উত্তৰ প্ৰদেশৰ হৰদোইত গংগা এক্সপ্ৰেছৱে’ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
April 29th, 11:35 am
সৰ্বপ্ৰথমে, মই ভগৱান নৰসিংহৰ এই পুণ্যভূমিক প্ৰণাম জনাইছো। ইয়াৰ পৰা কেইকিলোমিটাৰমান দূৰত মা গংগা সুন্দৰভাৱে বৈ গৈছে। সেয়েহে, এই সমগ্ৰ অঞ্চলটো কোনো তীৰ্থতকৈ কম নহয়। আৰু মই বিশ্বাস কৰোঁ যে উত্তৰ প্ৰদেশলৈ এক্সপ্ৰেছৱে’ৰ এই উপহাৰো মা গংগাৰ আশীৰ্বাদ। এতিয়া আপুনি কেইঘণ্টামানৰ ভিতৰতে সংগমলৈ যাব পাৰে আৰু কাশীত বাবাক সাক্ষাৎ কৰি উভতিও আহিব পাৰে।লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
April 16th, 03:30 pm
এই গুৰুত্বপূৰ্ণ বিধেয়কখনৰ ওপৰত আজি পুৱাৰে পৰা আলোচনা আৰম্ভ হৈছে। বহু সহকৰ্মীয়ে ইয়াত উত্থাপিত বিষয়সমূহৰ বিষয়ে তথ্য আৰু যুক্তিৰে সদনক নিশ্চয় অৱগত কৰিছে। গতিকে সেইবোৰ বিষয়ত মই গভীৰভাৱে সোমাব নিবিচাৰো।লোকসভাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 16th, 03:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত সম্বোধন কৰে। এই গুৰুত্বপূৰ্ণ বিধেয়কখনৰ ওপৰত পুৱাৰে পৰা আলোচনা আৰম্ভ হোৱা বুলি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বহু সহযোগীয়ে তথ্য আৰু যুক্তিৰ ওপৰত নিৰ্ভৰ কৰি গুৰুত্বপূৰ্ণ বিষয়সমূহ ফলপ্ৰসূভাৱে উত্থাপন কৰিছে।১৩ এপ্ৰিলত ‘নাৰী শক্তি বন্দন সন্মিলন’ত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
April 12th, 04:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ এপ্ৰিল, ২০২৬ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ প্ৰায় ১১ বজাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘নাৰী শক্তি বন্দন সন্মিলন’ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ জন সমাৱেশক সম্বোধন কৰিব।বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 12:00 pm
ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে
April 24th, 11:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।Congress is most dishonest and deceitful party in India: PM Modi in Doda, Jammu and Kashmir
September 14th, 01:00 pm
PM Modi, addressing a public meeting in Doda, Jammu & Kashmir, reaffirmed his commitment to creating a safe, prosperous, and terror-free region. He highlighted the transformation under BJP's rule, emphasizing infrastructure development and youth empowerment. PM Modi criticized Congress for its dynastic politics and pisive tactics, urging voters to support BJP for continued progress and inclusivity in the upcoming Assembly elections.PM Modi addresses public meeting in Doda, Jammu & Kashmir
September 14th, 12:30 pm
PM Modi, addressing a public meeting in Doda, Jammu & Kashmir, reaffirmed his commitment to creating a safe, prosperous, and terror-free region. He highlighted the transformation under BJP's rule, emphasizing infrastructure development and youth empowerment. PM Modi criticized Congress for its dynastic politics and pisive tactics, urging voters to support BJP for continued progress and inclusivity in the upcoming Assembly elections.প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি
February 13th, 04:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিনামূলীয়া বিদ্যুতৰ বাবে ছাঁদৰ ওপৰত সৌৰ আঁচনি - PM Surya Ghar Muft Bijli Yojana (প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি) আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।The real strength of a democracy is at the grassroots levels: PM Modi
August 18th, 11:00 am
Acknowledging the importance of the BJP Karyakartas in strengthening the party across domains, PM Modi addressed the Kshetriya Panchayati Raj Parishad in Daman and Diu. On the same, PM Modi emphasized on the importance of organizational training, traditions, devotion and unity as the hallmarks of the BJP. PM Modi said, “We must all strive to continuously improve ourselves as well as the BJP Party and the Organization.”PM Modi addresses the Kshetriya Panchayati Raj Parishad in Daman and Diu
August 18th, 10:26 am
Acknowledging the importance of the BJP Karyakartas in strengthening the party across domains, PM Modi addressed the Kshetriya Panchayati Raj Parishad in Daman and Diu. On the same, PM Modi emphasized on the importance of organizational training, traditions, devotion and unity as the hallmarks of the BJP. PM Modi said, “We must all strive to continuously improve ourselves as well as the BJP Party and the Organization.”Despite hostilities of TMC in Panchayat polls, BJP West Bengal Karyakartas doing exceptional work: PM Modi
August 12th, 11:00 am
Addressing the Kshetriya Panchayati Raj Parishad in West Bengal via video conference, Prime Minister Narendra Modi remarked that the no-confidence motion tabled by the Opposition against the NDA government was defeated in the Lok Sabha. “The situation was such that the people of the opposition left the house in the middle of the discussion and ran away. The truth is that they were scared of voting on the no-confidence motion,” he said.PM Modi addresses at Kshetriya Panchayati Raj Parishad in West Bengal via VC
August 12th, 10:32 am
Addressing the Kshetriya Panchayati Raj Parishad in West Bengal via video conference, Prime Minister Narendra Modi remarked that the no-confidence motion tabled by the Opposition against the NDA government was defeated in the Lok Sabha. “The situation was such that the people of the opposition left the house in the middle of the discussion and ran away. The truth is that they were scared of voting on the no-confidence motion,” he said.চিবিআইৰ হীৰক জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 03rd, 03:50 pm
আজি আৰম্ভ কৰা কিছুমান চহৰৰ নতুন চিবিআই কাৰ্যালয়, টুইটাৰ হেণ্ডেল, অন্যান্য ব্যৱস্থাই হওঁক, তেওঁলোকে নিশ্চিতভাৱে চিবিআইক অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চিবিআইয়ে নিজৰ সেৱা আৰু দক্ষতাৰ জৰিয়তে সাধাৰণ জনতাক নতুন আস্থা প্ৰদান কৰিছে। আজিও যেতিয়া কোনোবাই এটা গোচৰৰ সমাধান অসম্ভৱ বুলি অনুভৱ কৰে তেতিয়া তেওঁলোকে দাবী কৰে যে সেইটো চিবিআইক গতাই দিব লাগে। তদন্ত কৰি থকা সংস্থাটোৰ পৰা গোচৰটো লৈ চিবিআইক গতাই দিয়াৰ দাবীত মানুহে বিক্ষোভ প্ৰদৰ্শন কৰে। পঞ্চায়ত পৰ্যায়ত কিবা ইছ্যু থাকিলেও মানুহে কয়, এইটো চিবিআইক গতাই দিব লাগে।ন্যায়ৰ ব্ৰেণ্ড হিচাপে চিবিআই আজি মানুহৰ মুখে মুখে।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ হীৰক জয়ন্তী উদযাপন উদ্বোধন কৰে
April 03rd, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ হীৰক জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো ১৯৬৩ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ এক প্ৰস্তাৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।১৮-২০এপ্রিলত গুজৰাট ভ্ৰমণ কৰিব প্রধানমন্ত্রীয়ে
April 16th, 02:36 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৮ৰ পৰা ২০এপ্রিললৈকে গুজৰাট ভ্ৰমণ কৰিব। ১৮ এপ্ৰিলৰ সন্ধিয়া ৬বজাত গান্ধীনগৰত বিদ্যালয়সমূহৰ কামাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ পৰিদর্শন কৰিব৷ ১৯ এপ্ৰিলৰ পুৱা ৯.৪০ বজাত তেওঁ বনছকাঁথাৰ দিয়োদাৰত বনছ দুগ্ধ সংকুলত একাধিক উন্নয়নমূলক প্রকল্প দেশবাসীৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। একেদিনাই বিয়লি ৩.৩০বজাত তেওঁ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় পৰম্পৰাগত চিকিৎসা কেন্দ্রৰ আধাৰশিলা স্থাপন কৰিব। ২০ এপ্রিলৰ পুৱা ১০ বজাত প্রধানমন্ত্রীয়ে গান্ধীনগৰত বিশ্ব আয়ুষ বিনিয়োগ আৰু সন্মিলনৰ উদ্বোধন কৰিব। ইয়াৰ বিয়লি ৩.৩০ বজাত শ্রী মোদীয়ে দাহোদত আদিজাতি মহাসন্মিলন উদ্বোধন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।গুজৰাটৰ জিলা পঞ্চায়তৰ সদস্যসকলৰে মিলিত প্ৰধানমন্ত্ৰী
April 15th, 10:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জিলা পঞ্চায়তৰ সদস্যসকলৰ সৈতে মিলিত হয়। তেখেতে গাওঁসমূহত জীৱন-যাত্ৰাৰ মানদণ্ড আৰু আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ উপায় সন্দৰ্ভত তেওঁলোকৰ মতামতক প্ৰশংসা কৰে।গুজৰাটৰ জিলা পঞ্চায়তৰ সদস্যসকলৰে মিলিত প্ৰধানমন্ত্ৰী
April 13th, 10:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ জিলা পঞ্চায়তৰ সদস্যসকলৰ সৈতে মিলিত হয় আৰু গ্ৰামোন্নয়ন আৰু সামাজিক প্ৰগতিৰ অৰ্থে জনশক্তিক ব্যৱহাৰৰে সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে।প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদত গুজৰাট পঞ্চায়ত মহাসন্মিলন সম্বোধন কৰে
March 11th, 03:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত গুজৰাট পঞ্চায়ত মহাসন্মিলন সম্বোধন কৰে। এই অনুষ্ঠানত ৰাজ্যখনৰ পঞ্চায়ত ৰাজ প্ৰতিনিধিসকল উপস্থিত থাকে।ভিন্ন-আৰ্হিৰ সংযোগৰ বাবে পিএম গতি শক্তি, নেচনেল মাষ্টাৰ প্লেন মুকলি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 13th, 11:55 am
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী নিতিন গাডকাৰী জী, শ্ৰী পীযুষ গোয়েল জী, শ্ৰী হৰদীপ সিংহ পুৰী জী, শ্ৰী সৰ্বানন্দ সোণোৱাল জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী ৰাজ কুমাৰ সিংহ জী, বেলেগ বেলেগ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী, লেফ্টেনেণ্ট গৱৰ্নৰ্ছ, ৰাজ্য মন্ত্ৰীসভাৰ সদস্য, উদ্যোগ জগতৰ বন্ধু, অন্য মহানুভৱ আৰু মোৰ মৰমৰ ভাই আৰু ভনীসকল,