ভাৰত-থাইলেণ্ড ৰণনীতিগত বন্ধুত্ব প্ৰতিষ্ঠা সন্দৰ্ভত সংযুক্ত ঘোষণা
April 04th, 07:29 pm
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০৩-০৪ এপ্ৰিলত থাইলেণ্ডৰ আনুষ্ঠানিক ভ্ৰমণ কৰে আৰু থাইলেণ্ড সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী পেটোংটাৰ্ণ শ্বিনাৱাত্ৰাৰ আমন্ত্ৰণত বেংককত অনুষ্ঠিত হোৱা ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। বেংককৰ চৰকাৰী ভৱনত প্ৰধানমন্ত্ৰী শ্বিনাৱাত্ৰাই প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।Prime Minister’s visit to Wat Pho
April 04th, 03:36 pm
PM Modi with Thai PM Paetongtarn Shinawatra, visited Wat Pho, paying homage to the Reclining Buddha. He offered ‘Sanghadana’ to senior monks and presented a replica of the Ashokan Lion Capital. He emphasized the deep-rooted civilizational ties between India and Thailand, strengthening cultural bonds.থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী
April 03rd, 08:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম পেটংটাৰ্ণ ছিনাৱাট্ৰাক আজি বেংককত থাইলেণ্ডলৈ চৰকাৰী ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত সাক্ষাৎ কৰে। চৰকাৰী সদনত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীক প্ৰধানমন্ত্ৰী ছিনাৱাট্ৰাই আনুষ্ঠানিক আদৰণি জনায়। এয়া তেওঁলোকৰ দ্বিতীয় সাক্ষাৎ আছিল। ইয়াৰ পূৰ্বে, ২০২৪-ৰ অক্টোবৰত ভিয়েনটিয়েনত আছিয়ান সম্পৰ্কীয় সন্মিলনৰ সময়ত দুয়োগৰাকী নেতা মিলিত হৈছিল।থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
April 03rd, 03:01 pm
২৮ মাৰ্চত অহা ভূমিকম্পত হোৱা প্ৰাণহানিৰ বাবে মই ভাৰতবাসীৰ হৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ। আৰু, আমি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।থাইলেণ্ডৰ বেংককত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী
April 03rd, 11:01 am
থাইলেণ্ডৰ বেংককত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাত্ৰাৰ সৈতেও আলোচনাত মিলিত হ’ব।থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
April 03rd, 06:00 am
বিগত দশকত বিমষ্টেকে বংগোপসাগৰ অঞ্চলত আঞ্চলিক উন্নয়ন, সংযোগ আৰু অৰ্থনৈতিক প্ৰগতিৰ প্ৰসাৰৰ বাবে এখন উল্লেখযোগ্য মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। ভৌগোলিক অৱস্থানৰ বাবে ভাৰতৰ উত্তৰ-পূব অঞ্চল বিমষ্টেকৰ কেন্দ্ৰবিন্দুত অৱস্থিত। বিমষ্টেক দেশসমূহৰ নেতাসকলক সাক্ষাৎ কৰি আমাৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে অৰ্থপূৰ্ণভাৱে জড়িত হ’বলৈ মই আগ্ৰহী।০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ
April 02nd, 02:00 pm
বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱা বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ দিয়ে
January 26th, 10:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱাৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী পাটংটাৰ্ণ শ্বিনাৱাত্ৰাক ধন্যবাদ জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ সৌজন্যত আনন্দ প্ৰকাশ কৰে
October 30th, 09:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই প্ৰকাশ কৰা সৌজন্যত আনন্দ প্ৰকাশ কৰিছে। মহামান্য প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই আজি বেংককৰ ‘লিটল ইণ্ডিয়া’ৰ পাহুৰাটত ‘এমেজিং থাইলেণ্ড দেৱালী উৎসৱ ২০২৪’ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘আশ্চৰ্যকৰ থাইলেণ্ড দেৱালী উৎসৱ’ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ই ভাৰত আৰু থাইলেণ্ডৰ মাজৰ সাংস্কৃতিক সম্পৰ্ক গভীৰ কৰিব, প্ৰধানমন্ত্ৰীয়ে কয়।Meeting of Prime Minister with Prime Minister of Thailand
October 11th, 12:41 pm
Prime Minister Narendra Modi met H.E. Ms. Paetongtarn Shinawatra, Prime Minister of Thailand on the sidelines of East Asia Summit in Vientiane. The two leaders discussed bilateral cooperation in a range of areas. They also exchanged views on ways to forge closer cooperation in sub-regional, regional, and multilateral fora.PM Modi congratulates Ms. Paetongtarn Shinawatra on being elected as Prime Minister of Thailand
August 18th, 11:53 am
The Prime Minister, Shri Narendra Modi, today congratulated Ms. Paetongtarn Shinawatra on being elected as Prime Minister of Thailand. Shri Modi expressed hope to further strengthen the bilateral ties between India and Thailand, which is based on the strong foundations of civilisational, cultural and people to people connect.