নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে: প্ৰধানমন্ত্ৰী

নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে: প্ৰধানমন্ত্ৰী

April 01st, 10:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নৱৰাত্ৰিৰ সময়ত দেৱী মাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে। তেওঁ লগতে পণ্ডিত ভীমসেন যোশীৰ এটা ভজনো শ্বেয়াৰ কৰে।

কৰ্ণাটকৰ হুব্বালি ২৬ তম ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

কৰ্ণাটকৰ হুব্বালি ২৬ তম ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 12th, 04:30 pm

কৰ্ণাটকৰ এই অঞ্চলটো ইয়াৰ পৰম্পৰা, সংস্কৃতি আৰু জ্ঞানৰ বাবে বিখ্যাত। ইয়াত বহুতো ব্যক্তিত্বক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে। এই অঞ্চলটোৱে দেশখনক কেইবাজনো মহান সংগীতজ্ঞ দিছে। মই আজি হুব্বালিৰ ভূমিৰ পৰা পণ্ডিত কুমাৰ গন্ধৰ্ব, পণ্ডিত বাসবৰাজ ৰাজগুৰু, পণ্ডিত মল্লিকাৰ্জুন মনচুৰ, ভাৰত ৰত্ন পণ্ডিত ভীমসেন যোশী আৰু পণ্ডিত গংগুবাই হাংগলজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

কৰ্ণাটকৰ হুবলীত ২৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

কৰ্ণাটকৰ হুবলীত ২৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

January 12th, 04:00 pm

কৰ্ণাটকৰ হুবলীত আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ শুভাৰম্ভ কৰে। স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকীত উদযাপন কৰা ৰাষ্ট্ৰীয় যুৱ দিৱসত তেওঁৰ আদৰ্শ, শিক্ষা আৰু অৱদানক সন্মান আৰু লালন-পালন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই মহোৎসৱৰ বিষয়বস্তু হৈছে ‘বিকশিত যুৱ-বিকশিত ভাৰত’ আৰু ই দেশৰ সকলো প্ৰান্তৰ বিভিন্ন সংস্কৃতিক এক উমৈহতীয়া মঞ্চত আনি অংশগ্ৰহণকাৰীসকলক এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱেৰে একত্ৰিত কৰে।

জন্ম শতবাৰ্ষিকীত পণ্ডিত ভীমসেন যোশীক স্মৰণ প্ৰধানমন্ত্ৰীৰ

February 04th, 07:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকী উপলক্ষে পণ্ডিত ভীমসেন যোশীক স্মৰণ কৰে।

জন্ম তিথিত পণ্ডিত ভীমসেন যোশীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী

February 04th, 05:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পণ্ডিত ভীমসেন যোশীৰ জন্ম তিথিত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।