূমিৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে বুলি তেওঁ উল্লেখ কৰে।

পৰাক্ৰম দিৱসত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

January 23rd, 08:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে উদযাপিত পৰাক্ৰম দিৱসত নেতাজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ নেতাজীৰ অদম্য সাহস, অটল সংকল্প আৰু ৰাষ্ট্ৰলৈ অতুলনীয় অৱদানৰ কথা স্মৰণ কৰি কয় যে তেওঁৰ নিৰ্ভীক নেতৃত্ব আৰু গভীৰ দেশপ্ৰেমে এখন শক্তিশালী ভাৰত গঢ়ি তুলিবলৈ প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ

January 23rd, 04:26 pm

২০৪৭ চনৰ ভিতৰত দেশৰ লক্ষ্য কি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰক্ৰম দিৱস উপলক্ষে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে

January 23rd, 03:36 pm

পৰক্ৰম দিৱসৰূপে উদযাপিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীত আজি নতুন দিল্লীৰ সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ বন্ধু-বান্ধৱীৰ সৈতে এক বিশেষ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত দেশৰ লক্ষ্য কি বুলি সোধা প্ৰশ্নত এজন ছাত্ৰই আত্মবিশ্বাসেৰে উত্তৰ দিয়ে যে ভাৰতক উন্নত ৰাষ্ট্ৰ (বিকশিত ভাৰত) কৰি তুলিব লাগিব। প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰতহে কিয় বুলি সোধাত আন এজন ছাত্ৰই উত্তৰ দিলে যে “যেতিয়া ভাৰতে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব, তেতিয়ালৈকে আমাৰ বৰ্তমানৰ প্ৰজন্মই জাতিটোৰ সেৱা কৰিবলৈ সাজু হ’ব”।

নেতাজী সুভাষ চন্দ্ৰ বসুলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

January 23rd, 08:53 am

পৰক্ৰম দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ভাৰতৰ স্বাধীনতা আন্দোলনত নেতাজীৰ অৱদান অতুলনীয় আছিল আৰু তেওঁ সাহস তথা ধৈৰ্যৰ প্ৰতীক হিচাপে চিহ্নিত হৈছিল।

Prime Minister Narendra Modi to participate in programme marking Parakram Diwas at Red Fort

January 22nd, 05:56 pm

Prime Minister Narendra Modi will participate in Parakram Diwas celebrations at Red Fort on 23rd January. The programme being held this year at Red Fort will be a multifaceted celebration seamlessly weaving together historical reflections and vibrant cultural expressions. The activities will delve into the profound legacy of Netaji Subhas Chandra Bose and the Azad Hind Fauj. The celebrations will continue till 31st January.

নতুন দিল্লীত এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 25th, 06:40 pm

কেন্দ্ৰীয় কেবিনেটৰ মোৰ জ্যেষ্ঠ সহকৰ্মীসকল, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, এনচিচিৰ সঞ্চালক প্ৰধান, শিক্ষক, অতিথি, মোৰ মন্ত্ৰী পৰিষদৰ আন সকলো সহকৰ্মী, অন্যান্য অতিথি, গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা বিভিন্ন শিল্পী, এনচিচি আৰু এনএছএছৰ মোৰ যুৱ সতীৰ্থসকল!

প্ৰধানমন্ত্ৰীয়ে এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে

January 25th, 04:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ পোছাক পৰিধান কৰা অসংখ্য শিশু প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ আহিছে। জয় হিন্দৰ মন্ত্ৰই সকলোকে অনুপ্ৰাণিত কৰে, প্ৰধানমন্ত্ৰীয়ে কয়।

পৰাক্ৰম দিৱসত নেতাজী সুভাষ চন্দ্ৰ বসুক শ্ৰদ্ধাঞ্জলি জ্ঞাপনপ্ৰধানমন্ত্ৰীৰ

January 23rd, 09:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুক পৰাক্ৰম দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

২৩ জানুৱাৰীত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১টা বৃহত্তম বেনামী দ্বীপক ২১ জন পৰম বীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে নামকৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 21st, 06:35 pm

পৰাক্ৰম দিৱস উপলক্ষে ২৩ জানুৱাৰীৰ পুৱা ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ২১ জন পৰম বীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১টা বৃহৎ বেনামী দ্বীপৰ নামকৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপত নিৰ্মাণ হ’বলগীয়া নেতাজীৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় স্মাৰকৰ আৰ্হিও উন্মোচন কৰিব।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য

January 23rd, 09:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

‘এট হোম’ অনুষ্ঠানত জনজাতীয় অতিথি, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱী আৰু গণৰাজ্য দিৱসত প্ৰদৰ্শন কৰিবলগীয়া শিল্পীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তা বিনিময়ৰ অসমীয়া ৰূপান্তৰ

January 24th, 04:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনজাতীয় অতিথিবৃন্দ, ‘এনচিচি কেডেট’, ‘এনএছএছ স্বেচ্ছাসেৱী’ আৰু ‘গণৰাজ্য দিৱস’ৰ সমদলত ভাগ ল’বলগীয়া দলবোৰৰ প্ৰতীকপট নিৰ্মাতা শিল্পীসকলৰে ‘ঘৰুৱা পৰিৱেশত অনুষ্ঠিত এক বাৰ্তালাপ অনুষ্ঠান’ত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, শ্ৰী অৰ্জুন মুণ্ডা, শ্ৰী কিৰেণ ৰিজিজু আৰু শ্ৰী ৰেণুকা সিং সাৰুতো এই অনুষ্ঠানত উপস্থিত থাকে।

জনজাতীয় অতিথিবৃন্দ, ‘এনচিচি কেডেট’, ‘এনএছএছ স্বেচ্ছাসেৱী’ আৰু ‘গণৰাজ্য দিৱস’ৰ সমদলত ভাগ ল’বলগীয়া দলবোৰৰ প্ৰতীকপট নিৰ্মাতা শিল্পীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

January 24th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনজাতীয় অতিথিবৃন্দ, ‘এনচিচি কেডেট’, ‘এনএছএছ স্বেচ্ছাসেৱী’ আৰু ‘গণৰাজ্য দিৱস’ৰ সমদলত ভাগ ল’বলগীয়া দলবোৰৰ প্ৰতীকপট নিৰ্মাতা শিল্পীসকলৰে ‘ঘৰুৱা পৰিৱেশত অনুষ্ঠিত এক বাৰ্তালাপ অনুষ্ঠান’ত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, শ্ৰী অৰ্জুন মুণ্ডা, শ্ৰী কিৰেণ ৰিজিজু আৰু শ্ৰী ৰেণুকা সিং সাৰুতো এই অনুষ্ঠানত উপস্থিত থাকে।