ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ

April 18th, 08:45 pm

আজি মই এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত দেশবাসীক সম্বোধন কৰিবলৈ আহিছো— বিশেষকৈ আমাৰ দেশৰ মাতৃ, ভগ্নী, কন্যাৰ সৈতে কথা পাতিবলৈ আহিছো! আজি ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে প্ৰত্যক্ষ কৰিছে ভাৰতৰ ‘নাৰী শক্তি’ কিদৰে জাগ্ৰত হৈছে। কিন্তু তেওঁলোকৰ সপোনবোৰ নিৰ্দয়ভাৱে থেতেলিয়াই পেলোৱা হৈছে। আমাৰ সৰ্বোচ্চ প্ৰচেষ্টা সত্ত্বেও আমি সফল নহ’লোঁ; 'নাৰী শক্তি বন্দন অধিনিয়ম'ৰ সংশোধনী গৃহীত কৰাব নোৱাৰিলে! আৰু ইয়াৰ বাবে দেশৰ সকলো মাতৃ-ভগ্নীলৈ আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।

দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 18th, 08:30 pm

ভাৰতৰ মাতৃ, ভগ্নী, কন্যাক লৈ এটা গুৰুত্বপূৰ্ণ বিষয়ত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নাৰীৰ প্ৰগতিৰ স্থৱিৰতাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে চৰকাৰৰ আন্তৰিক প্ৰচেষ্টা সত্ত্বেও নাৰী শক্তি বন্দন অধিনিয়ম সংশোধনী গৃহীত নহ’ল, যাৰ ফলত মহিলাসকলৰ বৈধ সপোন সম্পূৰ্ণৰূপে মোহাৰি পেলোৱা হল। শ্ৰী মোদীয়ে কয় যে এই দুৰ্ভাগ্যজনক ফলাফলৰ বাবে দেশৰ সকলো মাতৃ-ভগ্নীৰ ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।

Congress delayed women’s reservation for decades: PM Modi in Dibrugarh, Assam

April 06th, 11:30 am

In his address at a public meeting in Dibrugarh, Assam, PM Modi sharply criticised Congress, accusing it of treating land as an “ATM” for vested interests. He highlighted how BJP-NDA is working to provide land rights to farmers, tribal communities and tea garden families. He also reiterated the government’s commitment to implementing 33% reservation for women through the Nari Shakti Vandan Act.

The “Naamdaar” of the Congress royal family will complete a century of defeats: PM Modi in Barpeta, Assam

April 06th, 11:10 am

Prime Minister Narendra Modi addressed a massive public meeting in Barpeta, as election campaigning in Assam gathered strong momentum. Addressing an enthusiastic crowd, PM Modi highlighted the vision of a self-reliant and Viksit Assam, while underscoring the NDA government’s commitment to peace, prosperity and inclusive growth.

PM Modi addresses massive public meetings in Barpeta, Hojai and Dibrugarh

April 06th, 11:00 am

PM Modi addressed massive public meetings in Barpeta, Hojai and Dibrugarh, as election campaigning in Assam gathered strong momentum. Addressing enthusiastic crowds, PM Modi highlighted the vision of a self-reliant and Viksit Assam. He launched a strong attack on Congress, accusing it of promoting family-first politics, corruption, and false promises. He also spoke about expanding welfare initiatives along with ensuring reservation for women through the Nari Shakti Vandan Act.

উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভনি তথা আজমেৰৰ পৰা এইচ পি ভি টিকাকৰণৰ দেশজোৰা অভিযান আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

February 28th, 12:00 pm

আজি এই পবিত্ৰ তীৰ্থৰাজ পুষ্কৰ আৰু মাতা সাবিত্ৰীৰ ভূমিত আপোনালোক সকলোৰে মাজলৈ আহি আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ সুযোগ পাইছো। এই মঞ্চৰ পৰাই পৃথ্বীৰাজৰ ভূমি আজমেৰৰ সুৰসুৰাৰ তেজাজী ধামক প্ৰণাম জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ আজমেৰত দেশজোৰা এইচ পি ভি টিকাকৰণ অভিযান আৰু ১৭,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে

February 28th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আজমেৰত এক জনসভাত ভাষণ দি ৰাজস্থানৰ উন্নয়ন যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ সাংস্কৃতিক আৰু বীৰত্বপূৰ্ণ উত্তৰাধিকাৰক শ্ৰদ্ধাঞ্জলি জনায়, য’ত সুৰসুৰাৰ তেজাজী ধাম আৰু হাইফাক মুক্ত কৰাৰ ক্ষেত্ৰতমেজৰ দলপত সিঙৰ বীৰত্বক ভূমিকাক ইজৰাইলত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।”

Congress kept misleading ex-servicemen with false promises of One Rank One Pension: PM Modi in Aurangabad, Bihar

November 07th, 01:49 pm

Continuing his high-voltage election campaign, PM Modi today addressed a massive public meeting in Aurangabad. He said that Bihar has created history in the very first phase of voting. The PM noted that yesterday’s polling has recorded the highest turnout ever in Bihar, with nearly 65% of voters participating. He remarked that this clearly shows that the people of Bihar themselves have taken the lead in ensuring the return of the NDA government.

PM Modi campaigns in Bihar’s Aurangabad and Bhabua

November 07th, 01:45 pm

Continuing his high-voltage election campaign, PM Modi today addressed two massive public meetings in Aurangabad and Bhabua. He said that Bihar has created history in the very first phase of voting. The PM noted that yesterday’s polling recorded the highest turnout ever in the state, with nearly 65% voter participation. He remarked that this clearly shows that the people of Bihar have themselves taken the lead in ensuring the return of the NDA government.

ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম"ৰ ১৫০ বছৰীয়া স্মৃতিচাৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

November 07th, 10:00 am

বন্দে মাতৰম, এই শব্দ হৈছে এটা মন্ত্ৰ, এটা শক্তি, এটা সপোন, এটা সংকল্প। বন্দে মাতৰম, এই এটা শব্দ হৈছে মা ভাৰতীৰ সাধনা, মা ভাৰতীৰ পূজা। বন্দে মাতৰম, এই এটা শব্দই আমাক ইতিহাসলৈ লৈ যায়। ই আমাৰ আত্মবিশ্বাস, আমাৰ বৰ্তমান, আত্মবিশ্বাসেৰে ভৰাই তোলে আৰু আমাৰ ভৱিষ্যতক এক নতুন সাহস প্ৰদান কৰে যে কোনো সংকল্প নাই, এনে কোনো সংকল্প নাই যাক পূৰণ কৰিব নোৱাৰি। আমি ভাৰতীয়সকলে প্ৰাপ্ত কৰিব নোৱাৰা কোনো লক্ষ্য নাই।

ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম"ৰ ১৫০ বছৰীয়া স্মৃতিচাৰণ অনুষ্ঠানৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

November 07th, 09:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰীয়া স্মৃতিচাৰণ অনুষ্ঠান উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে বন্দে মাতৰম কেৱল এটা শব্দ নহয়-এয়া এক মন্ত্ৰ, এক শক্তি, এক সপোন আৰু এক গুৰুত্বপূৰ্ণ সংকল্প। বন্দে মাতৰম মা ভাৰতীৰ প্ৰতি ভক্তি আৰু আধ্যাত্মিক সমৰ্পণৰ প্ৰতীক বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই শব্দটোৱে আমাক আমাৰ ইতিহাসৰ সৈতে সংযোগ কৰে, আমাৰ বৰ্তমানক আত্মবিশ্বাসেৰে ভৰাই তোলে আৰু আমাৰ ভৱিষ্যতক এই বিশ্বাসৰ সাহসৰে অনুপ্ৰাণিত কৰে যে কোনো সংকল্পয়েই পূৰণ কৰাটো অসম্ভৱ নহয় আৰু কোনো লক্ষ্যই আমাৰ সামৰ্থ্যৰ আওতাৰ বাহিৰত নহয়।

Mahagathbandhan is a bundle of lies: PM Modi in Arrah, Bihar

November 02nd, 02:00 pm

Massive crowd attended PM Modi’s public rally in Arrah, Bihar, today. Addressing the gathering, the PM said that when he sees the enthusiasm of the people, the resolve for a Viksit Bihar becomes even stronger. He emphasized that a Viksit Bihar is the foundation of a Viksit Bharat and explained that by a Viksit Bihar, he envisions strong industrial growth in the state and employment opportunities for the youth within Bihar itself.

PM Modi addresses large public gatherings in Arrah and Nawada, Bihar

November 02nd, 01:45 pm

Massive crowd attended PM Modi’s rallies in Arrah and Nawada, Bihar, today. Addressing the gathering in Arrah, the PM said that when he sees the enthusiasm of the people, the resolve for a Viksit Bihar becomes even stronger. He emphasized that a Viksit Bihar is the foundation of a Viksit Bharat and explained that by a Viksit Bihar, he envisions strong industrial growth in the state and employment opportunities for the youth within Bihar itself.

The inauguration of mega infrastructure projects today marks a turning point in Jammu and Kashmir's development journey: PM Modi in Katra

June 06th, 12:50 pm

PM Modi launched multiple development projects worth over Rs. 46,000 crore in Jammu and Kashmir. He inaugurated the Chenab and Anji rail bridges and flagged off Vande Bharat Trains. Emphasizing that both the bridges will serve as catalysts for prosperity in J&K, the PM said, “these landmark projects will boost tourism and also benefit various sectors of the economy, creating opportunities for businesses and industries”.

জম্মু-কাশ্মীৰত ৪৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

June 06th, 12:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ কাটৰাত ৪৬,০০০কোটি টকাতকৈও অধিক ব্যয়ৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। সাহসী বীৰ জোৰাৱাৰ সিঙৰ ভূমিক অভিবাদন জনাই তেওঁ মন্তব্য কৰে যে আজিৰ অনুষ্ঠানটো ভাৰতৰ একতা আৰু সংকল্পৰ এক বিশাল উদযাপন। শ্ৰী মোদীয়ে কয় যে মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদত কাশ্মীৰ উপত্যকা এতিয়া ভাৰতৰ বিশাল ৰে’ল নেটৱৰ্কৰ সৈতে সংযুক্ত হৈছে। উধামপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল লাইন প্ৰকল্প কেৱল এটা নাম নহয়, জম্মু-কাশ্মীৰৰ নতুন শক্তিৰ প্ৰতীক আৰু ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ প্ৰমাণ বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আমি সদায়ে মা ভাৰতীক 'কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ'বুলি গভীৰ শ্ৰদ্ধাৰে উল্লেখ কৰি আহিছোঁআজি আমাৰ ৰে’ল নেটৱৰ্কতো ই বাস্তৱত পৰিণত হৈছে।

Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit

May 06th, 08:04 pm

PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে

May 06th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।

হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

April 14th, 11:00 am

মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)

PM Modi lays foundation stone of new terminal building of Hisar airport worth over Rs 410 crore

April 14th, 10:16 am

PM Modi during his visit to Hisar, laid the foundation stone of the ₹410 crore Maharaja Agrasen Airport terminal and flagged off the first flight between Hisar and Ayodhya. He highlighted the push for affordable air travel, Haryana’s growing aspirations, and the government’s commitment to Babasaheb Ambedkar’s vision of dignity, equality, and empowerment for all.

এটা পদ এটা পেঞ্চন (অ'আৰঅ'পি) আঁচনি হৈছে আমাৰ প্ৰবীণ আৰু প্ৰাক্তন সেৱা কৰ্মীসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি: প্ৰধানমন্ত্ৰী

November 07th, 09:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা পদ এটা পেঞ্চন (অ'আৰঅ'পি) আঁচনিৰ দহ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কয় যেদেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা আমাৰ প্ৰবীণ আৰু প্ৰাক্তন সেৱা কৰ্মীসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি এয়া এক শ্ৰদ্ধাঞ্জলি। তেওঁ লগতে কয় যে দীৰ্ঘদিনীয়া এই দাবীৰ মোকাবিলা কৰাৰ দিশত আৰু আমাৰ নায়কসকলৰ প্ৰতি আমাৰ দেশৰ কৃতজ্ঞতা পুনৰ নিশ্চিত কৰাৰ দিশত অ'আৰঅ'পি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। শ্ৰী মোদীয়ে আশ্বাস দিয়ে যে চৰকাৰে আমাৰ সশস্ত্ৰ বাহিনীক শক্তিশালী কৰিবলৈ আৰু আমাক সেৱা আগবঢ়োৱা সকলৰ কল্যাণৰ বাবে সদায় সকলো ধৰণৰ প্ৰচেষ্টা কৰিব।