দেশবাসীক নুৱাখাই উৎসৱৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
August 28th, 01:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নুৱাখাই উপলক্ষে ভাৰতবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ নুৱাখায়ে প্ৰতিনিধিত্ব কৰা কৃতজ্ঞতা আৰু ঐক্যৰ মনোভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি দেশৰ জীৱিকা আৰু প্ৰগতিৰ মেৰুদণ্ড গঢ় দিয়া কৃষকসকলৰ অক্লান্ত প্ৰচেষ্টাক স্বীকাৰ কৰে।নুয়াখাই উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
September 20th, 09:04 pm
“আমাৰ কৃষক সমাজৰ কঠোৰ শ্ৰমক প্ৰশংসাৰ উপলক্ষ নুয়াখাইৰ শুভেচ্ছা জনালোঁ। মই সকলোৰে সুখ-আনন্দ আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। নুয়াখাইৰ ওলগ জনালোঁ!”PM greets the people of Odisha on the festival of Nuakhai
September 18th, 09:20 am