Subramania Bharati Ji was ahead of his time: PM Modi

December 11th, 02:00 pm

PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.

PM Modi releases compendium of complete works of great Tamil poet Subramania Bharati

December 11th, 01:30 pm

PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.

আচাৰ্য শ্ৰী এছ এন গোৱেংকাৰ ১০০ তম জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ অসমীয়া অনুবাদ

February 04th, 03:00 pm

আচাৰ্য শ্ৰী এছ এন গোৱেংকাজীৰ জন্ম শতবাৰ্ষিকী উদযাপন এবছৰ আগতে আৰম্ভ হৈছিল। এই সময়ছোৱাত, দেশে 'আজাদী কা অমৃত মহোৎসৱ' উদযাপন কৰাৰ লগতে কল্যাণমিত্ৰ গোৱেংকাজীৰ নীতি-আদৰ্শবোৰো সোঁৱৰণ কৰে। আজি তেওঁৰ শতবাৰ্ষিকী উৎসৱৰ সমাপ্তিৰ সময়তে দেশখনে এক উন্নত ভাৰতৰ সংকল্প সাকাৰ কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। এই যাত্ৰাত, আমি এছ এন গোৱেংকাজীৰ চিন্তা আৰু সমাজৰ প্ৰতি তেওঁৰ সমৰ্পণৰ পৰা বহুত শিক্ষা লাভ কৰিব পাৰোঁ। গুৰুজীয়ে প্ৰায়ে ভগৱান বুদ্ধৰ মন্ত্ৰ -চমগ্গা-নমঃ তাপোচুখো আওৰাইছিল, যিয়ে মানুহে একেলগে ধ্যান কৰাৰ সময়ত প্ৰাপ্ত শক্তিশালী ফলাফলক সূচায়। ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ঐক্যৰ এই মনোভাৱ এক বহুত ডাঙৰ ভেটি। এই শতবাৰ্ষিকী উদযাপনৰ সময়ছোৱাত আপোনালোক সকলোৱে এই মন্ত্ৰৰ প্ৰচাৰ-প্ৰসাৰ কৰিছে, আৰু মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰী এছ এন গোৱেংকাৰ ১০০তম জয়ন্তীৰ বছৰজোৰা সমাৰোহৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়ে

February 04th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আচাৰ্য শ্ৰী সত্যনাৰায়ণ গোৱেংকাৰ এশতম জন্ম জয়ন্তীৰ বছৰজোৰা সমাৰোহৰ সামৰণি অনুষ্ঠানত ভিডিঅ' বাৰ্তাৰ জৰিয়তে সম্বোধন কৰে।