
হাৰিয়ানাৰ নুহত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
April 26th, 07:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ নুহত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে উদ্ধাৰ আৰু সাহাৰ্যৰ বাবে ৰাজ্য চৰকাৰে সম্ভাব্য সকলো প্ৰচেষ্টা হাতত লৈছে।