প্ৰজ্ঞানন্দক তেওঁৰ এই উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
June 06th, 02:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰজ্ঞানন্দক তেওঁৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এয়া সঁচাকৈয়ে এক অবিশ্বাস্য মাইলৰ খুঁটি, যিয়ে তেওঁৰ অবিৰত উৎকৰ্ষতাক উজ্জ্বল কৰি তুলিছে।২০২৫ চনৰ নৰ'ৱে দবা প্ৰতিযোগিতাত মেগনাছ কাৰ্লছেনৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে জয়লাভ কৰা গুকেশক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
June 02nd, 08:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৰ'ৱে দবা প্ৰতিযোগিতা২০২৫ৰ ষষ্ঠ ৰাউণ্ডত মেগনাছ কাৰ্লছেনৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে জয়ী হোৱাৰ বাবে গুকেশক অভিনন্দন জনাইছে।প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় , বিশ্বৰ ১ নং দবা খেলুৱৈৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে তেওঁক অভিনন্দন।