শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 05th, 07:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম ।শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 05th, 07:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম ।খেলো ইণ্ডিয়া ডাইলগত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 27th, 11:15 am
প্ৰধানমন্ত্ৰী মোদীয়ে 'খেলো ইণ্ডিয়া ডায়লগ' অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ক্ৰীড়া সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত হকীৰ কিংবদন্তি মেজৰ ধ্যানচান্দ জীৰ অৱদানৰ কথা আলোকপাত কৰে। তেওঁ ২০৩৬ চনৰ অলিম্পিকৰ পূৰ্বে বিভিন্ন ক্ৰীড়া শৃংখলাত ভাৰতৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু শাৰীৰিক সুস্থতা বৃদ্ধি, মানসিক দৃঢ়তা গঢ়ি তোলা আৰু যুৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত খেল-ধেমালিৰ ভূমিকাৰ কথা উল্লেখ কৰে।'খেলো ইণ্ডিয়া ডায়লগ'ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
August 27th, 11:00 am
প্ৰধানমন্ত্ৰী মোদীয়ে 'খেলো ইণ্ডিয়া ডায়লগ' অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ক্ৰীড়া সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত হকীৰ কিংবদন্তি মেজৰ ধ্যানচান্দ জীৰ অৱদানৰ কথা আলোকপাত কৰে। তেওঁ ২০৩৬ চনৰ অলিম্পিকৰ পূৰ্বে বিভিন্ন ক্ৰীড়া শৃংখলাত ভাৰতৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু শাৰীৰিক সুস্থতা বৃদ্ধি, মানসিক দৃঢ়তা গঢ়ি তোলা আৰু যুৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত খেল-ধেমালিৰ ভূমিকাৰ কথা উল্লেখ কৰে।হাৰিয়ানাৰ জিন্দত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
July 17th, 12:00 pm
এইবোৰ ইয়ালৈ অনা কিছুমান ফটো- অনুগ্ৰহ কৰি সংগ্ৰহ কৰক, নহ’লে পিছফালে বহি থকাসকলে চাব নোৱাৰিব৷ এছ পি জিৰ কৰ্মীসকল, অনুগ্ৰহ কৰি সংগ্ৰহ কৰক। ধন্যবাদ ভাই, ইমান ধুনীয়া ছবিবোৰৰ বাবে। তাত সৰু ছোৱালী এজনীয়েও কিবা এটা আনিছে- অনুগ্ৰহ কৰি সেয়াও সংগ্ৰহ কৰক। ইয়াতো দুজন ভদ্ৰলোক দেখা গৈছে। আৰু এতিয়া, সকলোৱে অনুগ্ৰহ কৰি আৰামত বহিব। আপোনালোকৰ মৰমৰ বাবে, এই কলাত্মক সাধনাৰ বাবে সকলোকে ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ জিন্দত প্ৰায় ১৪,৭০০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
July 17th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ জিন্দত প্ৰায় ১৪,৭০০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই স্থানত উপস্থিত হৈ গভীৰ আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে শক্তি পীঠ মাতা জয়ন্তীৰ দ্বাৰা অনন্যভাৱে আশীৰ্বাদপুষ্ট অঞ্চলটোৰ সমৃদ্ধ ঐতিহাসিক, সামৰিক আৰু আধ্যাত্মিক ঐতিহ্যৰ ওপৰত আলোকপাত কৰে। কেইবা দশক পূৰ্বে সাংগঠনিক কৰ্তব্যৰ বাবে চহৰখনত তেওঁৰ প্ৰাৰম্ভিক ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ লাভ কৰা অবিস্মৰণীয় মৰমৰ কথা স্মৰণ কৰে, যি অন্তৰ্নিহিতভাৱে মুৰা ম’হৰ দুগ্ধজাত সামগ্ৰী, দেশী বুৰা আৰু ঘেৱৰৰ দৰে স্থানীয় ৰন্ধন সামগ্ৰীৰ সৈতে জড়িত। ‘এয়া কোনো সাধাৰণ ঠাই নহয়; ইয়াৰ ইতিহাস, সাহসিকতা, ধৰ্ম আৰু অপৰিসীম গৌৰৱেৰে গভীৰ।’ শ্ৰী মোদীয়ে কয়।ক্ৰীড়া সহযোগিতাৰ বাবে ভাৰত-অষ্ট্ৰেলিয়াৰ ৰূপৰেখা
July 10th, 10:07 am
ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ সম্পৰ্কত ২০২৩ চনৰ বুজাবুজি চুক্তিৰ আধাৰত ভাৰত-অষ্ট্ৰেলিয়া ক্ৰীড়া সহযোগিতাৰ ৰূপৰেখাই আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ এই আধাৰশিলা শক্তিশালী কৰাৰ বাবে ব্যৱহাৰিক, ভৱিষ্যতকেন্দ্ৰিক অগ্ৰাধিকাৰ আৰু সুযোগ নিৰ্ধাৰণ কৰিছে।এক ক্ৰীড়া অনুষ্ঠানৰ বাবে মেলবৰ্ন ক্ৰিকেট গ্ৰাউণ্ড ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
July 10th, 08:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-অষ্ট্ৰেলিয়া ক্ৰীড়া সম্পৰ্ক উদযাপন কৰা এক অনুষ্ঠানত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ আৰু ভিক্টোৰিয়াৰ প্ৰধান জেচিন্টা এলেনৰ সৈতে মেলবৰ্ন ক্ৰিকেট গ্ৰাউণ্ড ভ্ৰমণ কৰে। ষ্টিভ ৱ’ আৰু লিজা স্থালেকাৰকে ধৰি অষ্ট্ৰেলিয়াৰ কেইবাগৰাকীও ক্ৰীড়া কিংবদন্তি অনুষ্ঠানত উপস্থিত আছিল। এই ভ্ৰমণে ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ স্তম্ভ হিচাপে ক্ৰীড়া, সাংস্কৃতিক বিনিময় আৰু জনসাধাৰণৰ মাজৰ বৰ্ধিত সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।অষ্ট্ৰেলিয়াত প্ৰবাসী ভাৰতীয় লোকসকলৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 09th, 03:22 pm
ইয়াৰ আগতে মই ছিডনীত দুবাৰকৈ আপোনালোকক লগ পাইছিলোঁ, মেলবৰ্ণবাসীৰ সৈতে দেখা কৰিবলৈ ময়ো বাট চাই আছিলোঁ। সেয়ে ভাবিলোঁ এইবাৰ মেলবৰ্ণবাসীৰ সৈতে ফ্লেট হোৱাইট কফি খাম।অষ্ট্ৰেলিয়াত থকা প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ
July 09th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণৰ মাৰ্ভেল ষ্টেডিয়ামত অষ্ট্ৰেলিয়াত থকা ভাৰতীয় সমূদায়ৰ এক বৃহৎ সমাৱেশক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এক বিশেষ সৌজন্যতা প্ৰদৰ্শন কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজেও প্ৰব্ৰাসী ভাৰতীয়সকলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
July 09th, 11:15 am
আমাৰ এই সাদৃশ্যসমূহ আৰু আমাৰ উমৈহতীয়া বিশ্বদৃষ্টিভংগীয়ে আমাক গভীৰ পাৰস্পৰিক বিশ্বাসেৰে নিৰন্তৰ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই যোৱা কেইবছৰমানৰ ভিতৰত অভূতপূৰ্ব প্ৰগতি লাভ কৰিছে। আৰু আজিৰ তৃতীয় বাৰ্ষিক সন্মিলনৰ জৰিয়তে আমাৰ সহযোগিতাত বহু নতুন মাত্ৰা যোগ হৈছে।নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰিপাব্লিক ছামিট ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী তৰ্জমা
June 22nd, 10:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিপাব্লিক ছামিটত ভাষণ প্ৰদান কৰে। সন্মিলনৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বজুৰি দ্ৰুত তথা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটি থকাৰ এই সময়ছোৱাত মহান শক্তি ভাৰত: ৰাষ্ট্ৰ প্ৰথম বিষয়বস্তুৰ ওপৰত আলোচনাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক অভিনন্দন জনায়।ৰিপাব্লিক চামিট ২০২৬ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 22nd, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিপাব্লিক ছামিটত ভাষণ প্ৰদান কৰে। সন্মিলনৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বজুৰি দ্ৰুত তথা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটি থকাৰ এই সময়ছোৱাত মহান শক্তি ভাৰত: ৰাষ্ট্ৰ প্ৰথম বিষয়বস্তুৰ ওপৰত আলোচনাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক অভিনন্দন জনায়।The trust of 140 crore Indians is our greatest strength and responsibility: PM Modi at the NDA Leaders’ Conclave
June 10th, 06:33 pm
PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.PM Modi addresses NDA Leaders' Conclave, reaffirms commitment to Viksit Bharat
June 10th, 06:30 pm
PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.Yoga is the best way to maintain a healthy lifestyle with minimal expense: PM Modi at World Yogasana Championship in Ahmedabad
June 04th, 06:41 pm
PM Modi inaugurated the first World Yogasana Championship in Ahmedabad, calling yoga India’s timeless gift to humanity and expressing confidence that Yogasana will gain recognition as a competitive sport in global multi-sport events, including the Olympics. Highlighting yoga’s role in health, wellness and healthy ageing, he urged participants to become ambassadors of the ‘Yoga 365’ campaign and spread yoga’s message worldwide.Prime Minister Inaugurates First World Yogasana Championship In Ahmedabad, Gujarat
June 04th, 06:40 pm
PM Modi inaugurated the first World Yogasana Championship in Ahmedabad, calling yoga India’s timeless gift to humanity and expressing confidence that Yogasana will gain recognition as a competitive sport in global multi-sport events, including the Olympics. Highlighting yoga’s role in health, wellness and healthy ageing, he urged participants to become ambassadors of the ‘Yoga 365’ campaign and spread yoga’s message worldwide.ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি
May 17th, 03:45 am
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।নেদাৰলেণ্ডত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 16th, 01:30 pm
ইমান মৰম। ইমান উৎসাহ। সঁচা কথা ক’বলৈ গ’লে ক্ষন্তেক সময়ৰ বাবে মই প্ৰায় পাহৰি গৈছিলো যে মই নেদাৰলেণ্ডত আছো। এনে লাগে যেন ভাৰতৰেই ক’ৰবাত কিবা এটা উৎসৱ চলি আছে!নেদাৰলেণ্ডত প্ৰবাসী ভাৰতীয়সমাজ'ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
May 16th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেগত ভাৰতীয় সম্প্ৰদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। নেদাৰলেণ্ডত উপস্থিত হোৱাৰ পিছতে প্ৰবাসী ভাৰতীয়সমাজ আৰু ভাৰতৰ বন্ধুসকলৰ এক বৃহৎ সমাৱেশে তেওঁক উষ্ম আদৰণি জনায়।