পৰাক্ৰম দিৱসত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

January 23rd, 08:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে উদযাপিত পৰাক্ৰম দিৱসত নেতাজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ নেতাজীৰ অদম্য সাহস, অটল সংকল্প আৰু ৰাষ্ট্ৰলৈ অতুলনীয় অৱদানৰ কথা স্মৰণ কৰি কয় যে তেওঁৰ নিৰ্ভীক নেতৃত্ব আৰু গভীৰ দেশপ্ৰেমে এখন শক্তিশালী ভাৰত গঢ়ি তুলিবলৈ প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

PM condoles the demise of PA Sangma

March 04th, 12:29 pm