ভাৰত - ইজৰাইলৰ যুটীয়া বিবৃতি
February 26th, 07:44 pm
ভাৰত আৰু ইজৰাইলৰ আন্তৰিকতা, সদিচ্ছা আৰু গভীৰ কৌশলগত অংশীদাৰিত্বক স্বীকৃতি দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু ডাঙৰীয়াৰ আমন্ত্ৰণত ২০২৬ চনৰ ২৫ চনৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ ইজৰাইল ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়ববীয়াৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ইজৰাইললৈ যায়। ২০১৭ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্ৰমণ আছিল এক ঐতিহাসিক ভ্ৰমণ । প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৮ চনত প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ভাৰত ভ্ৰমণৰ কথা স্মৰণ কৰে , যি ভ্ৰমণে অংশীদাৰিত্ব আৰু সহযোগিতাৰ নতুন যুগৰ ভেটি স্থাপন কৰিছিল। নেতাদ্বয়ে উদীয়মান প্ৰযুক্তি, চাইবাৰ, কৃষি, জল ব্যৱস্থাপনা, স্বাস্থ্য, উদ্যোগীকৰণ, প্ৰতিৰক্ষা, নিৰাপত্তা আদি বিষয়ত আলোচনা কৰিছিল । প্ৰধানমন্ত্ৰী নেতানিয়াহু আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাত সন্মতি প্ৰকাশ কৰি কৌশলগত অংশীদাৰিত্বক এক নতুন স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয় – ‘শান্তি, উদ্ভাৱন আৰু সমৃদ্ধিৰ বাবে এক বিশেষ কৌশলগত অংশীদাৰিত্ব।’ফলাফলৰ তালিকা: প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণ
February 26th, 07:41 pm
ভূ-ভৌতিক অন্বেষণৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ মালদ্বীপ ভ্ৰমণ
July 26th, 07:19 am
মালদ্বীপলৈ ৪,৮৫০ কোটি টকাৰ লাইন অৱ ক্ৰেডিট (এল অ’ চি) সম্প্ৰসাৰণঅতুলনীয় অগ্ৰগতিঃ অৰ্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব নেতৃত্বৰ কৃতিত্ব
January 17th, 02:14 pm
ভাৰতৰ ভাৰতে বিভিন্ন খণ্ডত উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰি পুনৰবাৰ নিজৰ গতিশীল বিকাশ, সুস্থিৰতা আৰু বিশ্ব নেতৃত্ব প্ৰদৰ্শন কৰিছে। অৰ্থনৈতিক অগ্ৰগতি আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ পৰা আৰম্ভ কৰি ডিজিটেল উদ্ভাৱন আৰু আন্তঃগাঁথনিৰ উন্নতিলৈকে দেশখনে বিশ্ব মহাশক্তি হিচাপে নিজৰ স্থান দৃঢ় কৰি তুলিছে।