
শ্ৰী এন টি ৰামা ৰাওলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
May 28th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী এন টি ৰামা ৰাওলৈ তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমাজলৈ আগবঢ়োৱা সেৱা তথা দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ সবলীকৰণৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে তেওঁক ব্যাপকভাৱে প্ৰশংসা কৰা হয়, শ্ৰী মোদীয়ে কয়।