এন এছ জিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এন এছ জিৰ কৰ্মীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 16th, 09:09 pm
এন এছ জি প্ৰতিষ্ঠা দিৱস উপলক্ষে এন এছ জিৰ কৰ্মীসকলৰ অতুলনীয় বীৰত্ব আৰু নিষ্ঠাক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ বিপদৰ পৰা দেশখনক ৰক্ষা কৰা, আমাৰ নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সম্পত্তি সুৰক্ষিত কৰাত এন এছ জিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী (এনএছজি) প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এনএছজি কৰ্মীসকলক অভিবাদন জনাইছে
October 16th, 11:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী প্ৰতিষ্ঠা দিৱস উপলক্ষে এনএছজি কৰ্মীসকলৰ অটল নিষ্ঠা, সাহস আৰু সংকল্পক প্ৰশংসা কৰে।