Cabinet approves Nutrient Based Subsidy (NBS) rates for Kharif Season, 2026 (from 01.04.2026 to 30.09.2026) on Phosphatic and Potassic (P&K) fertilizers

April 08th, 04:18 pm

The Union Cabinet chaired by PM Modi has approved proposal of the Department of Fertilizers for fixing the Nutrient Based Subsidy (NBS) rates for KHARIF Season, 2026 on Phosphatic and Potassic (P&K) fertilizers. The tentative budgetary requirement for Kharif season 2026 would be around Rs.41,533.81 crore. This will ensure availability of fertilizers to farmers at subsidized, affordable and reasonable prices.

২০২৫-২৬ চনৰ ৰবিশস্যৰ বতৰৰ বাবে ফছফেটিক আৰু পটাছিক সাৰৰ ওপৰত পুষ্টি ভিত্তিক ৰাজসাহায্যৰ হাৰত কেবিনেটৰ অনুমোদন

October 28th, 03:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫-২৬ (০১.১০.২০২৫ৰ পৰা ৩১.০৩.২০২৬লৈ) ৰবিশস্যৰ বতৰৰ বাবে ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰত পুষ্টি ভিত্তিক ৰাজসাহায্য (এন বি এছ)ৰ হাৰ নিৰ্ধাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনায়। ৰবি ঋতু ২০২৫-২৬ৰ বাবে আনুমানিক বাজেটৰ প্ৰয়োজন হ’ব প্ৰায় ৩৭,৯৫২.২৯ কোটি টকা, যিটো খাৰিফ ঋতু ২০২৫ৰ বাজেটৰ প্ৰয়োজনীয়তাতকৈ ৭৩৬ কোটি টকা অধিক।

ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত খাৰিফ, ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ)ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰত কেবিনেটৰ অনুমোদন

March 28th, 04:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত খাৰিফ বতৰ ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ) ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰ নিৰ্ধাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত যাৱতীয় অনুমোদন জনাইছে।

ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত ৰবি ছিজন, ২০২৪ (০১.১০.২০২৪ৰ পৰা ৩১.০৩.২০২৫লৈ)ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

September 18th, 03:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৰাবি ঋতু, ২০২৪ (০১.১০.২০২৪ৰ পৰা ৩১.০৩.২০২৫লৈ)ৰ বাবে ফছফেটিক আৰু পটাচিক (P&K) সাৰৰ ওপৰত পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰ নিৰ্ধাৰণৰ বাবে ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

ৰবি ঋতু, ২০২৩-২৪ (০১-১০-২০২৩ ৰপৰা ৩১-০৩-২০২৪লৈ)ৰ বাবে ফছফেটিক আৰু পটাছিক (P&K) সাৰৰ ক্ষেত্ৰত পুষ্টিভিত্তিক ৰাজসাহায্য (NBS) হাৰত কেবিনেটৰ অনুমোদন

October 25th, 03:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ফছফেটিক আৰু পটাছিক (P&K) সাৰৰ ক্ষেত্ৰত ৰবি ঋতু, ২০২৩-২৪ (০১-১০-২০২৩ ৰপৰা ৩১-০৩-২০২৪লৈ)ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (NBS) হাৰ নিৰ্ধাৰণৰ অৰ্থে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে।