ভাৰত-কানাডা চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
March 02nd, 02:30 pm
দুয়োখন দেশৰ ব্যৱসায়িক নেতা, ভদ্ৰলোক-ভদ্ৰমহিলা আৰু সন্মানীয় প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীক শুভেচ্ছা জনাইছো!কানাডাৰ সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰৰদ্বাৰা আয়োজিত এটি কাৰ্য্যক্ৰমত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ অসমীয়া অনুবাদ
May 02nd, 08:33 am
আপোনালোক আটাইকে আজাদী কা অমৃত মহোৎসৱ আৰু গুজৰাট দিৱসৰ শুভেচ্ছা জনালো! কানাডাত ভাৰতীয় সংস্কৃতি আৰু ভাৰতীয় প্ৰমূল্যৰাজিক সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত অন্টাৰিঅ'-স্থিত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰই পালন কৰা ভূমিকা সম্পৰ্কে আমি সকলো অৱগত। মই কানাডা ভ্ৰমণ কৰি অনুভৱ কৰিছো যে আপোনাসৱ আপোনালোকৰ এই প্ৰচেষ্টাৰাজিত সফল হৈছে আৰু আপোনালোকে নিজৰ মনত এক ইতিবাচক ধাৰণা গ্ৰহণ কৰিছে। আমি ২০১৫ ৰ অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰো, কানাডাত ভাৰতীয় মূলৰ লোকসকলৰ সেই স্নেহ আৰু মৰমৰ কথা। মই এই উদ্ভাৱনীমূলক প্ৰচেষ্টাৰে জড়িত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰ আৰু আপোনালোক আটাইকে অভিনন্দন জনালো। সনাতন মন্দিৰত চৰ্দাৰ বল্লভভাই পেটেলৰ এই প্ৰতিমূৰ্তিয়ে কেৱল আমাৰ সাংস্কৃতিক মূল্যবোধক সুদৃঢ় কৰাই নহয়, বৰঞ্চ দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ প্ৰতীক হৈ উঠিব।কানাডাৰ অণ্টাৰিঅ’ত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰত প্রধানমন্ত্রীৰ ভাষণ
May 01st, 09:33 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে কানাডাৰ অণ্টাৰিঅ’ৰ মাৰখামত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰত চৰ্দাৰ পেটেলৰ মূর্তি উদ্বোধন অনুষ্ঠান ভাষণ প্ৰদান কৰে৷